Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Shocking robbery in Guwahati:মহানগৰীৰ গণেশপাৰাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰে জড়িত৪ অভিযুক্তৰ ৩জনক গ্ৰেপ্তাৰ

বৰপেটাৰ পৰা গ্ৰেপ্তাৰ ৩ অভিযুক্তক, সোমবাৰে ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত হৈছিল শিহৰণকাৰী ডকাইতি কাণ্ড

publisher by publisher
January 22, 2026
in Assam, Crime
Reading Time: 1 min read
0
Shocking robbery in Guwahati:মহানগৰীৰ গণেশপাৰাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰে জড়িত৪ অভিযুক্তৰ ৩জনক গ্ৰেপ্তাৰ
2
SHARES
19
VIEWS
ShareShareShareShare

Shocking robbery in Guwahati:

মহানগৰীৰ গণেশপাৰাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰে জড়িত ৪ অভিযুক্তৰ ৩জনক গ্ৰেপ্তাৰ ফটাশিল- আমবাৰী আৰক্ষীৰ ৷ বিশেষ খবৰৰ ভিত্তিত বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰে ৩ অভিযুক্তক ৷

ADVERTISEMENT

উল্লেখ্য যে সোমবাৰে নিশা ৯.১২ বজাত পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ অধীনৰ ফটাশিল- আমবাৰী থানাৰ অন্তৰ্গত গণেশপাৰাস্থিত ব্যৱসায়ী অনিল ডেকাৰ ঘৰত হাতত উদ্যত মাৰণাস্ত্র লৈ মুখত ক’লা কাপোৰ বান্ধি চাৰিজনীয়া দলে সংঘটিত কৰা ডকাইতি কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ ডকাইতৰ দলৰ আক্রমণত ব্যবসায়ী অনিল ডেকাৰ পত্নী কৰবী ডেকা আৰু বাহন চালক ওদালগুৰিৰ মনোজ দাস (২৪) আহত হয় আৰু দলটোৱে ঘৰৰ পৰা নগদ প্রায় ডেৰ লাখ টকাসহ সোণৰ আ-অলংকাৰ লৈ উধাও হয়। উল্লেখ্য যে এই সমগ্র ঘটনা চিচি টিভিত বন্দী হৈছিল।

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

ঘটনাক্রমে নিশ প্রায় ৯.১২ মিনিটত ব্যৱসায়ী ডেকাৰ বাসগৃহ ‘স্নেহাশ্রয়’ৰ কলিং বেল বাজি উঠে। ব্যবসায়ী ডেকা দিল্লীলৈ গৈছিল আৰু সেই সময়ত ঘৰত আছিল পত্নী আৰু গাড়ী চালক দাস। হঠাৎ কলিং বেল বাজি উঠাত ডেকাৰ পত্নীয়ে গৈ মূল দুৱাৰখন ভিতৰৰ পৰা খুলি দিয়ে। লগে লগে দুৱাৰৰ সম্মুখত মুখত ক’লা কাপোৰ, মূৰ ঢকা চোলা পৰিহিত হাতত পিষ্টল অৰু ছুৰী লৈ চাৰিজন যুৱক ভিতৰলৈ সোমাই আহি ডেকা পত্নী আৰু চালক দাসক পাছফালৰ পৰা ধৰি লয়। দলটোৱে দুয়োকে ডিঙি আৰু গাত ছুৰী-পিষ্টল লগাই পাঁচ লাখ টকা দাবী কৰে বুলি ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে। এন্দেৰে চিচি টিভিত বন্দী হৈ যোৱা ঘটনাক্রমে দলটোৱে ভিতৰত প্ৰৱেশ কৰিয়েই দুয়োকে দুটা পৃথক কোঠালৈ লৈ যায় আৰু গড়ী চালক দাসক এখন ছোফাৰ ওপৰত পেলাই দুয়োখন হাত আৰু ভৰি বান্ধি প্ৰহাৰ কৰে। ঘটনাৰ সন্দৰ্ভত ডেকাৰ পত্নীয়ে কয় যে দলটোবে সোমায়ে চালকজনক তেওঁলোকে আক্রমণ কৰিবলৈ ধৰে আৰু তেওঁক টকা ক’ত আছে উলিয়াই দিবলৈ কয়। শেষত তেওঁ এটা স্থানৰ পৰা ৫০ হেজাৰ টকা উলিয়াই দিয়ে যদিও দলটো ক্ষান্ত নহৈ আলমাৰি লণ্ডভণ্ড কৰে লগতে আৰু ধন দাবী কৰি গাড়ীচালকজনক ছুৰীৰে খুঁচিবলৈ ধৰাত তেওঁ বাধ্য হৈ শেষত আন এঠাইত থকা প্রায় এক লাখ টকা উলিয়াই দিয়ে বুলি কয়। লগতে ডেকা পত্নীয়ে কয়, ‘মোৰ হাতত থকা খাৰু লৈ গৈছে। আঙঠিকেইটা ল’বলৈ বুলি মোৰ আঙুলি কাটিবলৈ লৈছিল। মই নিজেই উলিয়াম দিম বুলি কৈ চাবোন লগাই উলিয়াই দিলো। শেষত মনোজক হাত-ভবি বান্ধি, মোৰ মুখ বান্ধি এটা কোঠাত বন্দী কৰি চক্ৰটো ওলাই যায়।’

উল্লেখ্য যে চক্ৰটোৱে সংঘটিত কৰা এই সমগ্র ডকাইতি কাণ্ড ঘৰটোৰ ভিতৰৰ লগত চৌহদৰ বাহিৰত থকা কে’বাটাও চিচি টিভি কেমেৰাত বন্দী হৈছিল। চক্রটোৱে কোনোধৰণৰ সমস্যা নোহোৱাকৈ গেট খুলি কোনো ভয় নোহোৱাকৈ মূল দুৱাৰমুখত উপস্থিত হৈছিল।

ঘটনা সংঘটিত হোৱাৰ পিছতে ঘৰটোত ফৰেনচিক আৰু চিআইডিৰ দল উপস্থিত হৈ তন্ন তন্নকৈ পৰীক্ষা সম্পন্ন কৰে। ঘটনাস্থলী পৰিদৰ্শন কৰি পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ উপ-আযুক্ত নোমল মাহাতোৱে ঘটনাৰ ক্লু লাভ কৰা বুলি দাবী কৰি চক্ৰটোক শীঘ্ৰে কৰায়ত্ত কৰা হ’ব বুলি সদৰী কৰিছিল। উল্লেখ্য যে এই ঘটনাত চক্রটোৱে এখন বগা ৰঙৰ বাহন ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ তথ্য লাভ- কৰিছে আৰক্ষীয়ে উল্লেখ্য যে চাঞ্চল্যকৰ এই ঘটনাৰ কে’বাটাও দিশত তদন্ত চলাইছিল আৰক্ষীয়ে।
ফটাশিল- আমবাৰী আৰক্ষীয়ে ডেকা পৰিয়ালৰ গাড়ী চালক দাসক নিশা পর্যন্ত সোধ-পোছ অব্যাহত ৰাখে। আৰক্ষীৰ সন্দেহ যে চাৰিজনীয়া ডকাইতিৰ দলটোত থকাকেইজন কম বয়সীয়া যুৱক। লগতে ডেকাৰ পত্নীয়ে সদৰী কৰা অনুসৰি , তেওঁলোকে হিন্দী ভাষা ব্যৱহাৰ কৰিছিল; কিন্তু অসমীয়া যুৱকৰ দৰে লগা নাই। অৰুণাচল, নগালেণ্ডৰ যুৱক-যুৱতীয়ে ব্যৱহাৰ কৰা হিন্দীৰ দৰে। সেয়েহে চালকজনৰ লগত চক্ৰটোৰ কিবা যোগসূত্র থাকিব পাবে নেকি এই দিশত সন্দেহ কৰিও আৰক্ষীয়ে তদন্ত চলাইছিল। উল্লেখ্য যে চৰম নিৰাপত্তাহীনতাত ভূগি অহা মহানগৰবাসীক এই ঘটনাই অধিক আতংকিত কৰি তুলিছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Fatasil ambari policeGuwahatiShocking robbery Incidentthree robbers arrested
publisher

publisher

Related Posts

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d