Cabinet approves scheme of Conduct of Census of India 2027:
দেশত লোকপিয়ল প্ৰক্ৰিয়া আৰম্ভ হ’ব ২০২৭ চনত ৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে লোকপিয়লত দিয়ে অনুমোদন ৷ একেদৰে লোকপিয়লৰ বাবে ১১,৭১৮,২৪ কোটি টকাৰো অনুমোদন দিয়ে ৷
ADVERTISEMENT
উল্লেখ্য যে দুটা পৰ্যায়ত হ’ব লগা লোকপিয়লত জড়িত হ’ব প্ৰায় ৩০ লাখ চৰকাৰী বিষয়া। আনহাতে লোকপিয়লৰ তথ্য সংগ্ৰহৰ বাবে ব্যৱহাৰ হ’ব বিশেষ ম’বাইল এপ’ ৷
অহাবৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰ মাহ পৰ্যন্ত লোকপিয়লত নিয়োজিত কৰ্মচাৰীয়ে প্ৰতিজন লোকৰ ঘৰলৈ যাব ৷ লোকপিয়ল সম্পন্ন হ’ব ২০২৭ বৰ্ষত ৷




































