Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nalbari Incident:বৰদিন উদযাপনৰ বিৰোধিতাৰে উদ্ভণ্ডালি কৰাৰ অভিযোগত আটকাধীন হিন্দুত্ববাদী সংগঠনৰ পাঁচ নেতাক নলবাৰী চিজেএম আদালতত হাজিৰ

নলবাৰী কাণ্ডক লৈ প্রতিক্রিয়া প্রকাশ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ, উদ্ভণ্ডালি ঘটনাৰে জড়িত দুষ্কৃতিকাৰীক কঠোৰ শাস্তি দিয়া হ'ব:মুখ্যমন্ত্ৰী

publisher by publisher
December 26, 2025
in Assam, Crime
Reading Time: 1 min read
0
Nalbari Incident:বৰদিন উদযাপনৰ বিৰোধিতাৰে উদ্ভণ্ডালি কৰাৰ অভিযোগত আটকাধীন হিন্দুত্ববাদী সংগঠনৰ পাঁচ নেতাক নলবাৰী চিজেএম আদালতত হাজিৰ
2
SHARES
15
VIEWS
ShareShareShareShare

Nalbari Incident:

নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত পানীগাঁওস্থিত ছেইণ্ট মেৰীজ ইংলিছ স্কুলত বৰদিন উদযাপনৰ সামগ্রী লণ্ডভণ্ড কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱা হিন্দুত্ববাদী সংগঠনৰ চাৰি নেতা ক্ৰমে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা, উপ-সভাপতি মানস পাটগিৰি, সহকাৰী সম্পাদক বিজু দত্ত আৰু বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়নমণি তালুকদাৰক শুকুৰবাৰে নলবাৰী আৰক্ষীয়ে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি নিজৰ জিন্মাত লয় ৷

ADVERTISEMENT

WhatsApp Image 2025 12 26 at 3.00.48 PMআনহাতে নলবাৰী কাণ্ডক লৈ সামাজিক মাধ্যমযোগে তীপ্রতিক্রিয়া প্রকাশ কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত পানীগাঁওস্থিত ছেইণ্ট মেৰীজ ইংলিছ স্কুলত বৰদিন উদযাপনৰ সামগ্রী লণ্ডভণ্ড কৰা ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীসকলক আটক কৰা হৈছে। অসম আৰক্ষীয়ে তৎক্ষণাত এই বিয়য়ত ব্যৱস্থা গ্রহণ কৰিছে আৰু আইন অনুসাৰে আগলৈকে অধিক কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব। ৰাজ্যজুৰি শান্তি-সম্প্রীতি বজাই ৰখাৰ লগতে সকলো প্রতিষ্ঠান আৰু নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি সম্পূৰ্ণৰূপে প্রতিশ্রুতিবদ্ধ।

RelatedPosts

Second Hearing 22 December:কামৰূপ চিজেএম আদালতত ভিডিঅ কনফাৰেন্সযোগে সমাপ্ত হ’ল জুবিন হত্যাকাণ্ডৰ শুনানি

First hearing of Zubeen Garg Death Case: মঙলবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি

CM Reactions:জুবিন গাৰ্গ মৃত্যু ঘটনাৰ চার্জশীট দাখিলৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

উল্লেখ্য যে বুধবাৰে দিন-দুপৰতে নলবাৰীৰ পানীগাঁও স্থিত ছেইণ্ট মেৰীজ স্কুলত বৰদিনৰ প্রস্তুতিত ব্যাঘাত জন্মাই বৰদিন পালনত ব্যৱহৃত বিভিন্ন সামগ্রী কাঢ়ি আনি জ্বলাই দিছিল বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ একাংশ নেতা-কর্মীয়ে। পাছত বিদ্যালয় কর্তৃপক্ষৰ অভিযোগৰ ভিত্তিত বেলশৰ আৰক্ষীয়ে ঘটনা সংক্রান্তত এটা গোচৰ ৰুজু কৰে। আনহাতে, এই দুই হিন্দুত্ববাদী সংগঠনৰ নেতা-কর্মীৰ এনে উদ্ভণ্ডালিক লৈ চৌদিশে প্রবল প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

পাছত বৃহস্পতিবাৰে আৰক্ষীয়ে ঘটনা সংক্রান্তত বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা, উপ-সভাপতি মানস পাটগিৰি, সহকাৰী সম্পাদক বিজু দত্ত আৰু বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়নমণি তালুকদাৰক গ্ৰেপ্তাৰ কৰে। এই চাৰিজনক আৰক্ষীয়ে নলবাৰী চহৰৰ ৰিদ্ধি-সিদ্ধি হোটেলৰ ওচৰৰ পৰা কৰায়ত্ত কৰি থানালৈ নিয়ে। তেওঁলোকৰ সতীৰ্থসকলৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। অভিযোগ অনুসৰি এই চাৰি নেতাৰ নেতৃত্বতপবিত্ৰ বৰদিনৰ প্রাকমুহূর্তত একাংশই তাণ্ডৱ চলাই ছেইন্ট মেৰীজ স্কুলৰ বেনাৰ, পোষ্টাৰ ফালি পেলোৱাৰ উপৰি যীশুখ্ৰীষ্টৰ মূর্তি পর্যন্ত দলিয়াই পেলায়। আনকি বিদ্যালয় চৌহদত দলটোৱে জয় শ্ৰীৰাম ধ্বনি দি কোনো কাৰণতে বৰদিন উদ্যাপন নকৰিবলৈ বিদ্যালয় কর্তৃপক্ষক ভাবুকিও দিয়ে।

ইয়াৰ পাছতে দলটোৱে নলবাৰী চহৰৰ বিভিন্ন শ্বপিং মলত প্ৰৱেশ কৰি বৰদিন উদ্যাপন ব্যৱহৃত বিভিন্ন সামগ্ৰী দোকানৰ পৰা কাঢ়ি নি জুলাই ছাৰখাৰ কৰে। বৃহস্পতিবাৰৰ ঘটনাৰ পাছতে ছেইন্ট মেৰীজ স্কুলৰ মুৰব্বী ফাদাৰ বাইজু ছেবাষ্টিয়ানে জিলা আৰক্ষী অধীক্ষককো ঘটনা সম্পর্কে অভিযোগ দিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: christmas Incidentcjm courtFour leader arrestedNalbari Police
publisher

publisher

Related Posts

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

April 26, 2026
Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

April 25, 2026
উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d