Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AJP:বাংলাদেশৰ মৌলবাদী উত্থানক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদ

সীমান্ত নিৰাপত্তা অধিক কটকটীয়া কৰাৰ দাবী, কা'ৰ জৰিয়তে অনুপ্ৰেশকাৰীয়ে নাগৰিকত্ব লব নোৱাৰাৰ বাবে জাগ্ৰত হৈ থাকিবলৈ আহ্বান

publisher by publisher
December 20, 2025
in Assam
Reading Time: 1 min read
0
AJP:বাংলাদেশৰ মৌলবাদী উত্থানক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

AJP Pressmeet:এগজিট প’ল সন্দৰ্ভত সংবাদমেল সম্বোধন লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ

Lurinjyoti Gogoi:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ পৰীক্ষাৰ্থীক শুভেচ্ছা আৰু অভিনন্দন অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ

Nomination Filed Lurinjyoti Gogoi :বৃহৎ সমদলৰে লুৰীণজ্যোতি গগৈৰ মনোনয়ন পত্র দাখিল

AJP:

বাংলাদেশৰ শেহতীয়া ঘটনাপ্ৰৱাহক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, বাংলাদেশৰ ঘটনাৱলী অসমৰ বাবে উদ্বেগজনক এই কাৰণে যে এফালে সেই দেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত (হিন্দু ধৰ্মাৱলম্বী) হৈ থকা নিৰ্যাতন মানৱতাবিৰোধী, আৰু আনহাতে উক্ত নিৰ্যাতনৰ ফলত সেই দেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ হ’ব পাৰে।

ADVERTISEMENT

আজি এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ধৰ্মীয় উন্মাদনা কিমান বিভৎস আৰু ভয়াৱহ, সেয়া চুবুৰীয়া দেশখনৰ শেহতীয়া পৰিস্থিতিয়ে প্ৰমাণ কৰে। বাংলাদেশ মৌলবাদীৰ হাতলৈ গ’লে আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব ভাৰত – বিশেষকৈ অসম। গতিকে দেশখনৰ মৌলবাদ নিয়ন্ত্ৰণত ভাৰতৰ এটা ভূমিকা থকা উচিত। ভাৰত চৰকাৰে প্ৰয়োজনত বিষয়টো আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰাৰ কথাও চিন্তা কৰা উচিত। বিশেষকৈ তাত সংখ্যালঘু হিন্দু লোকৰ ওপৰত মৌলবাদী শক্তিয়ে কৰা আক্ৰমণৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় মহলৰ দৃষ্টি আকৰ্ষণৰে দেশখনৰ ওপৰত কূটনৈতিক হেঁচা প্ৰয়োগ কৰা প্ৰয়োজন। যদি তৎস্বত্বেও তেওঁলোক নিয়ন্ত্ৰণলৈ নাহে, তেতিয়াহ’লে ভাৰতে সামৰিক শক্তি প্ৰয়োগৰ কৰি হ’লেও দেশখনৰ সংখ্যালঘু লোকৰ নিৰাপত্তা নিশ্চিত কৰিব পাৰে বুলি দেশখনলৈ এটা বাৰ্তা দিয়া উচিত।

আনহাতে, বাংলাদেশত হৈ থকা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত সেই দেশৰ ধৰ্মীয় সংখ্যালঘু (হিন্দু) লোকৰ ভাৰতলৈ অবৈধ অনুপ্ৰৱেশ ঘটাৰ সম্ভাৱনা ব্যক্ত কৰি জাতীয় পৰিষদৰ সভাপতি গগৈ আৰু সাধাৰণ সম্পাদক ভূঞাই কয় যে দেশখনৰ অশান্ত পৰিস্থিতিৰ বাবে তাৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ হোৱাটো নতুন কথা নহয়। তেনে সমস্যাৰ আটাইতকৈ ডাঙৰ ভূক্তভোগী অসম ৰাজ্য। বৰ্তমানৰ পৰিস্থিতিৰ ফলত তাৰ পৰা অবৈধ অনুপ্ৰৱেশ হ’লে অসমেই উক্ত বোজা লব লাগিব। গতিকে দেশখনৰ পৰা যাতে ভাৰতলৈ অনুপ্ৰৱেশ ঘটিব নোৱাৰে, তাৰ বাবে সীমান্তৰ পহৰা অধিক কটকটীয়া কৰাৰ লগতে তাৰ পৰা পলায়ন কৰি অহা লোকে কা’ৰ জৰিয়তে যাতে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিব নোৱাৰে, তাৰ প্ৰতিও চৰকাৰ সচেষ্ট হৈ থাকিব লাগিব। আনকি এই ক্ষেত্ৰত অসমৰ ৰাইজকো জাগ্ৰত হৈ থাকিবলৈ জাতীয় পৰিষদে আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ajp Reactionbangladesh situationjagdish bhuyanlurinjuoti gogoi
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d