Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

আজি উৰুকা ! মূল্যবৃদ্ধিত কোঙা জনতা 

publisher by publisher
January 13, 2026
in News, Assam
Reading Time: 1 min read
0
আজি উৰুকা ! মূল্যবৃদ্ধিত কোঙা জনতা 
2
SHARES
24
VIEWS
ShareShareShareShare

পদূলিমুখত অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী। ৰাজ্যজুৰি আজি উৰুকাৰ ভোজৰ ব্যাপক প্রস্তুতি চলিছে। চহা জীৱনৰ পৰা মহানগৰীয়া জীৱনলৈ ব্যাপ্ত মাঘ বিহুৰ ভোগালীৰ আনন্দৰ অংশৰূপে আজি উদৰ পূৰাই এসাঁজ খাব প্রতিজন অসমীয়াই। ক্ষণিকৰ বাবে হ’লেও জীৱন সংগ্ৰামৰ দুখ ভাগৰ পাহৰি সাধাৰণ লোকজনেও উৰুকাৰ বাবে সাজু হৈছে।

ADVERTISEMENT

গ্রামাঞ্চলৰ পৰা নগৰাঞ্চললৈ একেবাৰে নিঃকিনজনৰ পৰিয়ালতো সামর্থ্য অনুযায়ী কৰা হৈছে ভোগৰ আয়োজন। ইয়াক কেন্দ্ৰ কৰি ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ-পোহাৰসমূহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী গুৱাহাটী মহানগৰীতো ভোগালীৰ সামগ্ৰীৰে ভৰি পৰিছে চৌপাশ। বিধে বিধে বিশাল আকাৰৰ মাছৰ লগতে লাডু-পিঠা, দৈ-ক্ৰীমৰ পৰা আদি কৰি মেজিটোলৈকে ভোগালী বিহুৰ প্ৰতিবিধ সামগ্রী উভৈনদী হৈ পৰিছে বজাৰসমূহৰ লগতে পথসমূহৰ দুয়োকাষ।

RelatedPosts

Magh bihu: ভোগালীত এঠা দৈ খুৱাবলৈ সাজু সৰভোগ

Magh Bihu:ঢেঁকীৰ নহয়, বেৰিয়া মিলৰ পিঠা গুড়িৰেহে যেন বিহু আহে

Magh Bihu : ভোগালীৰ উৰুকাৰ আকৰ্ষণীয় বজাৰ ,

উল্লেখ্য যে উৰুকাৰ দিনটোত ৰাজ্যখনত ব্যাপক হাৰত মাছৰ চাহিদা আছে। কোনে কিমান ডাঙৰ মাছ মাৰিলে তাৰো এক অঘোষিত প্রতিযোগিতাও চলে। মাছৰ এই চাহিদা ঘৰুৱা উৎপাদনে পূৰণ কৰিব নোৱৰাৰ ফলত উৰুকাৰ মাছৰ বজাৰৰ চাহিদা পূৰাবলৈ বিগত বর্ষসমূহৰ দৰেই বাংলাদেশৰ লগতে অন্ধ্রপ্রদেশ, পশ্চিমবংগৰ পৰা আহিছে কুইণ্টলে কুইণ্টলে মাছ। একেদৰে নাৰিকলৰ চাহিদা পূৰ কৰিবলৈ কেৰালাৰ পৰা আহিছে বস্তাই বস্তাই নাৰিকল।

সমান্তৰালভাৱে সৰভোগ, ৰামদিয়াৰ পৰা দৈ-ক্রীম, বৰপেটা-তিতাবৰ আদিৰ পৰা অহা চাউল-চিৰা, গুড়ৰে ভৰি পৰিছে মহানগৰীৰ বজাৰসমূহ; কিন্তু বিগত বৰ্ষৰ তুলনাত খাদ্য সামগ্ৰীসমূহৰ অত্যধিক মূল্যবৃদ্ধি হোৱাৰ অভিযোগ তুলিছে ক্রেতাসকলে।

উল্লেখ্য যে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ভোগালীৰ সামগ্ৰীৰে ভৰি পৰিছে গণেশগুৰিৰ বজাৰসমূহৰ লগতে পথৰ দুয়োকাষ। পিঠা-পনাৰ পৰা আৰম্ভ কৰি দৈ, ক্ৰীম, চিৰা, কোমল চাউল, তিল, গুড়, চুঙা, বৰা চাউল, সান্দহ, মাটিমাহ, নাৰিকল, কৃত্রিম মেজি আদি সামগ্ৰীৰে ভৰি আছে প্ৰতিখন বিপণী। বিগত প্রায় ২০-২২ বছৰ ধৰি বিহুৰ সময়ত গণেশগুৰিত বিভিন্ন সামগ্রী বিক্রী কৰি অহা নলবাৰীৰ বৰভাগৰ কৰুণা কলিতাই ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে বিগত বৰ্ষৰ তুলনাত এইবাৰ সামগ্ৰীসমূহৰ দাম ২০-৩০ টকা বৃদ্ধি পাইছে। এইবাৰ প্ৰতি কিলোগ্রাম তুলসী জহা চিৰা ১৫০ টকা, বৰা ধানৰ চিৰা ১৪০ টকা, মালভোগ চিৰা ১২০ টকা, জহা বৰা চাউল ১২০ টকা, ৰঙা বৰা চাউল ১০০ টকাত বিক্ৰী কৰা হৈছে।

একেদৰে প্ৰতি কিলোগ্রাম বালিয়া গুড় ১২০ টকাত, খেজুৰ গুড় ১২০ টকাত, গুড় ১০০ টকাত, ৰামদিয়াৰ ক্ৰীম আঠশ টকাত, ম’হৰ দৈ দুশ টকাত, গৰুৰ দৈ ২২০ টকাত, মাটিমাহ ১৪০ টকাত, জুলীয়া গুড় ১০০ টকাত বিক্ৰী কৰিছে। সমান্তৰালভাৱে প্ৰতিখন তিল আৰু নাৰিকল দিয়া পিঠা ১০ৰ পৰা ১২ টকা, নাৰিকলৰ লাড্ডু ১২-১৪ টকা দৰত বিক্ৰী কৰিছে।

আনহাতে, বিগত প্রায় ২০ বছৰ ধৰি ব্যৱসায় কৰি অহা হাজোৰ দিনেশ ডেকাই ভোগালীৰ বজাৰলৈ বুলি এইবাৰো ৰামদিয়াৰ পৰা প্ৰায় দুই কুইণ্টল দৈ-ক্রীম লৈ আনিছে। প্রায় বিক্রী কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ সদৰী কৰে। একেদৰে সংশ্লিষ্ট স্থানত বজাৰ কৰিবলৈ অহা বশিষ্ঠৰ বৈশালী দত্ত নামৰ মহিলাগৰাকীয়ে পূৰ্বৰ তুলনাত সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি হৈছে বুলি মন্তব্য কৰে।

গণেশগুৰিত সৰু সৰু খেৰৰে প্ৰস্তুত কৰা একোটা মেজিৰ ছশৰ পৰা ১২শ টকা পর্যন্ত দৰ উঠিছে। একেদৰে স্থানীয় একোটা নাৰিকল ১২০ টকা, কেৰালাৰ পৰা অহা একোটা নাৰিকলৰ দৰ ৭০ টকা পর্যন্ত উঠিছে।

উৰুকাৰ বজাৰৰ মাছৰ চাহিদা পূৰণ কৰিবলৈ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ট্রাক-ৰেলযোগে বাংলাদেশ, অন্ধ্রপ্রদেশ, পশ্চিমবংগ আদিৰ পৰা অসমলৈ আহিছে কুইণ্টলে কুইন্টলে মাছ। একোখন ট্রাকে ১২ হেজাৰ কিলোগ্রামকৈ অর্থাৎ ১২০ কুইণ্টলকৈ মাছ কঢ়িয়াই গুৱাহাটীত উপস্থিত হৈছে। বেতকুছিস্থিত মাছৰ পাইকাৰী বজাৰ সমিতি তথা বৃহত্তৰ গুৱাহাটী পাইকাৰী মাছ বেচা-কিনা সমবায় সমিতিয়ে সদৰী কৰা তথ্য অনুসৰি, এইবাৰ উৰুকাত অন্ধ্রপ্রদেশৰ পৰা আমদানি কৰা হৈছে ৰৌ, মিৰিকা, ভকুৱা আদি মাছ।

অন্ধ্রপ্রদেশৰ পৰা ৪৪খন ট্রাকেৰে মাছ আমদানি কৰা হৈছে। এই মাছসমূহ সমগ্ৰ গুৱাহাটীৰ লগতে চুবুৰীয়া কামৰূপ, নলবাৰী, মঙলদৈ, বৰপেটা আদিলৈ প্ৰেৰণ কৰা হ’ব। একেদৰে বাংলাদেশৰ পৰা আহিছে ইলিছ আৰু পাভ মাছ। ইয়াৰ উপৰি পশ্চিমবংগৰ পৰা ৰেল আৰু ট্রাকযোগে আহিছে আৰি, বৰালি, চিতল আদি মাছ।

উল্লেখ্য যে উৰুকাৰ দিনটোত আটাইতকৈ ডাঙৰ আকাৰৰ মাছটো বজাৰত উলিয়াই দিবলৈ ব্যৱসায়ীসকলৰ মাজত অঘোষিত প্রতিযোগিতা চলে। এই বিশেষ দিনটোত বজাৰৰ ডাঙৰ মাছটোৰ ওপৰতহে ক্ৰেতাৰ চকু পৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছ বজাৰসমূহৰ দৰেই আজিৰ দিনটোত মহানগৰীৰ উজান বজাৰস্থিত মাছ বজাৰ লোকাৰণ্য হৈ পৰে। উজান বজাৰৰ মাছৰ বজাৰত উৰুকাৰ দিনটোত কেৱল স্থানীয়ভাবে উৎপাদিত মাছহে বিক্ৰী কৰা হয় বুলি দাবী কৰা হয় যদিও ইয়াক লৈ বিভিন্নজনৰ মনত প্রশ্ন আছে।

উজান বজাৰৰ মাছৰ বজাৰলৈ এই দিনটোত প্রকাণ্ড প্রকাণ্ড বিধে বিধে মাছ লৈ মৰিগাঁও, দৰং, হাজো আদিৰ পৰা বৃহৎ সংখ্যক ব্যৱসায়ী আহে। এইবাৰো তাৰ কোনো ব্যতিক্রম ঘটা নাই। পুৱতি নিশাৰ মাছ বিক্ৰী আৰম্ভ হোৱা বজাৰখনত এইবাৰ এশ টন মাছ বিক্ৰীৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।

আজিৰ দিনত কেৱল ধনিক শ্ৰেণীৰ বাবেই উৰুকা!

ইফালে, ভোগৰ উৎসৱত সকলোৱে লগে-ভাগে উদৰ পূৰাই এসাঁজ খাবলৈ বিচাৰে যদিও ব্যাপক মূল্যবৃদ্ধিৰ বাবে বহুজনৰ বাবে হয়তো এয়া সম্ভৱ হৈ উঠা নাই। দৰিদ্ৰ শ্ৰেণীৰ পৰা মধ্যবিত্তলৈ আজি অত্যধিক মূল্যবৃদ্ধিত কোঙা হৈ পৰিছে। কে’বাজনো ব্যৱসায়ীয়ে স্বীকাৰ কৰিছে যে এইবাৰ কম কম ওজনত সামগ্রী বিক্রী হৈছে।

ফলত গণেশগুৰিৰ কে’বাজনো ব্যৱসায়ীয়ে এক কিলোগ্রাম ওজনৰ সামগ্রী খুলি ২৫০ গ্রামকৈ টোপোলা কৰি বিক্ৰী কৰা বুলিও মন্তব্য কৰে। ইয়াৰ সত্যতা স্বীকাৰ কৰি পথ ব্যৱসায়ী সন্থাৰ সভাপতি চন্দন গোস্বামীয়ে কয় যে আজিৰ দিনত কেৱল ধনিক শ্ৰেণীৰ বাবেহে যেন ভোগালী হৈ পৰিছে। সাধাৰণ জনতাই বজাৰৰ কাষ চাপিবলৈ এশবাৰ চিন্তা কৰিবলগীয়া হৈছে।

যি হাৰত মূল্যবৃদ্ধি পাইছে, সৰু সৰু দোকান দি, দৈনিক শ্ৰম কৰি পৰিয়াল পোহপাল কৰাসকলে ভাবিবলগীয়া হৈছে কিদৰে পৰিয়াল চলাব। আজিৰ দিনত সৰু সৰু কর্ম কৰি খোৱা মানুহৰ আয়ৰ বিপৰীতে ব্যয় দুই-তিনি গুণ বৃদ্ধি পাইছে। এই দিশত কাৰো চিন্তা নাই বুলি তেওঁ ক্ষোভ প্রকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: magh bihu
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d