Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

    ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

    FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    শৰীৰৰ বৰণৰ বাবে হলিউদত হাঁহিয়াতৰ পাত্ৰ হৈছিল প্রিয়ংকা

    চর্তসাপেক্ষে ‘ডন’ ফ্রেঞ্চাইজিলৈ উভতিব শ্বাহৰুখ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    ভাল কন্টেন্ট থকাৰ পাছতো ইনষ্টাগ্রামত ফ’ল’ৱাৰ লাভ কৰা নাই?

    ভাগৰ দূৰ কৰিবলৈ আপুনি প্রায়ে এনার্জি ড্রিংকছ খায়? সাৱধান!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Space

নাছাৰে যোগাযোগ বিচ্ছিন্ন মহাকাশযানৰ

১১ বছৰ কাম কৰি অৱশেষত স্তব্ধ হ'ল মঙললৈ প্ৰেৰণ কৰা যান

publisher by publisher
December 14, 2025
in Space
Reading Time: 1 min read
0
নাছাৰে যোগাযোগ বিচ্ছিন্ন মহাকাশযানৰ
1
SHARES
9
VIEWS
ShareShareShareShare

Mangalyaan:✒️বিগত ১১ বছৰ ধৰি বিভিন্ন কাম কৰি আহিছিল। অৱশেষত আয়ুসকাল শেষ হ’ল মঙল গ্রহলৈ নাছাই প্ৰেৰণ কৰা মহাকাশযানৰ। যোৱা ছয় ডিচেম্বৰৰৰ পৰা কোনো সঁহাৰি দিয়া নাই ‘মাভেন’, অর্থাৎ ‘মাৰ্ছ এটম’স্ফিয়াৰ এণ্ড ভোলাটাইল এভ’লিউচন’ নামৰ যানখনে।

ADVERTISEMENT

প্রায় তিনিদিন পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাটোৱে বিবৃতিযোগে জনাইছে যে মাভেনৰ স’তে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। হতোদ্যম হৈ পৰিছে নাছাৰ বিজ্ঞানীসকলো।

RelatedPosts

অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ

মাস্কৰ পৰিকল্পনা সলনি : মঙলৰ পৰিৱৰ্তে চন্দ্ৰত বসতি স্থাপনৰ প্ৰস্তুতি

বিশেষ কৃতিত্ব অর্জন ‘চন্দ্ৰযান ৩’ৰ : চন্দ্ৰৰ দক্ষিণ মেৰুত বিচাৰি পালে ‘বিদ্যুৎ’

তেওঁলোকে আশংকা কৰিছে যে এইদৰে আকস্মিকভাবে যোগাযোগ বিচ্ছিন্ন হোৱাৰ ফলত ইমানদিনে সংগ্রহ কৰা সকলো তথ্য হেৰাই যাব পাৰে। সেয়া হ’লে মঙল সংক্রান্তীয় গৱেষণাত বিৰাট ক্ষতি হ’ব।

২০১৪ত পৃথিৱীৰ প্ৰতিবেশী গ্রহ মঙল সম্পর্কে জানিবলৈ অতি প্রাথমিক স্তৰত কাম কৰাৰ বাবে এখন মহাকাশযান প্ৰেৰণ কৰিছিল নাছাই। ‘মাভেন’ নামৰ সেই মহাকাশযানৰ প্ৰধান কাম আছিল, মঙলৰ পৃষ্ঠভাগৰ বতৰ নিৰীক্ষণ আৰু গ্ৰহটোৰ ওপৰত সৌৰধুমুহাৰ প্ৰভাৱ সম্পর্কে তথ্য সংগ্ৰহ কৰা।

ইয়াৰ পৰা বুজাটো সম্ভৱ হ’ব যে সময়ৰ লগে লগে তাপমাত্রা হেৰফেৰৰ মাধ্যমেৰে কিদৰে এটা গ্রহ উষ্ণ বা শীতল হ’ব পাৰে। ইমানদিন ধৰি সেই কামেই কৰি আছিল মাভেনৰ অৰবিটাৰে।

ৰঙাগ্ৰহ সম্পর্কে সেই অৰবিটাৰে প্ৰেৰণ কৰা তথ্যৰ পৰাই নাছাৰ বিজ্ঞানীসকলে ধীৰে ধীৰে বিশ্লেষণৰ মাধ্যমেৰে গ্ৰহটোৰ বিৱৰ্তনৰ ইতিহাস লিখনৰ কাম অব্যাহত ৰাখিছিল।

যদিও হয় ডিচেম্বৰৰ পৰা অকস্মাতে সকলো স্তব্ধ হৈ পৰে। মঙল গ্ৰহৰ নাছাৰ গ্ৰাউণ্ড ষ্টেচনৰ পৰা আৰু কোনো সংকেত পোৱা নাছিল। অৱশেষত ন ডিচেম্বৰত নাছাৰ তৰফৰ পৰা বিবৃতি দি জনোৱা হয়, ‘নাছাৰ মাভেন মহাকাশযান, যি মঙলৰ কক্ষপথত ঘূৰি তথ্য সংগ্ৰহৰ কাম কৰিছিল, সেই যানৰ স’তে গ্রাউণ্ড ষ্টেচনৰ আৰু কোনো সংকেত পোৱা হোৱা নাই ছয় ডিচেম্বৰৰ পৰা।

যদিও তাৰ ঠিক আগলৈকে মাভেনৰ সকলো অংশই অত্যন্ত ভালদৰে কাম কৰি আছিল। মঙলৰ পাছফালৰ অংশৰ পৰাই আৰু যানখনৰ স’তে নাছাৰ ডীপ স্পেচ নেটৱৰ্কে কোনো সংযোগ স্থাপন কৰিব পৰা নাই। কিয় এনেকুৱা সমস্যা হ’ল, তাৰ তদন্ত কৰিছে মহাকাশযান আৰু তাৰ অপাৰেচনৰ দায়িত্বত থকা দলে।’

অৱশ্যে এই মুহূৰ্তত নাছাই প্ৰেৰণ কৰা আন দুখন অৰবিটাৰে মঙলত কাম কৰি আছে। এখন হৈছে ‘মাৰ্ছ ৰিকনিছেন্স অৰবিটাৰ’ (এমআৰঅ’) আৰু আনখন হৈছে মাৰ্ছ অ’ডিচি। সেই দুখনৰ কাম প্ৰধানকৈ মঙল অভিযানৰ বাবে প্রয়োজনীয় সকলো তথ্য প্ৰেৰণ কৰা। ইয়াৰ ভিতৰত মাৰ্ছ অ’ডিচি সবাতোকৈ পুৰণি। ২০০১ত মঙলৰ ভৌগোলিক তথা বতৰ সংক্রান্তীয় তথ্য লাভৰ বাবে সেই যান প্ৰেৰণ কৰা হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MangalyaanSpace
publisher

publisher

Related Posts

তিনি মার্চত দেখা যাব বিৰল ঘটনা
News

তিনি মার্চত দেখা যাব বিৰল ঘটনা

February 28, 2026
অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ
Space

অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ

February 25, 2026
বিশেষ কৃতিত্ব অর্জন ‘চন্দ্ৰযান ৩’ৰ : চন্দ্ৰৰ দক্ষিণ মেৰুত বিচাৰি পালে ‘বিদ্যুৎ’
News

বিশেষ কৃতিত্ব অর্জন ‘চন্দ্ৰযান ৩’ৰ : চন্দ্ৰৰ দক্ষিণ মেৰুত বিচাৰি পালে ‘বিদ্যুৎ’

December 13, 2025
কৃত্ৰিম উপগ্ৰহৰ ভিতৰত সংঘৰ্ষৰ আশংকা মহাকাশত

November 13, 2025
মঙল অভিযান স্থগিত ৰাখিলে বেজোছৰ কোম্পানীয়ে

November 11, 2025
এতিয়াও সক্রিয় হৈ আছে চন্দ্রযান-২!
News

এতিয়াও সক্রিয় হৈ আছে চন্দ্রযান-২!

November 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d