Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

দুটা বিত্তীয় বর্ষত অসমত ৬২৩ জনে শাসক দলক দিলে ৫৬ কোটিৰো অধিক টকা

বিজেপিলৈ বৰঙণিৰ বিনিময়ত বৃহৎ ঠিকা

publisher by publisher
December 19, 2025
in News, Assam
Reading Time: 1 min read
0
দুটা বিত্তীয় বর্ষত অসমত ৬২৩ জনে শাসক দলক দিলে ৫৬ কোটিৰো অধিক টকা
1
SHARES
14
VIEWS
ShareShareShareShare

Bjp:✒️বিজেপিলৈ শকত অংকৰ ধনৰ বৰঙণি আগবঢ়ালেহে দলৰ চৰকাৰ থকা ৰাজ্যসমূহত ঠিকাদাৰে চৰকাৰী ঠিকা লাভ কৰে নেকি? শেহতীয়াকৈ পোহৰলৈ অহা এক তথ্যই ইয়াৰ ইংগিত বহন কৰিছে। লক্ষ্যণীয় যে অসমত জল জীৱন মিছনৰ বহু ঠিকাদাৰে কামৰ ধন লাভ নকৰাৰ বাবে জটিল আর্থিক অৱস্থাৰ সম্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে।

ADVERTISEMENT

এনে অৱস্থাতে পোহৰলৈ আহিছে যে ২০২২-২০২৪ বিত্তীয় বৰ্ষত অসমকে ধৰি বিজেপি শাসিত উত্তৰ-পূবৰ চাৰিখন ৰাজ্যত চৰকাৰী ঠিকা লাভ কৰা ঠিকাদাৰী প্রতিষ্ঠান আৰু ব্যক্তিসকলৰ কমেও ৫৪.৮৯ শতাংশই বিজেপিলৈ শকত ধনৰ বৰঙণি আগবঢ়ায়। উল্লেখ্য যে উক্ত দুটা বিত্তীয় বর্ষত বিজেপিয়ে অসম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু ত্ৰিপুৰাৰ পৰা মুঠ ৭৭.৬৩ কোটি টকা বৰঙণি চেক বা ইলেক্ট্রনিক হস্তান্তৰ পদ্ধতিৰে সংগ্ৰহ কৰে। শাসক দললৈ আর্থিক বৰঙণি আগবঢ়োৱা ঠিকাদাৰ আৰু ঠিকাদাৰী প্রতিষ্ঠানসমূহক এই চাৰি ৰাজ্যৰ কোনো এখনে অথবা কেন্দ্রীয় চৰকাৰৰ দ্বাৰা নিয়ন্ত্রিত সংস্থাই প্রদান কৰে।

RelatedPosts

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

BJP-ৰ IT Cell আৰু একাংশ নেতাৰ বিৰুদ্ধে গোচৰ

গুৱাহাটীত যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য, Gen-Z ভোটাৰ লক্ষ্যত বিজেপিৰ জোৰদাৰ প্ৰচাৰ

উল্লেখ্য যে ৰাজনৈতিক দলসমূহৰ বৈধভাবে ধন-বৰঙণি সংগ্রহত বাধা নাই যদিও একাংশ বিতর্কিত প্রতিষ্ঠানেও বিজেপিলৈ শকত অংকৰ ধনৰ বৰঙণি আগবঢ়াই ঠিকা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে। এনে এটা প্রতিষ্ঠান হ’ল ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ঠিকা লাভ কৰা এছপিএছ কনষ্ট্রাকচন ইণ্ডিয়া প্রাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটো। এই প্রতিষ্ঠানে বিহাৰৰ ভগলপুৰ জিলাৰ চুলতানগঞ্জ চহৰত নমামি গংগা ঘাটত নির্মাণ কৰা এখন দলং নির্মীয়মাণ অৱস্থাতে ভাগি পৰে। এই ঘটনা সংঘটিত হয় ২০২৩ৰ চাৰি জুনত। নির্মীয়মাণ দলংখন ভাঙি পৰাৰ ফলত স্থানীয় এজন লোকৰ গাড়ীখনো নৈৰ পানীত উটি যায়। উক্তদিনা ব্যস্ততাপূর্ণ সময়তে প্রচণ্ড শব্দৰ সৃষ্টি কৰি দলংখন ভাগি পৰে। ফলত ঘটনাস্থলীৰ পৰা পাঁচ বর্গকিলোমিটাৰ অঞ্চলক বোকা আৰু ধ্বংসাৱশেষে ছানি ধৰে। এই ঘটনাই বিহাৰৰ পৰা সাতশ কিলোমিটাৰ দূৰত্বত অৱস্থিত গুৱাহাটী তথা দিছপুৰতো জোঁকাৰণি তোলে। কাৰণ উক্ত দলং নিৰ্মাণৰ স’তে জড়িত এছপিএছ কনষ্ট্রাকচন ইণ্ডিয়া প্রাইভেট লিমিটেডকে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৮.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণৰ ঠিকা দিয়া হৈছে।

প্রতিষ্ঠান দুটাৰ বিহাৰত নির্মাণ হৈ থকা দলংখন ভাগি পৰাৰ খবৰ পোৱাৰ পাছতে অসম চৰকাৰে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন নির্মাণ কাৰ্য পুনৰীক্ষণ কৰিবলৈ আইআইটি গুৱাহাটীক দায়িত্ব দিয়ে। ইয়াৰ পূৰ্বে প্রতিষ্ঠানটোলৈ বিহাৰ চৰকাৰেও জাননী জাৰি কৰে। আশ্চর্যজনক যে আইআইটি গুৱাহাটীক প্রদান কৰা পুনৰীক্ষণৰ ফলাফলৰ তথ্য আজি পর্যন্ত ৰাজ্য চৰকাৰে ৰাজহুৱা কৰা নাই। এই সম্পৰ্কত ‘দ্য ৰিপ’ৰ্টাছ কালেক্টিভ’ নামৰ সংবাদ সংস্থাই চলোৱা অনুসন্ধানত পোহৰলৈ অহা অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত এই ঠিকাদাৰী প্রতিষ্ঠানে বিজেপিলৈ পাঁচ কোটি টকা বৰঙণি দিয়ে।

কেৱল এই ঠিকাদাৰী প্ৰতিষ্ঠানেই নহয়, ২০২৩-২৪ বিত্তীয় বর্ষত অসমত বিজেপিলৈ ধনৰ বৰঙণি আগবঢ়োৱাসকলৰ ৫২.৩৪ শতাংশই হৈছে ঠিকাদাৰী প্ৰতিষ্ঠান আৰু ঠিকাদাৰ। এইসকলে বৃহৎ চৰকাৰী ঠিকা লাভ কৰে। ইয়াৰ পূৰ্বৰ বিত্তীয় বৰ্ষত ৰাজনৈতিক বৰঙণিৰ ৬৪.৪৮ শতাংশই আহে চৰকাৰী ঠিকাদাৰৰ পৰা। ২০২৩-২৪ বৰ্ষত অৰুণাচল প্রদেশতো বিজেপিয়ে ২০ হেজাৰ টকাতকৈ অধিক বৰঙণি সংগ্ৰহ কৰা সকলৰ অর্ধেকে চৰকাৰী ঠিকা লাভ কৰে। একেদৰে উক্ত বিত্তীয় বৰ্ষত ত্ৰিপুৰা বিজেপিয়ে বৰঙণিৰ ৬১.৭ শতাংশৰো অধিক চৰকাৰী ঠিকাদাৰৰ পৰা সংগ্ৰহ কৰে। ইয়াৰ পৰৱৰ্তী বছৰত ইয়াৰ পৰিমাণ ৮৪.১২ শতাংশলৈ বৃদ্ধি পায়। মণিপুৰৰ ক্ষেত্ৰত ২০২২-২৩ত দেখা যায় যে দলে লাভ কৰা বৰঙণিৰ প্ৰায় পাঁচ শতাংশ আহে চৰকাৰী ঠিকা লাভ কৰা প্ৰতিষ্ঠানৰ পৰা।

কেনেদৰে পোহৰলৈ আহিল এই তথ্য

দেশত প্রচলিত নিয়ম অনুসৰি ৰাজনৈতিক দলসমূহে ২০ হেজাৰ টকাতকৈ অধিক দান দিয়াসকলৰ সবিশেষ প্রকাশ কৰিব লাগে। এই তথ্য ৰাজনৈতিক দলসমূহে দেশৰ নিৰ্বাচন আয়োগক জনাব লাগে। অসম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু ত্ৰিপুৰাত ২০২২-২৩ আৰু ২০২৩-২৪ত বিজেপিক বৰঙণি দিয়াসকলৰ তথ্য বিশ্লেষণ কৰাত চৰকাৰী ঠিকাদাৰৰ দানৰ কথা পোহৰলৈ আহে।

অৱশ্যে ২০২৪-২৫ত এই ৰাজ্যকেইখনত শাসক দললৈ ধনৰ বৰঙণি আগবঢ়োৱাসকলৰ তথ্য বর্তমানেও প্রকাশ কৰা নাই। কে’বামাহ ধৰি সাংবাদিকে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহৰ ঠিকা লাভ কৰা ব্যক্তি আৰু প্রতিষ্ঠানসমূহৰ তথ্য বিশ্লেষণ কৰে। এই বিশ্লেষণৰ সময়ত দেখা যায় যে এই ঠিকাদাৰ আৰু ঠিকাদাৰী প্রতিষ্ঠানসমূহে বিজেপিলৈ ধন বৰঙণি দিয়াৰ সময়তে চৰকাৰী ঠিকা লাভ কৰে। এই ক্ষেত্ৰতো এটা আশ্চর্যজনক দিশ আছে। সেয়া হ’ল নির্বাচন আয়োগক দাতাৰ তথ্য দিয়াৰ সময়ত বিজেপিয়ে এই চাৰি ৰাজ্যত প্রচলিত নীতি-নিয়ম মানি চলা নাই।

দাতাসকলৰ কেতবোৰ তথ্য নির্বাচন আয়োগক দাখিলৰ পৰা শাসক দল বিৰত আছে। এই কথাই আন এক সন্দেহৰো উদ্রেক ঘটায় যে শাসক দললৈ শকত বৰঙণি দিয়া ঠিকাদাৰ আৰু ঠিকাদাৰী প্রতিষ্ঠানসমূহৰ স’তে বিনিময় মানি চলিছে নেকি? অর্থাৎ চৰকাৰী ঠিকাৰ বিনিময়ত এই ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক শাসক দললৈ শকত ধনৰ বৰঙণি

দিবলৈ বাধ্য কৰোৱা হৈছে নেকি? যদি সেয়াই হৈছে এনে ব্যৱস্থাই সুহৃদ-পুঁজিবাদ, দুর্নীতি, ভ্ৰষ্টাচাৰ গঢ় দিয়াৰো প্ৰবল আশংকা আছে। অসম-উত্তৰ-পূবত ঠিকাদাৰৰ অৰ্থনীতি

উল্লেখ্য যে ২০১৭ত বিজেপিয়ে নির্বাচনী বণ্ড ব্যৱস্থাৰ সংযোজন ঘটোৱাৰ লগে লগে এক বৈধ সুহৃদ পুঁজিবাদৰ আশংকা প্রবল হৈ উঠে। বহুতে আশংকা কৰে যে পুঁজিপতি গোষ্ঠীয়ে বৃহৎ পৰিমাণৰ হিচাপ বহির্ভূত ধন গোপনে বেংক ব্যৱস্থাৰ মাধ্যমৰে ৰাজনৈতিক দললৈ আগবঢ়াব পাৰে। এনে চৰ্চাৰ মাজতে অৱশেষত ২০২৪ত উচ্চতম ন্যায়ালয়ে নির্বাচনী বণ্ড ব্যৱস্থাক অসাংবিধানিক আখ্যা দি বাতিল কৰে। নির্বাচনী বণ্ড সম্পৰ্কত ‘অবজাৰভাৰ ৰিছাৰ্চ ফাউণ্ডেছন’ শীৰ্ষক সংস্থাৰ জ্যেষ্ঠ সভ্য নিৰঞ্জন চাহুৱে মতপোষণ কৰে যে নির্বাচনী বণ্ডৰে দান সংগ্ৰহৰ পূৰ্বে দেশত অজ্ঞাত উৎসৰ পৰা ৰাজনৈতিক দলে সংগ্ৰহ কৰা দানৰ পৰিমাণ ৬০ৰ পৰা ৭০ শতাংশ আছিল। নির্বাচন বণ্ড আঁচনি সংযোজন হোৱাৰ লগে লগে ইয়াৰ পৰিমাণ বৃদ্ধি পায়। নির্বাচনী বণ্ড বাতিল কৰাৰ পাছত এনে দানৰ পৰিমাণ ৬২ৰ পৰা ৬৫ শতাংশৰ মাজত আছে বুলি চাহুৱে মতপোষণ কৰে। সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ অহা অনুসৰি উত্তৰ-পূবত ঠিকাদাৰৰ অর্থনীতি গঢ়ি উঠিছে। বহিৰাগত প্রতিষ্ঠানে ঠিকা লাভৰ বাবে অঞ্চলটোৰ একাংশ ক্ষমতাশীল ৰাজনৈতিকৰ স’তে ঘনিষ্ঠভাৱে কাম কৰি আছে। এই ব্যৱস্থাক দেশৰ উত্তৰ-পূবৰ ঠিকাদাৰ-অর্থনীতি বুলি আখ্যা দিব পাৰি।

২০ হেজাৰ টকাতকৈ অধিক বৰঙণি দিয়া একক দাতাৰ সংখ্যা, তালিকাত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ ঘনিষ্ঠও

সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ অহা অনুসৰি ২০২২-২৩ বিত্তীয় বর্ষত অসমত শাসক বিজেপিলৈ ২০ হেজাৰ টকাতকৈ অধিক দান দিয়া একক দাতাৰ সংখ্যা আছিল ২২৪ জন। বর্ষটোত এইসকলে মুঠতে ৫,৯৬,১৭,০০০ টকা শাসক দললৈ বৰঙণি দিয়ে। একেদৰে ২০২৩-২৪ত ৰাজ্যত এনে দাতাৰ সংখ্যা আছিল ৩৯৯ জন। বর্ষটোত এইসকলে মুঠ ৫০,০৮,৬১,০১৫ টকাৰ বৰঙণি দিয়ে। পোহৰলৈ অহা তথ্য অনুসৰি ২০২৩-২৪ত বিজেপিলৈ অসমস্থিত ধানুকা গ্রুপে ৩.৩৫ কোটি টকা দান দিয়ে। ইয়াৰ পূৰ্বৰ বিত্তীয় বৰ্ষত অৰ্থাৎ ২০২২-২৩ত প্রতিষ্ঠানটোৱে শাসক দললৈ দিয়া দানৰ পৰিমাণ আছিল ৯০ লাখ টকা।

উল্লেখ্য যে ধানুকা গ্ৰুপৰ অশোক কুমাৰ ধানুকাৰ বিৰুদ্ধে ২০২২ত এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। উক্ত বর্ষত ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক ক্ৰয় কৰি চৰকাৰ ভঙাৰ ষড়যন্ত্ৰত জড়িত হোৱা বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল। এই সংক্রান্তীয় গোচৰ কি পৰ্যায়ত আছে সেই সম্পর্কে জনা নাযায়। ধানুকা মুখ্যমন্ত্রী ড° শৰ্মাৰ স’তে ঘনিষ্ঠ বুলি চর্চা হয়। পূর্বে ৰিণিকি ভূঞা শর্মা সঞ্চালকৰূপে থকা বশিষ্ঠ ৰিয়েলটৰ্ছ নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক হয় অশোক ধানুকা। ২০২১-২২ত ধানুকা পৰিয়াল নিয়ন্ত্রিত ঘনশ্যাম ফার্মাচিউটিকেলছে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ঠিকা লাভ কৰে।

পোহৰলৈ অহা তথ্য অনুসৰি মেঘালয়ত মুখ্য কার্যালয় অৱস্থিত ষ্টাৰ চিমেন্টে ২০২৩-২৪ত বিজেপিলৈ পাঁচ কোটি টকাৰ বৰঙণি দিয়ে। ইয়াৰ পূৰ্বৰ তিনিটা বছৰতো প্রতিষ্ঠানটোৱে শাসক দললৈ মুঠ ৬.৬৮ কোটি টকাৰ বৰঙণি দিয়ে। উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীত অনুষ্ঠিত এডভান্টেজ আছাম ২.০ ব্যৱসায় সম্মিলনৰ সময়ত অসম চৰকাৰ আৰু ষ্টাৰ চিমেন্টে ৩২ কোটিটকীয়া চিমেন্ট প্ৰকল্পৰ বাবে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ পূৰ্বৰ পৰা অৰ্থাৎ ২০১৯ৰ পৰা ষ্টাৰ চিমেন্টে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সীমান্ত পথ সংস্থা (বিআৰঅ’), ভাৰতীয় তেল নিগম, এনএইছপিচি, অসম, মণিপুৰ, অৰুণাচল প্রদেশ, নগালেণ্ড আৰু ত্ৰিপুৰাৰ চৰকাৰী বিভাগসমূহৰ পৰা কমেও ১৮ টা ঠিকা লাভ কৰে।

অৱশ্যে প্রতিষ্ঠানটোৱে ২০২৩-২৪ত তৃণমূল কংগ্রেছলৈ এক কোটি আৰু বেলতলা ব্লক কংগ্রেছ সমিতিলৈ এক লাখ টকাৰ বৰঙণি দিয়ে। এই সম্পৰ্কত প্রতিষ্ঠানটোৱে সাংবাদিকক কয়, ‘প্রয়োজনীয় অনুমোদন সংগ্ৰহ কৰাৰ পাছত আইনগত ব্যৱস্থা কঠোৰভাৱে মানি চলি আমাৰ প্ৰতিষ্ঠানে ৰাজনৈতিক দলসমূহলৈ বৰঙণি আগবঢ়ায়। এই দান-বৰঙণিৰ সবিশেষ তথ্য আমাৰ বাৰ্ষিক প্রতিবেদনত সম্পূৰ্ণৰূপে উল্লেখ আছে। পৰিদৰ্শনৰ বাবে এইসমূহ তথ্য ৰাজহুৱা কৰা হৈছে। আমাৰ প্ৰতিষ্ঠানসমূহে ৰাজনৈতিক দলসমূহৰ মাজত বৈষম্য নকৰে আৰু সকলো প্ৰধান ৰাষ্ট্ৰীয় দললৈ বৰঙণি আগবঢ়াইছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJP
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d