Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এহেজাৰ কোটি গছপুলি ৰোপণৰ পৰিকল্পনা

publisher by publisher
January 4, 2026
in News, International
Reading Time: 1 min read
0
এহেজাৰ কোটি গছপুলি ৰোপণৰ পৰিকল্পনা
1
SHARES
8
VIEWS
ShareShareShareShare

Saudi Arabia:✒️পাৰপাৰহীন মৰুৰ বুকু সেউজ কৰাৰ অভিনৱ পৰিকল্পনা কৰিছে ছৌদি আৰবে। এই উদ্দেশ্যে দেশখনে এহেজাৰ কোটি গছপুলি ৰোপণৰ যো-জা আৰম্ভকৰিছে। উল্লেখ্য যে ছৌদি আৰবৰ ভূখণ্ডৰ প্ৰায় ৯০ শতাংশই মৰুভূমি। বালিৰে ধূসৰিত এই অঞ্চলসমূহ সেউজ কৰাৰ আঁচনি লৈছে দেশখনে।

ADVERTISEMENT

লক্ষ্যণীয় যে ছৌদি আৰবৰ ক্ষেত্রত মৰুভূমি কেৱল এক অঞ্চলেই নহয়, বালি হৈছে দেশখনৰ সংস্কৃতিও। বেদুইন জীৱন, উটৰ পথ, মৰুদ্যান আদিয়ে ছৌদি আৰবৰ পৰিচয় ইমান গভীৰভাৱে গঢ় দিছে যে দেশখনক মৰুভূমিৰ পৰা পৃথক কৰাটো কঠিন। অৱশ্যে ইতিহাসে এক সুকীয়া কথা কয়। তৈল সম্পদ আৱিষ্কাৰ হোৱাৰ বহু পূর্বে, দেশসমূহৰ মাজত সীমান্ত নির্ধাৰণ হোৱাৰ পূৰ্বে আৰু বালিৰ পাহাৰে মানচিত্ৰ ভৰি পৰাৰ পূৰ্বে ছৌদি আৰবৰ বৃহৎ অংশ সেউজীয়া আছিল। স্বাভাৱিকতে সেই যুগত প্রবল বৰষুণ হৈছিল, গছ-বনে সমগ্র অৱবাহিকা সামৰি আছিল আৰু মাটিয়ে জীবন বর্তোৱাত সহায় কৰিছিল। বিজ্ঞানীসকলৰ মতে, এই পৰিস্থিতি পৰিৱৰ্তনৰ কাৰণ আছিল জলবায়ুগত।

RelatedPosts

চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

আৰব উপদ্বীপৰ শুকান মৰুপ্ৰান্তত উদ্ধাৰ এক লাখ ১৫ হেজাৰ পুৰণি মানৱ পদচিহ্ন

৭০ বছৰৰ নিষেধাজ্ঞা প্রত্যাহাৰ কৰি সুৰা বিক্ৰীৰ অনুমতি ছৌডিত

জলবায়ু পৰিৱর্তনে এদিন ছৌদি আৰবক বিশাল মৰুভূমিত পৰিণত কৰে। দেশখনৰ এই অৱস্থাৰ পৰিৱৰ্তন কেৱল নান্দনিক বা প্রতীকাত্মক অধ্যয়নৰ বিষয় নহয়। দৰাচলতে বহু পূর্বেই দেশখনে অত্যন্ত প্রতিকূল পৰিৱেশতো বৰ্তি থকাৰ ক্ষমতা আহৰণ কৰে। পৰৱৰ্তী সময়ত তৈল সম্পদৰ আৱিষ্কাৰে দেশখনক বিশ্বৰ অন্যতম অর্থনীতিত পৰিণত কৰে; কিন্তু তৈল সম্পদে দেশখনৰ ভূ-খণ্ডক সলনি কৰিব নোৱাৰিলে। গতিকে এই তৈল সম্পদে দেশখনৰ ভবিষ্যতো নির্দিষ্ট কৰিব পৰা নাই। তাৰ বিপৰীতে আজিও দেশখনৰ সিংহভাগ অঞ্চলেই মৰুভূমিৰ বালিৰ তলত আছে।

গতিকে খাদ্য-বস্তুকে ধৰি বিভিন্ন প্রয়োজনীয় সামগ্ৰীৰ বাবে ছৌদি আৰবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈ আছে। এনেবোৰ দিশ লক্ষ্য কৰি যুৱৰাজ তথা প্রধানমন্ত্রী মহম্মদ বিন ছলমানৰ পৃষ্ঠপোষকতাত ২০২১ত ছৌদি সেউজ পদক্ষেপ (এছজিআই) মুকলি কৰা হয়। এই পদক্ষেপৰ জৰিয়তে দেশখনত সেউজ আৱৰণ গঢ়ি তুলিব বিচৰা হৈছে। বনানীকৰণ, জলব্যৱস্থাপনা আৰু ভূমিৰ শক্তি পূৰ্বৰ অৱস্থালৈ ঘূৰাই নিয়াৰ চেষ্টা কৰা হৈছে। আনকি শক্তিৰ বাবে কেৱল পুনৰ নবীকৃত শক্তি উৎসত নিৰ্ভৰ কৰিবলৈয়ো শাসক পক্ষই পৰিকল্পনা কৰিছে। ইয়াৰ অধীনতে দেশখনে ৭৪.৮ নিযুত হেক্টৰ ভূমিত এহেজাৰ কোটি গছ ৰোপণৰ লক্ষ্য লৈছে।

স্বাভাৱিকতে এই প্রকল্প সমগ্র বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ সেউজ প্রকল্প। ইতিমধ্যে চলিত বৰ্ষৰ জুলাইলৈকে দেশখনে এক কোটি ৫১ লাখ গছপুলি ৰোপণ কৰিলে। এনেদৰে পাঁচ লাখ হেক্টৰ ভূমিৰ পৰিবৰ্তন সাধন কৰা হৈছে বুলি পৰিৱেশ, পানী আৰু কৃষি মন্ত্রী আব্দুল ৰহমান অল-ফেডলীয়ে প্ৰকাশ কৰিছে। মন্ত্রীজনে লগতে জনোৱা মতে, আগন্তুক ২০৩০ৰ ভিতৰত ৬০ কোটি গছপুলি ৰোপণৰ লক্ষ্যৰে কাম অব্যাহত ৰখা হৈছে। অৱশ্যে ২০১৭ৰ পৰা ২০২৩ৰ সময়ছোৱাতো দেশখনৰ চৰকাৰে চাৰি কোটি ১০ লাখ গছপুলি ৰোপণ কৰে। গতিকে দেশখনে এই সেউজ পদক্ষেপ গ্রহণ কৰাৰ পূৰ্বেই দেশখনত গছ-বন ৰোপণৰে সেউজ আৱৰণ গঢ়ি তোলাৰ কাম আৰম্ভ হয়।

এই গছপুলি ৰোপণ কৰিয়েই সংশ্লিষ্টসকলে দায়িত্ব সামৰা নাই। ৰোপণ কৰাৰ পাছত প্রতিটো পুলিবে যতন লৈ আছে। এই কাম এনে নিখুঁত পৰিকল্পনাৰে কৰা হৈছে যে গছপুলি কই সেউজ আৱৰণ গঢ়ি তোলাতো সম্ভৱ হ’ব নে নহয়, তাকে লৈ দুবছৰ অধ্যয়ন চলে। পৰিৱেশ, পানী আৰু কৃষি মন্ত্রণালয়ে এই দুবছৰীয়া অধ্যয়নক নেতৃত্ব দিয়ে।

এই ক্ষেত্রত সহযোগ কৰে দেশখনৰ বনানীকৰণ উন্নয়ন আৰু মৰুভূমিৰ বিৰুদ্ধে যুঁজৰ ৰাষ্ট্ৰীয় কেন্দ্ৰই। তদুপৰি এই দুবছৰীয়া অধ্যয়নত দেশখনক সহায় কৰে একাংশ আন্তর্জাতিক বিশেষজ্ঞই। এই অধ্যয়নৰ সময়ত সমগ্র দেশখনত ১,১৫০বো অধিক ক্ষেত্ৰ জৰীপ সম্পন্ন কৰা হয়। এই জৰীপত ভূমিৰ গঠন, পানীৰ অৱস্থিতি, তাপমাত্ৰাৰ পৰিৱৰ্তন, বতাহৰ গাঁথনি আদি দিশ বিশ্লেষণ কৰা হয়।

পৰৱৰ্তী সময়ত ২০২৩ৰ অক্টোবৰত এই গছপুলি ৰোপণৰ অভিলাষী মুকলি কৰা হয়। প্রকল্পটোক দুটা পর্যায়ত ভাগ কৰি ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে এটা পর্যায়ত ২০২৪ৰ পৰা

২০৩০লৈ গছপুলি ৰোপণ কৰা হ’ব। এই পৰ্যায়ত প্রকৃতিক পূৰ্বৰ অৱস্থালৈ নিয়াৰ চেষ্টা কৰা হ’ব। পৰৱৰ্তী পর্যায়টো আৰম্ভ হ’ব ২০৩০ৰ পৰা। এই পর্যায়ত দেশখনৰ বৰ্তমান থকা জৈৱ-বৈচিত্র্যক শক্তিশালীকৰণৰ লক্ষ্য লোৱা হৈছে। অর্থাৎ এই পর্যায়ত ঘাঁহ-বন আদিও ৰোপণ কৰা হ’ব। ইতিমধ্যে এই প্রকল্পই দেশখনৰ পৰিৱেশগত আন্তঃগাঁথনিক এক নতুন রূপ দিবলৈ সক্ষম হৈছে। সংৰক্ষিত ভূমিৰ পৰিসৰ ৪.৫ শতাংশৰ পৰা ১৮.১ শতাংশলৈ বৃদ্ধি পাইছে।

একেদৰে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যাও ১৮ খনৰ পৰা পাঁচশখনলৈ বৃদ্ধি পাইছে। সামুদ্রিক সুৰক্ষা ব্যবস্থাও উন্নত হৈছে। বিগত সময়ত আঠ হেজাৰৰো অধিক বিপন্ন সামুদ্রিক জীৱ উপকূলীয় সাগৰত মুকলি কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰৰ সংখ্যা ২৪০টালৈ বৃদ্ধি পাইছে। এনে কেন্দ্ৰসমূহত শেহতীয়া প্ৰযুক্তিৰ ছেন্সিং ব্যৱস্থাযুক্ত হৈছে।

তৎসত্ত্বেও দেশখনৰ বাবে পানী এতিয়া দুষ্প্রাপ্য হৈ থকা নাই। তাৰ বিপৰীতে দেশখন বিশ্বৰ সর্ববৃহৎ লৱণবিহীন জল উৎপাদনকাৰী দেশত পৰিণত হৈছে। ২০২৪ৰ অন্তিমলৈ দেশখনে প্রতিদিনে ১৬.৬ নিযুত ঘনমিটাৰ পৰিমাণৰ লৱণবিহীন পানী উৎপাদন কৰে। অর্থাৎ এনেদৰে মৰুভূমিৰ মাজত জীৱন বৰ্তোৱাৰ যুঁজ চলিছে দেশখনত। দেশবাসীয়ে বুজি পাইছে যে গছ-গছনিয়েহে মানুহকে ধৰি সকলো প্ৰাণী তথা জীৱক ৰক্ষা কৰিব পাৰে।

ইতিমধ্যে ৰাজধানী বিয়াধত সেউজ আৱৰণ গঢ়ি উঠিছে। ধর্মীয় আৰু সাংস্কৃতিক কেন্দ্ৰৰ বাবে বিখ্যাত বিয়াধত বহু গছপুলি ৰোপণ কৰা হৈছে। একেদৰে ২০৩৬ৰ ভিতৰত মক্কাত ১৫ নিযুত গছপুলি ৰোপণৰ পৰিকল্পনা কৰিছে শাসকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Saudi Arabia
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d