Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nalbari Incident:বৰদিন উদযাপনৰ বিৰোধিতাৰে উদ্ভণ্ডালি কৰাৰ অভিযোগত আটকাধীন হিন্দুত্ববাদী সংগঠনৰ পাঁচ নেতাক নলবাৰী চিজেএম আদালতত হাজিৰ

নলবাৰী কাণ্ডক লৈ প্রতিক্রিয়া প্রকাশ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ, উদ্ভণ্ডালি ঘটনাৰে জড়িত দুষ্কৃতিকাৰীক কঠোৰ শাস্তি দিয়া হ'ব:মুখ্যমন্ত্ৰী

publisher by publisher
December 26, 2025
in Assam, Crime
Reading Time: 1 min read
0
Nalbari Incident:বৰদিন উদযাপনৰ বিৰোধিতাৰে উদ্ভণ্ডালি কৰাৰ অভিযোগত আটকাধীন হিন্দুত্ববাদী সংগঠনৰ পাঁচ নেতাক নলবাৰী চিজেএম আদালতত হাজিৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

Second Hearing 22 December:কামৰূপ চিজেএম আদালতত ভিডিঅ কনফাৰেন্সযোগে সমাপ্ত হ’ল জুবিন হত্যাকাণ্ডৰ শুনানি

First hearing of Zubeen Garg Death Case: মঙলবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি

Nalbari Incident:

নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত পানীগাঁওস্থিত ছেইণ্ট মেৰীজ ইংলিছ স্কুলত বৰদিন উদযাপনৰ সামগ্রী লণ্ডভণ্ড কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱা হিন্দুত্ববাদী সংগঠনৰ চাৰি নেতা ক্ৰমে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা, উপ-সভাপতি মানস পাটগিৰি, সহকাৰী সম্পাদক বিজু দত্ত আৰু বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়নমণি তালুকদাৰক শুকুৰবাৰে নলবাৰী আৰক্ষীয়ে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি নিজৰ জিন্মাত লয় ৷

ADVERTISEMENT

আনহাতে নলবাৰী কাণ্ডক লৈ সামাজিক মাধ্যমযোগে তীপ্রতিক্রিয়া প্রকাশ কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত পানীগাঁওস্থিত ছেইণ্ট মেৰীজ ইংলিছ স্কুলত বৰদিন উদযাপনৰ সামগ্রী লণ্ডভণ্ড কৰা ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীসকলক আটক কৰা হৈছে। অসম আৰক্ষীয়ে তৎক্ষণাত এই বিয়য়ত ব্যৱস্থা গ্রহণ কৰিছে আৰু আইন অনুসাৰে আগলৈকে অধিক কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব। ৰাজ্যজুৰি শান্তি-সম্প্রীতি বজাই ৰখাৰ লগতে সকলো প্রতিষ্ঠান আৰু নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি সম্পূৰ্ণৰূপে প্রতিশ্রুতিবদ্ধ।

উল্লেখ্য যে বুধবাৰে দিন-দুপৰতে নলবাৰীৰ পানীগাঁও স্থিত ছেইণ্ট মেৰীজ স্কুলত বৰদিনৰ প্রস্তুতিত ব্যাঘাত জন্মাই বৰদিন পালনত ব্যৱহৃত বিভিন্ন সামগ্রী কাঢ়ি আনি জ্বলাই দিছিল বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ একাংশ নেতা-কর্মীয়ে। পাছত বিদ্যালয় কর্তৃপক্ষৰ অভিযোগৰ ভিত্তিত বেলশৰ আৰক্ষীয়ে ঘটনা সংক্রান্তত এটা গোচৰ ৰুজু কৰে। আনহাতে, এই দুই হিন্দুত্ববাদী সংগঠনৰ নেতা-কর্মীৰ এনে উদ্ভণ্ডালিক লৈ চৌদিশে প্রবল প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

পাছত বৃহস্পতিবাৰে আৰক্ষীয়ে ঘটনা সংক্রান্তত বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা, উপ-সভাপতি মানস পাটগিৰি, সহকাৰী সম্পাদক বিজু দত্ত আৰু বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়নমণি তালুকদাৰক গ্ৰেপ্তাৰ কৰে। এই চাৰিজনক আৰক্ষীয়ে নলবাৰী চহৰৰ ৰিদ্ধি-সিদ্ধি হোটেলৰ ওচৰৰ পৰা কৰায়ত্ত কৰি থানালৈ নিয়ে। তেওঁলোকৰ সতীৰ্থসকলৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। অভিযোগ অনুসৰি এই চাৰি নেতাৰ নেতৃত্বতপবিত্ৰ বৰদিনৰ প্রাকমুহূর্তত একাংশই তাণ্ডৱ চলাই ছেইন্ট মেৰীজ স্কুলৰ বেনাৰ, পোষ্টাৰ ফালি পেলোৱাৰ উপৰি যীশুখ্ৰীষ্টৰ মূর্তি পর্যন্ত দলিয়াই পেলায়। আনকি বিদ্যালয় চৌহদত দলটোৱে জয় শ্ৰীৰাম ধ্বনি দি কোনো কাৰণতে বৰদিন উদ্যাপন নকৰিবলৈ বিদ্যালয় কর্তৃপক্ষক ভাবুকিও দিয়ে।

ইয়াৰ পাছতে দলটোৱে নলবাৰী চহৰৰ বিভিন্ন শ্বপিং মলত প্ৰৱেশ কৰি বৰদিন উদ্যাপন ব্যৱহৃত বিভিন্ন সামগ্ৰী দোকানৰ পৰা কাঢ়ি নি জুলাই ছাৰখাৰ কৰে। বৃহস্পতিবাৰৰ ঘটনাৰ পাছতে ছেইন্ট মেৰীজ স্কুলৰ মুৰব্বী ফাদাৰ বাইজু ছেবাষ্টিয়ানে জিলা আৰক্ষী অধীক্ষককো ঘটনা সম্পর্কে অভিযোগ দিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: christmas Incidentcjm courtFour leader arrestedNalbari Police
publisher

publisher

Related Posts

মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম
Assam

October 20, 2026
বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

October 19, 2026
কাতি বিহুৰ দিনা পুনৰ নগাঁৱত বুলড ‘জাৰৰে উৎখাত ৫৬০ পৰিয়ালক

মহানগৰীৰ পূজাত দিন-ৰাতি একাকাৰ
Assam

মহানগৰীৰ পূজাত দিন-ৰাতি একাকাৰ

October 19, 2026
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d