Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দুৰ্ঘটনাৰ আশংকা! এতিয়াৰে পৰা বিমান যাত্ৰাত ব্যৱহাৰ কৰিব নোৱাৰিব পাৱাৰ বেংক

publisher by publisher
January 4, 2026
in India, News
Reading Time: 1 min read
0
দুৰ্ঘটনাৰ আশংকা! এতিয়াৰে পৰা বিমান যাত্ৰাত ব্যৱহাৰ কৰিব নোৱাৰিব পাৱাৰ বেংক
1
SHARES
11
VIEWS
ShareShareShareShare

DGCA:✒️এতিয়াৰে পৰা বিমানত আৰু ব্যৱহাৰ কৰিব নোৱাৰিব পাওৱাৰ বেংক । এই সন্দৰ্ভত নিৰ্দেশিকা জাৰি কৰিছে অসামৰিক বিমান নিয়ন্ত্ৰণ সংস্থা ডিজিচিএই। মোবাইল বা অন্যান্য ডিজিটেল ডিভাইচ চাৰ্জ কৰিবলৈ যাত্ৰীসকলে বিমানে উপলব্ধ চাৰ্জিং পইণ্ট ব্যৱহাৰ কৰিব পাৰিব।

ADVERTISEMENT

অৱশ্যে, পাওৱাৰ বেংক ব্যৱহাৰ নিষিদ্ধ হ’লেও হেণ্ডবেগত বহন কৰাৰ অনুমতি থাকিব বুলি স্পষ্ট কৰি দিছে ডিজিচিএই।

RelatedPosts

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

পুনৰ আকাশত যান্ত্ৰিক ত্ৰুটি, দিল্লিলৈ উভতি আহিল স্পাইচজেটৰ লেহ্‌গামী বিমান

ইণ্ডিগ’ৰ গাফিলতিত দেশজুৰি উড়ান সংকট, ২২.২০ কোটি টকাৰ জৰিমনা ডিজিচিএৰ

‘বিপজ্জনক সামগ্ৰী পৰামৰ্শ সার্কুলাৰ’ত ডিজিচিএই উল্লেখ কৰিছে যে পাওৱাৰ বেংক হেণ্ডবেগত ৰাখিব পাৰিব যদিও উৰণৰ সময়ত সেয়া ব্যৱহাৰ কৰিব নোৱাৰিব ।

ইয়াৰ কাৰণ হিচাপে কোৱা হৈছে যে মোবাইল, টেবলেট আদি ডিজিটেল ডিভাইচ চাৰ্জ কৰিবলৈ ব্যৱহৃত পাওৱাৰ বেংকসমূহত উচ্চ ক্ষমতাৰ লিথিয়াম বেটাৰী ব্যৱহাৰ কৰা হয়।

এই বেটাৰীসমূহ বহুত পাতল যদিও অতি সোনকালে গৰম হৈ উঠে আৰু কেতিয়াবা ফাটি গৈ অগ্নিকাণ্ডৰ দৰে ডাঙৰ দুৰ্ঘটনা ঘটাব পাৰে। সেয়ে সাৱধানতা হিচাপে এই নিৰ্দেশিকা জাৰি কৰা হৈছে।

ইয়াৰ উপৰিও, বিমান সংস্থাসমূহক অগ্নিনিৰ্বাপক ব্যৱস্থা আৰু এনে সমস্যাৰ মোকাবিলা কৰিব পৰা অধিক সুৰক্ষা ব্যৱস্থা ৰাখিবলৈ নিৰ্দেশ দিছে ডিজিচিএই। ভাৰতেই যে প্ৰথমবাৰৰ বাবে এনে নিৰ্দেশিকা জাৰি কৰিছে তেনে নহয়। ইতিমধ্যে ছিংগাপুৰ, ইউনাইটেড আৰব এমিৰেটছসহ একাধিক দেশত এই নিয়ম প্ৰচলিত আছে।

উল্লেখযোগ্য যে, বিগত বছৰৰ অক্টোবৰত দিল্লী বিমানবন্দৰত ডিমাপুৰগামী এখন ইণ্ডিগ’ বিমানত এজন যাত্ৰীৰ পাওৱাৰ বেংকত জুই লগা ঘটনা সংঘটিত হৈছিল। সৌভাগ্যক্ৰমে ঘটনাটোত কোনো হতাহত হোৱা নাছিল যদিও যাত্ৰীসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DCGAFlight
publisher

publisher

Related Posts

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d