Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

ন মাহত দুবাৰ ব্যৰ্থতাৰ কাৰণ কি?

publisher by publisher
January 17, 2026
in world, News
Reading Time: 1 min read
0
ন মাহত দুবাৰ ব্যৰ্থতাৰ কাৰণ কি?
1
SHARES
12
VIEWS
ShareShareShareShare

ISRO:✒️মাথোঁ ন মাহৰ ভিতৰতে দুটাকৈ ব্যর্থ অভিযান মূৰ পাতি ল’বলগীয়া হ’ল ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্র (ইছৰ’)ই। অথচ সংস্থাটোৱে ইয়াৰ সবাতোকৈ নিৰ্ভৰযোগ্য পিএছএলভি মহাকাশযানৰ জৰিয়তে এই দুয়োটা অভিযান হাতত লৈছিল। উল্লেখ্য যে যোৱা ১২ জানুৱাৰীত ইছৰ’ৱে অসমৰ ডন বস্ক’ বিশ্ববিদ্যালয়ৰ এটাসহ মুঠ ১৫টা কৃত্রিম উপগ্রহ পিএছএলভিৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰে যদিও এই অভিযান ব্যর্থ হয়।

ADVERTISEMENT

ইয়াৰ পূৰ্বে যোৱা মে’ত অনুৰূপ এক ব্যর্থতা মূৰ পাতি ল’বলগীয়া হয়। এই প্রথম ব্যর্থতাৰ বাবে বিশেষ চর্চা নহ’লেও ন মাহৰ ভিতৰতে দুবাৰকৈ সংস্থাটো ব্যর্থ হোৱাত ব্যাপক চর্চা আৰম্ভ হৈছে। একাংশই পিএছএলভিৰ এই ব্যর্থতাৰ আঁৰত শত্ৰু ৰাষ্ট্ৰৰ ষড়যন্ত্র নিহিত থকাৰ গোন্ধো পাইছে। লক্ষ্যণীয় যে ইছৰ’ৱে যোৱা ১২ জানুৱাৰীৰ কাৰ্যসূচীৰ জৰিয়তে ভাৰতীয় প্রতিৰক্ষা গবেষণা সংস্থা (ডিআৰডিঅ’)ই তৈয়াৰ কৰা এটা উপগ্রহ (ইউএছ-এন-১) ও মহাকাশত স্থাপন কৰাৰ লক্ষ্য লৈছিল। গতিকে প্ৰতিৰক্ষা দিশৰ পৰাও এই কাৰ্যসূচী গুৰুত্বপূর্ণ আছিল। গতিকে সংস্থাটোৰ এই ব্যর্থতাই অধিক চর্চা অৰ্জন কৰিছে।

RelatedPosts

উৎক্ষেপণৰ মাজতে যান্ত্ৰিক ত্ৰুটি!

LACHIT-1:শ্রীহৰিকোট্টাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা PSLV-C62/EOS-N1 মিছনত বিসংগতি !

৬০০০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহৰ সফল উৎক্ষেপণ!

ইয়াৰ বিপৰীতে একাংশই সন্দেহ প্রকাশ কৰিছে যে ইছৰ’ৰ এই ব্যর্থতাৰ আঁৰত শত্রু বাষ্ট্র জড়িত থাকিব পাৰে। সূত্ৰৰ মতে, চীন আৰু পাকিস্তানৰ লেখীয়া শত্রু দেশসমূহৰ গোপন তথ্য সংগ্রহব উদ্দেশ্যে ডিআৰডিঅ’ই এই উপগ্রহ মহাকাশলৈ প্ৰেৰণৰ উদ্দেশ্যে সাজি উলিয়ায়। ডিআৰডিঅ’ৰ উপগ্ৰহটোৰ নাম ‘অন্বেষা’ বাখে। অন্বেষাৰ শতাধিক ৰং চিহ্নিত কৰাৰ ক্ষমতা আছিল। গতিকে অন্বেষাক লৈ বেইজিং আৰু ইছলামাবাদৰ উদ্বেগ যে বৃদ্ধি পায়, তাক লৈ কোনো সন্দেহ নাই। এনে কাৰণত পিএছএলভিৰ উক্ত ব্যৰ্থতাৰ আঁৰত শত্ৰু ৰাষ্ট্ৰৰ ষড়যন্ত্র নিহিত থকাৰ গোন্ধ পাইছে একাংশ প্ৰতিৰক্ষা বিশ্লেষকে।

এই বিশ্লেষকসকলৰ মতে, মাথোঁ আঠ-ন মাহৰ ভিতৰত ইছৰ’ৰ বিজ্ঞানীসকলে একে ভুল কৰাৰ সম্ভাৱনা নাই। গতিকে শত্রুৱে এই মহাকাশ কার্যসূচী ব্যর্থ কৰিবলৈ কোনো বিষাক্ত ‘সাপ’ প্ৰেৰণ কৰিলে নেকি? এই প্ৰতিৰক্ষা বিশ্লেষকসকলে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰিছে। অর্থাৎ এই প্ৰতিৰক্ষা বিশ্লেষকসকলে ‘কামৰ ঘোঁৰা’ৰূপে ইছৰ’ৰ অভ্যন্তৰত খ্যাত পিএছএলভিৰ ব্যৰ্থতা মানি ল’বলৈ অস্বীকাৰ কৰিছে।

উল্লেখ্য যে যোৱা বছৰৰ আগষ্টত পাকিস্তানৰ হৈ গুপ্তচৰগিৰিত জড়িত থকাৰ অভিযোগত ৰাজস্থান আৰক্ষীয়ে মহেন্দ্ৰ প্ৰসাদ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত প্ৰসাদ ডিআৰডিঅ’ৰ জয়ছালেমাৰস্থিত অতিথিশালাৰ প্ৰৱন্ধকৰূপে কৰ্মৰত আছিল। ডিআৰডিঅ’ৰ কিছু স্পৰ্শকাতৰ তথ্য ইছলামাবাদলৈ প্ৰেৰণৰ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল। তদুপৰি ২০২৩ৰ মে’ত পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয়ৰ হৈ গুপ্তচৰগিৰি কৰাৰ অভিযোগত তদন্তকাৰীয়ে ডিআৰডিঅ’ৰ বিজ্ঞানী প্রদীপ কুৰুলকৰক গ্ৰেপ্তাৰ কৰে।

ইছৰ’ৰ মহাকাশ কাৰ্যসূচীৰ শেহতীয়া ব্যৰ্থতাৰ পাছত এই দুই ঘটনাৰ কথা আঙুলিয়াই সেনাৰ শীৰ্ষ বিষয়বৰ্গৰ একাংশই কেন্দ্ৰীয় চৰকাৰক সতৰ্ক কৰি দিছে। এই বিষয়াবৰ্গৰ মতে, দীর্ঘদিন ধৰি ডিআৰডিঅ’ৰ ক্ষেপণাস্ত্ৰ, ৰাডাৰ, আকাশ প্ৰতিৰক্ষা ব্যৱস্থা আৰু লেজাৰ অস্ত্ৰৰ সূত্ৰ চুৰি কৰাৰ অপচেষ্টা চলাই আহিছে কুখ্যাত পাকিস্তানী গুপ্তচৰ সংস্থা আইএছআইয়ে।এই বিষয়াবর্গই লগতে ডুবাইৰ এয়াৰ শ্ব’ত সম্পূর্ণ দেশীয় প্রযুক্তিৰে তৈয়াৰী ভাৰতীয় যুদ্ধ বিমান ‘তেজস’ ভাঙি পৰাৰ প্ৰসংগও চর্চালৈ আনিছে।

উল্লেখ্য যে যোৱা বছৰৰ মে’ত ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে পাকিস্তানৰ ১১টা বায়ুসেনা ঘাটিত আক্রমণ কৰে। এই যুদ্ধ বন্ধ হোৱাৰ কিছুদিনৰ পাছতে ইছৰ’ৰ মহাকাশ কার্যসূচী ব্যর্থ হয়। ডুবাই এয়াৰ শ্ব’ত তেজস যুদ্ধবিমান ভাঙি পৰাৰ ঘটনাত উইং কমাণ্ডাৰ নমন ছালেৰ প্রাণহানি ঘটে। এই দুর্ভাগ্যজনক ঘটনাৰ পৰা পাকিস্তান সর্বাধিক লাভান্বিত হয়। কাৰণ ঘটনাটোৰ পাছত নতুন দিল্লীৰ অত্যাধুনিক সমৰাস্ত্ৰৰ গুণগত মানক লৈ নেতিবাচক চর্চা হয়।

গতিকে ইয়াৰ সুযোগ লৈ পাকিস্তানে চীনৰ সহায়ত তৈয়াৰ কৰা জেএফ-১৭ থাণ্ডাৰ যুদ্ধবিমান বিক্ৰীৰ সুযোগ পায়। একাংশ প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে, পিএছএলভিৰ ব্যৰ্থতাৰ নেপথ্যত আইএছআইৰ হাত থাকিলে দ্বিমুখী সুবিধা পাব পাৰে ইছলামাবাদে। ইয়াৰে প্ৰথমটো হৈছে- ভাৰতে অন্বেষাৰ জৰিয়তে পাকিস্তানৰ সেনা কমাণ্ডাৰসকলৰ গতি-বিধিত দৃষ্টি ৰাখিবলৈ লোৱা লক্ষ্য ব্যর্থ হ’ল।

দ্বিতীয়টো হৈছে- পিএছএলভিৰ এই ব্যৰ্থতাৰ বাবে আন্তর্জাতিক স্তৰত ভাৰত প্ৰশ্নৰ সন্মুখীন হৈছে। কাৰণ এই মহাকাশ কাৰ্যসূচীৰ জৰিয়তে ইছৰ’ৱে ফ্রান্স, স্পেইন, নেপাল, ব্রাজিল আদি দেশৰো আঠটা কৃত্রিম উপগ্রহ মহাকাশত স্থাপনৰ লক্ষ্য লৈছিল। অৱশ্যে এনে চৰ্চাৰ মাজতে একাংশ প্রযুক্তিবিদে ইছৰ’ৰ ধাৰাবাহিক দুটা ব্যর্থতাৰ বাবে সংস্থাটোৰ বিজ্ঞানীসকলৰ অত্যধিক আত্মবিশ্বাসক দায়ী কৰিছে।

আনকি নিম্নমানৰ সামগ্ৰীৰে কৃত্রিম উপগ্ৰহ বা ৰকেট তৈয়াৰ কৰাৰ আশাংকাকো এই প্রযুক্তিবিদসকলে নুই কৰা নাই। ইয়াৰ মাজতে একাংশ জ্যোতির্বিজ্ঞানীৰ স’তে পাকিস্তানৰ যোগাযোগ থাকিব পাৰে বুলিও একাংশই সন্দেহ কৰিছে। এইসকলে মহাকাশ গৱেষকসকলকো তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰিছে। আনহাতে, ইছৰ’ৰ এই ধাৰাবাহিক ব্যৰ্থতাৰ বাবে সংস্থাটোৰ আভ্যন্তৰীণ কন্দলকো জগৰীয়া কৰিছে একাংশ বিশ্লেষকে। উল্লেখ্য যে ২০২৩ত ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথৰ মালায়ালম ভাষাৰ অপ্রকাশিত আত্মজীৱনী ‘নিলাভু কুডিছা সিমসংগল (চন্দ্ৰৰ পোহৰ পান কৰা সিংহবোৰ)’ৰ কিছু অংশ সামাজিক মাধ্যমত প্রকাশ পায়।

সোমনাথৰ অপ্রকাশিত আত্মজীৱনীৰ সামাজিক মাধ্যমত প্রকাশিত এই অংশসমূহত তেওঁৰ পূর্বসূৰী অধ্যক্ষ কে শিৱনৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰা হৈছে। সোমনাথে উত্থাপন কৰা অভিযোগ অনুসৰি, শিৱনে ইছৰ’ৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁৰ পদোন্নতিত যথেষ্ট বাধা দিয়ে। আনকি চন্দ্ৰযান-২ৰ ব্যৰ্থতাৰ বাবেও সোমনাথে তেওঁৰ পূৰ্বসূৰীজনক দায়ী কৰিছে। তেওঁ অভিযোগ উত্থাপন কৰা অনুসৰি, শিৱনে প্রয়োজনীয় পৰীক্ষা সম্পন্ন কৰাৰ পূৰ্বেই হুৰমুৰকৈ চন্দ্ৰযান-২ উৎক্ষেপণৰ নিৰ্দেশ জাৰি কৰে।

ফলত চন্দ্ৰপৃষ্ঠত নমাৰ প্ৰাক্ষুহূৰ্তত যানখন ভাঙি পৰে। এই ঘটনালৈ আঙুলিয়াই একাংশই ইছৰ’ৰ এই ধাৰাবাহিক ব্যর্থতাৰ বাবে সংস্থাটোৰ অভ্যন্তৰৰ সংঘাত চলি আছে বুলি সন্দেহ প্রকাশ কৰিছে। এনেদৰে ইছৰ’ৰ ব্যর্থতাক লৈ ব্যাপক চর্চা চলি আছে। অৱশ্যে ব্যৰ্থতাৰ মূল কাৰণ কি, সেয়া বৰ্তমানলৈ পোহৰলৈ অহা নাই। উল্লেখ্য যে মহাকাশত কৃত্রিম উপগ্রহ স্থাপনৰ ক্ষেত্ৰত ইছৰ’ৰ সফলতাৰ হাৰ ৯০ শতাংশৰো অধিক। একেলগে ১০৪টাকৈ কৃত্রিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত স্থাপন কৰিও অভিলেখ ৰচনা কৰি থৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে।

সংস্থাটোৱে পিএছএলভিক ভৰসা কৰিয়ে চন্দ্রযান-১ আৰু মঙল অভিযানতো সাফল্য অৰ্জন কৰিছে। চৰকাৰী তথ্য অনুসৰি, বিগত দুটা দশকত মাত্র পাঁচবাৰহে ইছৰ’ৰ পিএছএলভি ব্যর্থ হৈছে। পিএছএলভি দেশৰ জ্যোতির্বিজ্ঞানীসকলে তৈয়াৰ কৰা ৰকেট। এনে সফলতাৰ বাবে পিএছএলভিক ‘কামৰ ঘোঁৰা’ আখ্যা দিয়া হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ISRO
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d