Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

    দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

    ‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

    চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati:ছয় জনগোষ্ঠী জনজাতিকৰণৰ চৰকাৰৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন বাতিলৰ দাবী সোনোৱাল কছাৰী জাতীয় সংগঠন সমূহৰ

খেৰণিত হোৱা পৰিস্থিতিক লৈ সোনোৱাল কছাৰী জাতীয় সংগঠনৰ তীব্ৰ নিন্দা সংবাদমেলত

publisher by publisher
December 29, 2025
in Assam
Reading Time: 1 min read
0
Guwahati:ছয় জনগোষ্ঠী জনজাতিকৰণৰ চৰকাৰৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন বাতিলৰ দাবী সোনোৱাল কছাৰী জাতীয় সংগঠন সমূহৰ
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

Guwahati:

সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থা, সোনোৱাল কছাৰী যুৱ পৰিষদ আৰু সদৌ সোনোৱাল কছাৰী সমাজে ২৫ ডিচেম্বৰত নতুন দিল্লীত ভাৰতবৰ্ষৰ গৃহমন্ত্রী অমিত শ্বাহে অসমৰ মিচিং, তিৱা আৰু ৰাভা হাচঙ স্বায়ত্ত শাসিত পৰিষদক ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসুচীত অন্তভুক্ত কৰিবলৈ তিৱা, ৰাভা আৰু মিচিং সংগঠন সমূহৰ নেতৃবৃন্দ আৰু স্বায়ত্ত শাসিত পৰিষদ সমূহৰ মুৰব্বীসকলৰ সৈতে এক যৌথ আলোচনাত মিলিত হৈ যি প্রস্তাৱ আগবঢ়াইছে ইয়াক লৈ আজি সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি মিলন সোনোৱালে সংবাদমেলৰ জৰিয়তে আদৰণি জনাই কয় যে ,অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰু মাননীয় শিক্ষা, ভৈয়াম জনজাতি কল্যান আৰু পিছপৰা শ্ৰেণী বিভাগৰ মন্ত্রী ডা’ ৰণোজ পেগুৰ উপস্থিতিত মিচিং, তিৱা আৰু ৰাভা সকলৰ সংবিধানৰ ষষ্ঠ অনুসুচী প্ৰদানৰ বাবে কেন্দ্রীয় চৰকাৰৰ গৃহ বিভাগৰ এক সচিব পৰ্যায়ৰ বিষয়াক মধ্যস্থতাকাৰী হিচাবে নিয়োগ কৰিবলৈ যি প্রক্রিয়া গ্রহণ কৰিছে ই নিশ্চয় স্বায়ত্ত শাসিত পৰিষদ কেইখনে সাংবিধানিক মর্যদা লাভ কৰাত এখোজ আগুৱাই নিব। কিয়নো অহা ২০২৬ বৰ্ষৰ জানুৱাৰী মাহত প্রতিবেদন দাখিল কৰাৰ যি সময়সীমা ধাৰ্য কৰা হৈছে ই কাৰ্যকৰী হলে নিশ্বয় অসমৰ ভৈয়াম জনজাতি সকলৰ বাবে হব এক যুগান্তকাৰী পদক্ষেপ। অসমৰ সোনোৱাল কছাৰী জাতীয় সংগঠন সমূহে মিচিঙ, তিৱা আৰু ৰাভা সকলৰ লগতে সোনোৱাল কছাৰী, দেউৰী আৰু ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদকো একেটা ব্যৱস্থাৰ জৰিয়তে সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তভুক্ত কৰিবলৈ এই সংবাদমেলৰ যোগেদি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো । লগতে তেওঁ কেৱল ভৈয়াম জনজাতি সকলৰ স্বায়ত্ত শাসিত পৰিষদ সমূহেই নহয় অসমৰ সকলো ভৈয়াম জনজাতি সকলৰ অঞ্চলকো ষষ্ঠ অনুসুচীত অন্তভুক্ত কৰিবলৈ দাবী জনায়। ইতিমধ্যে গঠিত হোৱা আৰু পৰচালিত হৈ থকা স্বায়ত্ত শাসিত পৰিষদ সমূহৰ সাংবিধানিক অধিকাৰ নথকাৰ বাবে পৰিষদ সমূহ এক পুতলা চৰকাৰত পৰিণত হৈছে আৰু ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক ভাৱে জনজাতি জনসাধাৰণ অসুৰক্ষিত হৈ পৰিছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে । এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু শিক্ষা, ভৈয়াম জনজাতি কল্যান আৰু পিছপৰা শ্ৰেণী বিভাগৰ মন্ত্রী ডা” ৰণোজ পেগুক বিশেষভাৱে উদ্যোগ লবলৈও দাবী ও অনুৰোধ জনাই সভাপতি গৰাকীয়ে।

ADVERTISEMENT

সদৌ অসম সোনোৱাল কছাৰী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক বুধিন সোনোৱালে
অসমৰ টাই আহোম, কোঁচ ৰাজবংশী, মৰাণ, মটক, চাহ জনগোষ্ঠী তথা আদিবাসী আৰু চুতীয়া সকলক শেহতীয়াকৈ অনুসুচীত জনজাতি তালিকাভুক্ত কৰিবলৈ যোৱা ২৯ নবেম্বৰত অসম বিধান সভাত অসম চৰকাৰৰ মন্ত্ৰীগোটে যি প্রতিবেদন দাখিল কৰিছে ইয়াক বাতিল কৰিবলৈ আজিৰ সংবাদ মেলৰ যোগেদি দাবী জনাই কয় যে ,অসমৰ ছয় জনগোষ্ঠীৰ প্রায় ২ কোটিৰ ওচৰা ওচৰি জনসংখ্যাক অনুসূচীত জনজাতি হিচাবে স্বীকৃতি দিয়াৰ অবৈজ্ঞানিক প্রচেষ্টাই বৰ্তমানৰ জনজাতি সকলক সম্পূর্ণ ভাৱে নিঃশেষ আৰু পশ্চোদগামী কৰিব ই ধুৰূপ। অসমৰ ছয় জনগোষ্ঠীয়ে সকলো ধৰণৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক নিৰাপত্তা লাভ কৰা আৰু সাংবিধানিক ভাৱে সুৰক্ষিত হোৱাৰ আমি কেতিয়াও বিৰোধী নহয়। কিন্তু অসমৰ জনজাতি সকলক ক্ষতি কৰা এই সমস্যাৰ যদি মিমাংসা কৰিব বিচৰা হয় তেতিয়া নিশ্চয় জনজাতি সকল অস্তিত্বৰ সংকটত পৰিব। অসমৰ বৌদ্ধিক সমাজ, সংবাদ মাধ্যম আৰু চৰকাৰত বিষয়টোৰ খৰতকীয়া সমাধানৰ সলনি গভীৰ বিশ্লেষণৰে হে সমাধান কৰিবলৈ এই সংবাদ মেলৰ জৰিয়তে আহ্বান জনোৱা হ’ল।

সংবাদমেলত সদৌ সোণোৱাল কছাৰী সমাজৰ সাধাৰণ সম্পাদক দীপক শইকীয়াই কয় যে ,সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ দ্বিতীয়টো সাধাৰণ নির্বাচন যোৱা ২০১৯ বৰ্ষৰ জানুৱাৰী মাহতেই অনুষ্ঠিত হৈছিল যদিও তৃতীয়টো সাধাৰণ নির্বাচন আজিৰ তাৰিখলৈ অনুস্থিত নকৰি ২০১৯ বৰ্ষৰ নিৰ্বাচিত একেখনি সদস্য পাৰিষদকে ৭ বছৰ ধৰি ক্ষমতাত অধিস্থিত কৰি ৰাখি অসম চৰকাৰে সোনোৱাল কছাৰী জনসাধাৰণৰ সকলো গণতান্ত্রিক অধিকাৰ খৰ্ব কৰি আৰু আৱেগ অনুভূতিক ভৰিৰে মোহাৰি যি পদক্ষেপ গ্রহণ কৰিছে ইয়াক সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থা, সোনোৱাল কছাৰী যুৱ পৰিষদ আৰু সদৌ সোনোৱাল কছাৰী সমাজে তীব্রভাবে গৰিহণা দিছোঁ আৰু অহা ২০২৬ বৰ্ষৰ অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে পৰিষদৰ সাধাৰণ নির্বাচন অনুষ্ঠিত কৰিবলৈ আজিৰ সংবাদ মেলৰ যোগেদি দাবী জনাইছো । তেওঁ লগতে কয় যে,ইতিমধ্যে অসম চৰকাৰে যোৱা ২১ জুলাইত নির্দেশনা নং ই ২৯২৭১১/৬৯১ন যোগে এখনি অধিসূচনাৰ জৰিয়তে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ পূৰ্বৰ নির্বাচিত সদস্যসকলক লৈ গঠন কৰা অন্তর্বতকালীন পৰিষদখনে যোৱা ২২ ডিচেম্বৰত পৰিষদৰ মুখ্য কাৰ্যালয়ত শপত গ্রহণ কৰি পৰিষদৰ নির্বাচন অনুস্থিত নকৰাৰ শেষ গজাঁলটো যে মাৰিলে ইয়াক সকলো সোনোৱাল কছাৰী ৰাইজে আজি উচিত ভাৱেই বুজি উঠিবলৈ সক্ষম হৈছে। তদুপৰি অন্তর্বতীকালীন পৰিষদখনত দুগৰাকী অতি দুর্নীতি গ্রস্ত সদস্য যাৰ বিৰুদ্ধে চৰকাৰী তদন্ত চলি আছে দীপুৰঞ্জন মাক্রাৰী আৰু ধীৰেণ সোনোৱালক অন্তভুক্ত কৰি অসম চৰকাৰে সমগ্ৰ সোনোৱাল কছাৰী জনসাধাৰণকেই যে ভেঙুচালি কৰিছে ই চিৰসত্য। পৰিষদ আৰু অসম চৰকাৰৰ এই জনবিৰোধী সিদ্ধান্ত শাসনাধিস্ত দলৰ পুতৌলগা স্বৰূপ বুলিও সোনোৱাল কছাৰী জাতীয় সংগঠন সমূহে এই সংবাদ মেলৰ যোগে অভিহিত কৰিছে। লগতে এই সংবাদ মেলৰ যোগেদি জনাও যে, পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত ভি জি আৰ আৰু পি জি আৰত বাস কৰা অবৈধ বেদখল কাৰী সকলক উচ্ছেদ কৰাৰ দাবীত কার্বি দল সংগঠন আৰু ৰাইজে দীর্ঘদীন ধৰি গণতান্ত্রিক আন্দোলন আৰু বিশেষকৈ আমৰণ অনশন কাৰ্যসূচী নিৰূপন কৰি আহিছিল যদিও যোৱা ২২ ডিচেম্বৰত অনশনকাৰী সকলৰ অসুস্থতাৰ অজুহাতত অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে কেইগৰাকীমান অনশনকাৰীক অনশনস্থলীৰ পৰা বলপূর্বক ভাৱে উঠাই আনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ পিছতে খেৰণিত যি পৰিস্থিতিৰ সৃষ্টি হল আৰু খিলঞ্জীয়া কার্বি লোক সকলক এচাম বহিৰাগত হিন্দীভাষী লোকে কার্বি গ’বেক, কার্বি চাইনিজ আদি আখ্যাৰে যি নিকৃষ্ট পন্থাৰে প্ৰত্যাহ্বান জনালে ইয়াক সোনোৱাল কছাৰী জাতীয় সংগঠন সমূহে তীব্র ভাষাৰে আজিৰ সংবাদ মেলৰ যোগেদি নিন্দা কৰিছোঁ। অসমৰ কলম্বাছ বা অসমৰ আবিষ্কাৰক বুলি কোৱা কাৰ্বি সকলক নিজ ভূমিতেই উভতি ধৰা বহিৰাগত লোক সকল সম্পূর্ণ চৰকাৰী পৃষ্ঠপোষকতাতেই যে উক্ত উঞ্চলত অবৈধ ভাৱে বসবাস কৰিবলৈ সাহস গোটাব পাৰিছে ই আজিৰ সময়ত অসমৰ সকলো দল সংগঠন বা সচেতন ৰাইজে বুজি উঠিব পাৰিছে। উক্ত ঘটনাৰ পৰিশেষত অসম আৰক্ষীৰ গুলী চালনাত নিহত হোৱা কার্বি লোক বা ব্যক্তি জনক সোনোৱাল কছাৰী জাতীয় সংগঠন সমূহে ইয়াৰ জৰিয়তে গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছোঁ। সম্প্রতি অসম চৰকাৰৰ লগত আন্দোলনকাৰী সকলৰ যি চুক্তি হল ইয়াকো খৰতকীয়াকৈ ৰূপায়ন কৰিবলৈ দাবী জনোৱা হৈছে।

আজি দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী যুৱ পৰিষদ , সদৌ সোণোৱাল কছাৰী সমাজ , সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী যুৱ পৰিষদ আৰু সদৌ সোণোৱাল কছাৰী সমজ সংবাদমেলত উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All Assam Sonowal Kachari Student UnionGuwahatiPressmeet
publisher

publisher

Related Posts

জুৰীয়াত শ শ শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য
Assam

November 1, 2026
৩০ অক্টোবৰৰ দিনাও গণেশগুৰিত প্রশাসনে অনুষ্ঠিত নকৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

October 31, 2026
Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা

October 27, 2026
গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন
Assam

গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

October 26, 2026
Assam

Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

October 26, 2026
Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d