Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

৮৮ মিনিট ধৰি মোদী-শ্বাহৰে ৰাহুল গান্ধীৰ ৰুদ্ধদ্বাৰ আলোচনাক লৈ ব্যাপক চর্চা

publisher by publisher
December 11, 2025
in India, News
Reading Time: 1 min read
0
৮৮ মিনিট ধৰি মোদী-শ্বাহৰে ৰাহুল গান্ধীৰ ৰুদ্ধদ্বাৰ আলোচনাক লৈ ব্যাপক চর্চা
4
SHARES
38
VIEWS
ShareShareShareShare

স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সম্মুখতে কেন্দ্রীয় মুখ্য তথ্য আযুক্ত, আঠ কেন্দ্রীয় তথ্য আয়ুক্ত আৰু তদাৰকী আযুক্ত নিযুক্তিৰ তীব্ৰ বিৰোধিতা কৰিলে কংগ্রেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। বুধবাৰে উক্ত দুই চৰকাৰী স্বচ্ছতা ৰক্ষক সংস্থাৰ শীর্ষ পদবীধাৰী বাছনিৰ বাবে প্রধানমন্ত্রীৰ আমন্ত্রণত প্রধানমন্ত্রী কার্যালয়ত এক কন্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়।

ADVERTISEMENT

এই বৈঠকত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহ আৰু লোকসভাৰ বিৰোধী দলপতিৰূপে বাহুলে অংশগ্রহণ কৰে। বহুতে পূর্বে ধাৰণা কৰা অনুসৰি বৈঠক দীঘলীয়া হয়। সুদীর্ঘ ৮৮ মিনিট অর্থাৎ এঘণ্টা ২৮ মিনিট ধৰি অনুষ্ঠিত হয় এই বৈঠক। ৮৮ মিনিটৰ পাছতহে ৰাহুল বৈঠক কক্ষৰ পৰা ওলাই আহে। সূত্রই জনোৱা মতে, মুখ্য কেন্দ্রীয় তথ্য আয়ুক্ত,আঠ কেন্দ্রীয় তথ্য আয়ুক্ত আৰু তদাৰকী আয়ুক্তৰ বাবে মোদী-শ্বাহে কৰা বাছনিৰ তীব্ৰ বিৰোধিতা কৰে ৰাহুলে। এই সমূহ পদত নিযুক্তিৰ বিৰোধিতা কৰি তেওঁ লিখিতভাৱে আপত্তি দর্শাই বুলি সূত্রই সদৰী কৰিছে।

RelatedPosts

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

সংৰক্ষণ বিধেয়ক ব্যর্থ কৰি ভ্রূণহত্যা বিৰোধীৰ

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

উল্লেখ্য যে নির্বাচন আয়োগ, কেন্দ্রীয় তথ্য আয়োগ আৰু কেন্দ্রীয় তদাৰকী আয়োগৰ আযুক্তৰ নিযুক্তিৰ বাবে মোদী চৰকাৰে প্ৰায় দুবছৰ পূৰ্বে এক বিতর্কিত তিনিজনীয়া সমিতি গঠন কৰে। চৰকাৰে নির্দিষ্ট কৰা নিয়ম অনুসৰি এই তিনিজনীয়া সমিতিত অধ্যক্ষৰূপে প্রধানমন্ত্রী আছে। সমিতিখনৰ আন দুজন সদস্য। এজন কেন্দ্রীয় মন্ত্রীক আন দুই সদস্যৰ এজন ৰূপে প্রধানমন্ত্রীয়ে বাছনি কৰে। আনজন সদস্য হ’ল বিৰোধী দলপতি।

কালি কেন্দ্রীয় তথ্য আয়োগ আৰু তদাৰকী আয়োগৰ আয়ুক্ত বাছনিৰ বাবে অনুষ্ঠিত বৈঠকখনত স্বয়ং কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে বাছনি সমিতিৰ সদস্যৰূপে অংশগ্রহণ কৰে। বিৰোধী দলপতিৰূপে বৈঠকত অংশগ্রহণ কৰে ৰাহুলে। সংসদৰ শীতকালীন অধিবেশন চলি থকাৰ সময়তে আয়োজিত এই বিশেষ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে দুপৰীয়া এক বজাত ৰাহুল প্রধানমন্ত্রী কার্যালয়ত উপস্থিত হয়।

তেওঁ দলীয় সতীৰ্থসকলৰ লগতে বহুতে উদগ্ৰীৱতাৰে বৈঠকৰ পৰা ৰাহুল উভতি অহালৈ অপেক্ষা কৰি থাকে; কিন্তু দুপৰীয়া ১.০৭ বজাৰ পৰা অনুষ্ঠিত এই বৈঠক প্রত্যাশ্যাতকৈ দীঘলীয়া হয়। এই সময়ছোৱা তেওঁৰ দলীয় সতীর্থসকলে উৎকণ্ঠাৰে অতিবাহিত কৰে।

অৱশেষত ৮৮ মিনিটৰ পাছত ৰাহুল ওলাই আহে। তাকো ধাৰণা কৰা অনুসৰি তেওঁ মোদী-শ্বাহৰ বাছনিৰ বিৰোধিতা কৰে বুলি উচ্চস্তৰীয় সূত্রই প্রকাশ কৰিছে। অৱশ্যে পূর্বেও ৰাহুল বা কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গেও এনে শীর্ষ পদসমূহৰ চৰকাৰী পক্ষৰ বাছনিৰ বিৰোধিতা কৰিছিল। তৎসত্ত্বেও চৰকাৰী পক্ষই বাছনি কৰা ব্যক্তিয়েই এনে পদত নিযুক্তি পায়, কাৰণ তিনিজনীয়া সমিতিখনৰ দুজনে যাক সমর্থন জনায়, তেৱেঁই বাছনি লাভ কৰে।

তৎসত্ত্বেও নিজৰ স্থিতি সবল ৰূপত ৰাহুল বা খার্গেই প্রতিষ্ঠা কৰি আহিছে বুলি চর্চা হৈছে। লক্ষ্যণীয়ভাবে আজি বাহুল উক্ত বৈঠকলৈ যোৱাৰ পূৰ্বে সামাজিক মাধ্যমযোগে মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে। উল্লেখ্য যে নির্বাচন আয়ুক্ত, তথ্য আয়ুক্ত আৰু তদাৰকী আয়ুক্ত বাছনিৰ বাবে উচ্চতম ন্যায়ালয়ে দুবছৰ পূৰ্বে গঠন কৰা এক তিনিজনীয়া সমিতিৰ সদস্যৰূপে দেশৰ মুখ্য ন্যায়াধীশক অন্তর্ভুক্তিৰ ব্যৱস্থা আছিল। সমিতিৰ আন দুজন সদস্যৰূপে প্রধানমন্ত্রী আৰু বিৰোধী দলপতিক ৰখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল ন্যায়ালয়ে।

আশ্চর্যজনকভাবে এই নিয়ম পৰৱৰ্তী সময়ত মোদী চৰকাৰে সলনি কৰি তিনিজনীয়া বাছনি সমিতিৰ পৰা দেশৰ মুখ্য ন্যায়াধীশক বাদ দিয়ে। তেওঁৰ স্থানত এজন কেন্দ্রীয় মন্ত্রীক অন্তর্ভুক্ত কৰে। এই মন্ত্রীজনক প্রধানমন্ত্রীয়ে বাছনি কৰিব লাগে। মোদী চৰকাৰৰ এই বিতর্কিত কাৰ্যৰ কথাও উল্লেখ কৰি আজি ৰাহুল সমালোচনাত মুখৰ হৈ উঠে। লগতে তেওঁ নির্বাচন আয়োগৰ বিৰুদ্ধে আইনগত ব্যবস্থা ল’ব নোৱাৰাৰ যি নিয়ম মোদী চৰকাৰে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰৱৰ্তন কৰিলে, তাকো তীব্র ভাষাৰে সমালোচনা কৰে।

তদুপৰি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ৪৫ দিনৰ ভিতৰত চিচি ফুটেজ ধ্বংস কৰাৰ নিয়ম নির্বাচন আয়োগে প্ৰৱৰ্তন কৰাক লৈয়ো ৰাহুলে তীব্ৰ বাক্যবাণ এৰে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰক জনতাৰ প্ৰতি দায়বদ্ধ কৰাত সবল ভূমিকা পালন কৰি থকা কেন্দ্রীয় তথ্য আয়োগৰ মুখ্য আয়ুক্ত পদ বিগত তিনি মাহ ধৰি খালী হৈ আছে। যোৱা ১৩ ছেপ্টেম্বৰত কেন্দ্রীয় মুখ্য তথ্য আয়ুক্ত হীৰালাল ছামাৰিয়াই অৱসৰ গ্ৰহণ কৰে। তেতিয়াৰে পৰা এই পদ খালী হৈ আছে।

একেদৰে আয়োগৰ আঠটা আয়ুক্ত পদো খালী হৈ আছে। ফলত ১০ জন আয়ুক্তৰে গঠিত কেন্দ্রীয় তথ্য আয়োগৰ মাথোঁ দুজন আযুক্ত আনন্দি বামলিংগম আৰু বিনোদ কুমাৰ তিৱাৰীয়েহে কাম-কাজ চোৱা-চিতা কৰি আছে; অথচ বর্তমানে কেন্দ্রীয় তথ্য আয়োগে ৩০,৮৩৮ খন আবেদনৰ উত্তৰ দিবলৈ বাকী আছে বুলি আয়োগৰ ৱেবছাইটত উল্লেখ আছে।

একেদৰে দুর্নীতি প্রতিৰোধক কেন্দ্রীয় তদাৰকী আয়োগৰো এটা আয়ুক্ত পদ খালী হৈ আছে। উল্লেখ্য যে তথ্য জনাৰ অধিকাৰ আইনৰ ১২(৩) ধাৰা অনুসৰি, আয়োগৰ মুখ্য আয়ুক্ত আৰু আয়ুক্ত বাছনি সমিতিৰ অধ্যক্ষ হ’ল প্রধানমন্ত্রী। সমিতিখনত সদস্যৰূপে এজন কেন্দ্রীয় মন্ত্রী আৰু বিৰোধী দলপতি থাকিব লাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aamit shahNarendra ModiRahul Gandhi
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d