Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Space

নাছাৰে যোগাযোগ বিচ্ছিন্ন মহাকাশযানৰ

১১ বছৰ কাম কৰি অৱশেষত স্তব্ধ হ'ল মঙললৈ প্ৰেৰণ কৰা যান

publisher by publisher
December 14, 2025
in Space
Reading Time: 1 min read
0
নাছাৰে যোগাযোগ বিচ্ছিন্ন মহাকাশযানৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ

মাস্কৰ পৰিকল্পনা সলনি : মঙলৰ পৰিৱৰ্তে চন্দ্ৰত বসতি স্থাপনৰ প্ৰস্তুতি

বিশেষ কৃতিত্ব অর্জন ‘চন্দ্ৰযান ৩’ৰ : চন্দ্ৰৰ দক্ষিণ মেৰুত বিচাৰি পালে ‘বিদ্যুৎ’

Mangalyaan:✒️বিগত ১১ বছৰ ধৰি বিভিন্ন কাম কৰি আহিছিল। অৱশেষত আয়ুসকাল শেষ হ’ল মঙল গ্রহলৈ নাছাই প্ৰেৰণ কৰা মহাকাশযানৰ। যোৱা ছয় ডিচেম্বৰৰৰ পৰা কোনো সঁহাৰি দিয়া নাই ‘মাভেন’, অর্থাৎ ‘মাৰ্ছ এটম’স্ফিয়াৰ এণ্ড ভোলাটাইল এভ’লিউচন’ নামৰ যানখনে।

ADVERTISEMENT

প্রায় তিনিদিন পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাটোৱে বিবৃতিযোগে জনাইছে যে মাভেনৰ স’তে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। হতোদ্যম হৈ পৰিছে নাছাৰ বিজ্ঞানীসকলো।

তেওঁলোকে আশংকা কৰিছে যে এইদৰে আকস্মিকভাবে যোগাযোগ বিচ্ছিন্ন হোৱাৰ ফলত ইমানদিনে সংগ্রহ কৰা সকলো তথ্য হেৰাই যাব পাৰে। সেয়া হ’লে মঙল সংক্রান্তীয় গৱেষণাত বিৰাট ক্ষতি হ’ব।

২০১৪ত পৃথিৱীৰ প্ৰতিবেশী গ্রহ মঙল সম্পর্কে জানিবলৈ অতি প্রাথমিক স্তৰত কাম কৰাৰ বাবে এখন মহাকাশযান প্ৰেৰণ কৰিছিল নাছাই। ‘মাভেন’ নামৰ সেই মহাকাশযানৰ প্ৰধান কাম আছিল, মঙলৰ পৃষ্ঠভাগৰ বতৰ নিৰীক্ষণ আৰু গ্ৰহটোৰ ওপৰত সৌৰধুমুহাৰ প্ৰভাৱ সম্পর্কে তথ্য সংগ্ৰহ কৰা।

ইয়াৰ পৰা বুজাটো সম্ভৱ হ’ব যে সময়ৰ লগে লগে তাপমাত্রা হেৰফেৰৰ মাধ্যমেৰে কিদৰে এটা গ্রহ উষ্ণ বা শীতল হ’ব পাৰে। ইমানদিন ধৰি সেই কামেই কৰি আছিল মাভেনৰ অৰবিটাৰে।

ৰঙাগ্ৰহ সম্পর্কে সেই অৰবিটাৰে প্ৰেৰণ কৰা তথ্যৰ পৰাই নাছাৰ বিজ্ঞানীসকলে ধীৰে ধীৰে বিশ্লেষণৰ মাধ্যমেৰে গ্ৰহটোৰ বিৱৰ্তনৰ ইতিহাস লিখনৰ কাম অব্যাহত ৰাখিছিল।

যদিও হয় ডিচেম্বৰৰ পৰা অকস্মাতে সকলো স্তব্ধ হৈ পৰে। মঙল গ্ৰহৰ নাছাৰ গ্ৰাউণ্ড ষ্টেচনৰ পৰা আৰু কোনো সংকেত পোৱা নাছিল। অৱশেষত ন ডিচেম্বৰত নাছাৰ তৰফৰ পৰা বিবৃতি দি জনোৱা হয়, ‘নাছাৰ মাভেন মহাকাশযান, যি মঙলৰ কক্ষপথত ঘূৰি তথ্য সংগ্ৰহৰ কাম কৰিছিল, সেই যানৰ স’তে গ্রাউণ্ড ষ্টেচনৰ আৰু কোনো সংকেত পোৱা হোৱা নাই ছয় ডিচেম্বৰৰ পৰা।

যদিও তাৰ ঠিক আগলৈকে মাভেনৰ সকলো অংশই অত্যন্ত ভালদৰে কাম কৰি আছিল। মঙলৰ পাছফালৰ অংশৰ পৰাই আৰু যানখনৰ স’তে নাছাৰ ডীপ স্পেচ নেটৱৰ্কে কোনো সংযোগ স্থাপন কৰিব পৰা নাই। কিয় এনেকুৱা সমস্যা হ’ল, তাৰ তদন্ত কৰিছে মহাকাশযান আৰু তাৰ অপাৰেচনৰ দায়িত্বত থকা দলে।’

অৱশ্যে এই মুহূৰ্তত নাছাই প্ৰেৰণ কৰা আন দুখন অৰবিটাৰে মঙলত কাম কৰি আছে। এখন হৈছে ‘মাৰ্ছ ৰিকনিছেন্স অৰবিটাৰ’ (এমআৰঅ’) আৰু আনখন হৈছে মাৰ্ছ অ’ডিচি। সেই দুখনৰ কাম প্ৰধানকৈ মঙল অভিযানৰ বাবে প্রয়োজনীয় সকলো তথ্য প্ৰেৰণ কৰা। ইয়াৰ ভিতৰত মাৰ্ছ অ’ডিচি সবাতোকৈ পুৰণি। ২০০১ত মঙলৰ ভৌগোলিক তথা বতৰ সংক্রান্তীয় তথ্য লাভৰ বাবে সেই যান প্ৰেৰণ কৰা হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MangalyaanSpace
publisher

publisher

Related Posts

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’
News

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

October 10, 2026
বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

October 6, 2026
পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

September 21, 2026
সম্পূৰ্ণ বেচৰকাৰীকৰণেই ভৱিষ্যৎ ইছৰ’ৰ!
News

সম্পূৰ্ণ বেচৰকাৰীকৰণেই ভৱিষ্যৎ ইছৰ’ৰ!

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d