Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati:ছয় জনগোষ্ঠী জনজাতিকৰণৰ চৰকাৰৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন বাতিলৰ দাবী সোনোৱাল কছাৰী জাতীয় সংগঠন সমূহৰ

খেৰণিত হোৱা পৰিস্থিতিক লৈ সোনোৱাল কছাৰী জাতীয় সংগঠনৰ তীব্ৰ নিন্দা সংবাদমেলত

publisher by publisher
December 29, 2025
in Assam
Reading Time: 1 min read
0
Guwahati:ছয় জনগোষ্ঠী জনজাতিকৰণৰ চৰকাৰৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন বাতিলৰ দাবী সোনোৱাল কছাৰী জাতীয় সংগঠন সমূহৰ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Guwahati:

সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থা, সোনোৱাল কছাৰী যুৱ পৰিষদ আৰু সদৌ সোনোৱাল কছাৰী সমাজে ২৫ ডিচেম্বৰত নতুন দিল্লীত ভাৰতবৰ্ষৰ গৃহমন্ত্রী অমিত শ্বাহে অসমৰ মিচিং, তিৱা আৰু ৰাভা হাচঙ স্বায়ত্ত শাসিত পৰিষদক ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসুচীত অন্তভুক্ত কৰিবলৈ তিৱা, ৰাভা আৰু মিচিং সংগঠন সমূহৰ নেতৃবৃন্দ আৰু স্বায়ত্ত শাসিত পৰিষদ সমূহৰ মুৰব্বীসকলৰ সৈতে এক যৌথ আলোচনাত মিলিত হৈ যি প্রস্তাৱ আগবঢ়াইছে ইয়াক লৈ আজি সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি মিলন সোনোৱালে সংবাদমেলৰ জৰিয়তে আদৰণি জনাই কয় যে ,অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰু মাননীয় শিক্ষা, ভৈয়াম জনজাতি কল্যান আৰু পিছপৰা শ্ৰেণী বিভাগৰ মন্ত্রী ডা’ ৰণোজ পেগুৰ উপস্থিতিত মিচিং, তিৱা আৰু ৰাভা সকলৰ সংবিধানৰ ষষ্ঠ অনুসুচী প্ৰদানৰ বাবে কেন্দ্রীয় চৰকাৰৰ গৃহ বিভাগৰ এক সচিব পৰ্যায়ৰ বিষয়াক মধ্যস্থতাকাৰী হিচাবে নিয়োগ কৰিবলৈ যি প্রক্রিয়া গ্রহণ কৰিছে ই নিশ্চয় স্বায়ত্ত শাসিত পৰিষদ কেইখনে সাংবিধানিক মর্যদা লাভ কৰাত এখোজ আগুৱাই নিব। কিয়নো অহা ২০২৬ বৰ্ষৰ জানুৱাৰী মাহত প্রতিবেদন দাখিল কৰাৰ যি সময়সীমা ধাৰ্য কৰা হৈছে ই কাৰ্যকৰী হলে নিশ্বয় অসমৰ ভৈয়াম জনজাতি সকলৰ বাবে হব এক যুগান্তকাৰী পদক্ষেপ। অসমৰ সোনোৱাল কছাৰী জাতীয় সংগঠন সমূহে মিচিঙ, তিৱা আৰু ৰাভা সকলৰ লগতে সোনোৱাল কছাৰী, দেউৰী আৰু ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদকো একেটা ব্যৱস্থাৰ জৰিয়তে সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তভুক্ত কৰিবলৈ এই সংবাদমেলৰ যোগেদি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো । লগতে তেওঁ কেৱল ভৈয়াম জনজাতি সকলৰ স্বায়ত্ত শাসিত পৰিষদ সমূহেই নহয় অসমৰ সকলো ভৈয়াম জনজাতি সকলৰ অঞ্চলকো ষষ্ঠ অনুসুচীত অন্তভুক্ত কৰিবলৈ দাবী জনায়। ইতিমধ্যে গঠিত হোৱা আৰু পৰচালিত হৈ থকা স্বায়ত্ত শাসিত পৰিষদ সমূহৰ সাংবিধানিক অধিকাৰ নথকাৰ বাবে পৰিষদ সমূহ এক পুতলা চৰকাৰত পৰিণত হৈছে আৰু ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক ভাৱে জনজাতি জনসাধাৰণ অসুৰক্ষিত হৈ পৰিছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে । এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু শিক্ষা, ভৈয়াম জনজাতি কল্যান আৰু পিছপৰা শ্ৰেণী বিভাগৰ মন্ত্রী ডা” ৰণোজ পেগুক বিশেষভাৱে উদ্যোগ লবলৈও দাবী ও অনুৰোধ জনাই সভাপতি গৰাকীয়ে।

ADVERTISEMENT

সদৌ অসম সোনোৱাল কছাৰী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক বুধিন সোনোৱালে
অসমৰ টাই আহোম, কোঁচ ৰাজবংশী, মৰাণ, মটক, চাহ জনগোষ্ঠী তথা আদিবাসী আৰু চুতীয়া সকলক শেহতীয়াকৈ অনুসুচীত জনজাতি তালিকাভুক্ত কৰিবলৈ যোৱা ২৯ নবেম্বৰত অসম বিধান সভাত অসম চৰকাৰৰ মন্ত্ৰীগোটে যি প্রতিবেদন দাখিল কৰিছে ইয়াক বাতিল কৰিবলৈ আজিৰ সংবাদ মেলৰ যোগেদি দাবী জনাই কয় যে ,অসমৰ ছয় জনগোষ্ঠীৰ প্রায় ২ কোটিৰ ওচৰা ওচৰি জনসংখ্যাক অনুসূচীত জনজাতি হিচাবে স্বীকৃতি দিয়াৰ অবৈজ্ঞানিক প্রচেষ্টাই বৰ্তমানৰ জনজাতি সকলক সম্পূর্ণ ভাৱে নিঃশেষ আৰু পশ্চোদগামী কৰিব ই ধুৰূপ। অসমৰ ছয় জনগোষ্ঠীয়ে সকলো ধৰণৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক নিৰাপত্তা লাভ কৰা আৰু সাংবিধানিক ভাৱে সুৰক্ষিত হোৱাৰ আমি কেতিয়াও বিৰোধী নহয়। কিন্তু অসমৰ জনজাতি সকলক ক্ষতি কৰা এই সমস্যাৰ যদি মিমাংসা কৰিব বিচৰা হয় তেতিয়া নিশ্চয় জনজাতি সকল অস্তিত্বৰ সংকটত পৰিব। অসমৰ বৌদ্ধিক সমাজ, সংবাদ মাধ্যম আৰু চৰকাৰত বিষয়টোৰ খৰতকীয়া সমাধানৰ সলনি গভীৰ বিশ্লেষণৰে হে সমাধান কৰিবলৈ এই সংবাদ মেলৰ জৰিয়তে আহ্বান জনোৱা হ’ল।

সংবাদমেলত সদৌ সোণোৱাল কছাৰী সমাজৰ সাধাৰণ সম্পাদক দীপক শইকীয়াই কয় যে ,সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ দ্বিতীয়টো সাধাৰণ নির্বাচন যোৱা ২০১৯ বৰ্ষৰ জানুৱাৰী মাহতেই অনুষ্ঠিত হৈছিল যদিও তৃতীয়টো সাধাৰণ নির্বাচন আজিৰ তাৰিখলৈ অনুস্থিত নকৰি ২০১৯ বৰ্ষৰ নিৰ্বাচিত একেখনি সদস্য পাৰিষদকে ৭ বছৰ ধৰি ক্ষমতাত অধিস্থিত কৰি ৰাখি অসম চৰকাৰে সোনোৱাল কছাৰী জনসাধাৰণৰ সকলো গণতান্ত্রিক অধিকাৰ খৰ্ব কৰি আৰু আৱেগ অনুভূতিক ভৰিৰে মোহাৰি যি পদক্ষেপ গ্রহণ কৰিছে ইয়াক সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থা, সোনোৱাল কছাৰী যুৱ পৰিষদ আৰু সদৌ সোনোৱাল কছাৰী সমাজে তীব্রভাবে গৰিহণা দিছোঁ আৰু অহা ২০২৬ বৰ্ষৰ অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে পৰিষদৰ সাধাৰণ নির্বাচন অনুষ্ঠিত কৰিবলৈ আজিৰ সংবাদ মেলৰ যোগেদি দাবী জনাইছো । তেওঁ লগতে কয় যে,ইতিমধ্যে অসম চৰকাৰে যোৱা ২১ জুলাইত নির্দেশনা নং ই ২৯২৭১১/৬৯১ন যোগে এখনি অধিসূচনাৰ জৰিয়তে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ পূৰ্বৰ নির্বাচিত সদস্যসকলক লৈ গঠন কৰা অন্তর্বতকালীন পৰিষদখনে যোৱা ২২ ডিচেম্বৰত পৰিষদৰ মুখ্য কাৰ্যালয়ত শপত গ্রহণ কৰি পৰিষদৰ নির্বাচন অনুস্থিত নকৰাৰ শেষ গজাঁলটো যে মাৰিলে ইয়াক সকলো সোনোৱাল কছাৰী ৰাইজে আজি উচিত ভাৱেই বুজি উঠিবলৈ সক্ষম হৈছে। তদুপৰি অন্তর্বতীকালীন পৰিষদখনত দুগৰাকী অতি দুর্নীতি গ্রস্ত সদস্য যাৰ বিৰুদ্ধে চৰকাৰী তদন্ত চলি আছে দীপুৰঞ্জন মাক্রাৰী আৰু ধীৰেণ সোনোৱালক অন্তভুক্ত কৰি অসম চৰকাৰে সমগ্ৰ সোনোৱাল কছাৰী জনসাধাৰণকেই যে ভেঙুচালি কৰিছে ই চিৰসত্য। পৰিষদ আৰু অসম চৰকাৰৰ এই জনবিৰোধী সিদ্ধান্ত শাসনাধিস্ত দলৰ পুতৌলগা স্বৰূপ বুলিও সোনোৱাল কছাৰী জাতীয় সংগঠন সমূহে এই সংবাদ মেলৰ যোগে অভিহিত কৰিছে। লগতে এই সংবাদ মেলৰ যোগেদি জনাও যে, পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত ভি জি আৰ আৰু পি জি আৰত বাস কৰা অবৈধ বেদখল কাৰী সকলক উচ্ছেদ কৰাৰ দাবীত কার্বি দল সংগঠন আৰু ৰাইজে দীর্ঘদীন ধৰি গণতান্ত্রিক আন্দোলন আৰু বিশেষকৈ আমৰণ অনশন কাৰ্যসূচী নিৰূপন কৰি আহিছিল যদিও যোৱা ২২ ডিচেম্বৰত অনশনকাৰী সকলৰ অসুস্থতাৰ অজুহাতত অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে কেইগৰাকীমান অনশনকাৰীক অনশনস্থলীৰ পৰা বলপূর্বক ভাৱে উঠাই আনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ পিছতে খেৰণিত যি পৰিস্থিতিৰ সৃষ্টি হল আৰু খিলঞ্জীয়া কার্বি লোক সকলক এচাম বহিৰাগত হিন্দীভাষী লোকে কার্বি গ’বেক, কার্বি চাইনিজ আদি আখ্যাৰে যি নিকৃষ্ট পন্থাৰে প্ৰত্যাহ্বান জনালে ইয়াক সোনোৱাল কছাৰী জাতীয় সংগঠন সমূহে তীব্র ভাষাৰে আজিৰ সংবাদ মেলৰ যোগেদি নিন্দা কৰিছোঁ। অসমৰ কলম্বাছ বা অসমৰ আবিষ্কাৰক বুলি কোৱা কাৰ্বি সকলক নিজ ভূমিতেই উভতি ধৰা বহিৰাগত লোক সকল সম্পূর্ণ চৰকাৰী পৃষ্ঠপোষকতাতেই যে উক্ত উঞ্চলত অবৈধ ভাৱে বসবাস কৰিবলৈ সাহস গোটাব পাৰিছে ই আজিৰ সময়ত অসমৰ সকলো দল সংগঠন বা সচেতন ৰাইজে বুজি উঠিব পাৰিছে। উক্ত ঘটনাৰ পৰিশেষত অসম আৰক্ষীৰ গুলী চালনাত নিহত হোৱা কার্বি লোক বা ব্যক্তি জনক সোনোৱাল কছাৰী জাতীয় সংগঠন সমূহে ইয়াৰ জৰিয়তে গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছোঁ। সম্প্রতি অসম চৰকাৰৰ লগত আন্দোলনকাৰী সকলৰ যি চুক্তি হল ইয়াকো খৰতকীয়াকৈ ৰূপায়ন কৰিবলৈ দাবী জনোৱা হৈছে।

আজি দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী যুৱ পৰিষদ , সদৌ সোণোৱাল কছাৰী সমাজ , সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী যুৱ পৰিষদ আৰু সদৌ সোণোৱাল কছাৰী সমজ সংবাদমেলত উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All Assam Sonowal Kachari Student UnionGuwahatiPressmeet
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত
Assam

জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

May 8, 2026
সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ
Assam

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ
News

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

May 7, 2026
মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ
Assam

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

May 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d