Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Result HS 2026

    Result HS 2026

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিদেশী বহিষ্কাৰত কূটনৈতিক জটিলতা

publisher by publisher
January 28, 2026
in News, Assam
Reading Time: 1 min read
0
বিদেশী বহিষ্কাৰত কূটনৈতিক জটিলতা
2
SHARES
16
VIEWS
ShareShareShareShare

বিধানসভা নির্বাচন আসন্ন হৈ উঠাৰ সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষিত বিদেশী বহিষ্কাৰত তৎপৰতা দেখুৱাবলৈ গৈ চুবুৰীয়া বাংলাদেশৰে ভাৰতৰ কূটনৈতিক সম্পর্ক জটিল কৰি তোলাৰ আভাস স্পষ্ট হৈছে।

ADVERTISEMENT

কাৰণ মুখ্যমন্ত্রীৰ এই কাৰ্য সমস্যাটোৰ সমাধানত কিমান ফলপ্রসূ হ’ব তাক লৈ সন্দিহান হৈছে বহুজন। উল্লেখ্য যে স্পর্শকাতৰ অবৈধ বিদেশী সমস্যাক লৈ মুখ্যমন্ত্রীয়ে মন্তব্য কৰি আহিছে যে জিলা আয়ুক্তসকলে বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ঘোষিত বিদেশীসকলক ১০ দিনৰ ভিতৰত দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে।

RelatedPosts

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰাকত বিজেপিয়ে ন খনৰ পৰা ১১ খন আসন লাভ কৰিব

জিলা আয়ুক্তসকলক অনুপ্রবেশকাৰী (অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০ এ এই অধিকাৰ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে উক্ত আইনক লৈ জাৰি কৰা এক নির্দেশৰ ভিত্তিত বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা ব্যক্তিয়ে ২৪ ঘণ্টাৰ ভিতৰত নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে তেনে ব্যক্তিক ১০ দিনৰ ভিতৰত জিলা আয়ুক্তসকলে বহিষ্কাৰ কৰি আহিছে বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰি আহিছে।

আৰক্ষীয়ে এনে বিদেশী নাগৰিকক বাংলাদেশলৈ পিছুৱাই (পুছ বেক) কৰি আহিছে। কিন্তু অসম চৰকাৰৰ এই কাৰ্যই ঢাকাৰ স’তে দেশৰ কূটনৈতিক সম্পর্ক জটিল কৰি তোলাৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে। উচ্চস্তৰীয় সূত্রই জনেৱা মতে, কূটনৈতিক মাধ্যমেৰে পূৰ্বপুৰুষৰ নথিপত্র পৰীক্ষণ অবিহনে কাকোৱেই গ্রহণ কৰা নহ’ব বুলি ইতিমধ্যে নতুন দিল্লীস্থিত বাংলাদেশী উচ্চায়ুক্তই দেশৰ বৈদেশিক মন্ত্রণালয়ক স্পষ্ট কৰি দিছে। ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে অসমে পুছ বেক কৰা বিদেশীৰ বিষয়টো বাংলাদেশ চৰকাৰে সহজভাবে লোৱা নাই।

সূত্রই জনোৱা মতে, বিদেশী ঘোষিতক সীমান্তৰে বহিষ্কাৰ কৰা কাৰ্যই কোনো উদ্দেশ্য পূৰণ নকৰে বুলি বাংলাদেশৰ উচ্চায়ুক্তই দেশৰ বৈদেশিক মন্ত্রণালয়ৰ বাংলাদেশ আৰু ম্যানমাৰ শাখাক অৱগত কৰিছে। এনেদৰে বাংলাদেশলৈ বহিষ্কাৰ কৰাসকল পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাটো নিয়মমাফিক ঘটনাত পৰিণত হৈছে বুলিও সূত্রই জনায়।

এই সম্পর্কত সূত্রই কয়, ‘যদি বাংলাদেশে পুছ বেক কৰা সকলক গ্রহণ নকৰে তেন্তে দুয়ো দেশৰ নিৰপেক্ষ অঞ্চল বা ন’ মেনছ লেগুলৈ কৰা এনে পুছ বেকে কোনো আকাংক্ষিত ফল নিদিয়ে। তাৰ পৰিৱৰ্তে বাংলাদেশে এইসকলক পুনৰ ভাৰতৰ ভূমিলৈ বা ন’ মেনছ লেগুলৈ ঘূৰাই পঠিয়াইছে।’

এই সম্পর্কত সূত্রই লগতে জনায় যে বিদেশী নাগৰিকৰ এই জটিল সমস্যা সমাধানৰ বাবে ভাৰত-বাংলাদেশ উভয়ে বুজাবুজিবে কাম কৰিব লাগিব। উল্লেখ্য যে শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ পাছৰে পৰা ভাৰত-বাংলাদেশৰ সম্পর্ক জটিল হৈ আছে। এনে অৱস্থাতে অসম চৰকাৰে ঘোষিত বিদেশী দেশখনলৈ বহিষ্কাৰ কৰি আছে। এই সম্পর্কত সূত্রই লগতে উল্লেখ কৰে যে অসমৰ পৰা পুছ বেক কৰা এজন ব্যক্তিক পুনৰ ভাৰতলৈ ঘূৰাই অনা হয়। গতিকে চুবুৰীয়া দেশখনলৈ পুছ বেক কাৰ্য অসম চৰকাৰে কৰা লেখীয়াকৈ একপক্ষীয়ভাবে সম্ভর নহয় বুলিও সূত্রই ইংগিত দিছে।

উল্লেখ্য যে বৰ্তমানে অসমৰ চাৰি ঠাইৰ বন্দী শিবিৰত ৪৫ জন ঘোষিত বাংলাদেশী নাগৰিকক আটক কৰি ৰখা হৈছে। এইসকল বাংলাদেশী নাগৰিক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ, ধুবুৰী জিলা কাৰাগাৰ, কৰিমগঞ্জ জিলা কাৰাগাৰ আৰু গোৱালপাৰাৰ মাটিয়া বন্দী শিবিৰত ৰখা হৈছে।

আনহাতে, চৰকাৰী তথ্য অনুসৰি ২০২১ৰ মে’ৰ পৰা ২০২৫ৰ নৱেম্বৰলৈ অসমৰ পৰা ১,৫১৭ বিদেশীক বহিষ্কাৰ বা প্রত্যর্পণ কৰা হয়। তদুপৰি উক্ত সময়ছোৱাত বিভিন্ন বিদেশী ন্যায়াধিকৰণে ৫৯,৭৫৭ টা গোচৰ নিষ্পত্তি কৰে। এই গোচৰসমূহত ৩০,২৬৪ জন ব্যক্তিক বিদেশী আৰু ১৫,৩৯৫ জনক বিদেশী নহয় বুলি ঘোষণা কৰা হয়। আনহাতে, ৭৭,৮৮৩ টা গোচৰ নিষ্পত্তিহীন হৈ আছে।

লক্ষ্যণীয়ভাবে কালি গুৱাহাটীত গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কয় যে প্রতিষ্ঠাৰ সময়ৰে পৰা বিদেশী ন্যায়াধিকৰণসমূহলৈ যোৱা বছৰৰ ৩১ অক্টোবৰলৈকে ৪.৩৫ লাখ গোচৰ প্ৰেৰণ কৰে ৰাজ্য চৰকাৰে। ইয়াৰে ১.৭ লাখক বিদেশী ন্যায়াধিকৰণসমূহে বিদেশী বুলি ঘোষণা কৰে। আশ্চর্যজনকভাবে এই ঘোষিত বিদেশীসকলৰ ৪৬৭জনকহে দেশৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি ৰাজ্যপালে সদৰী কৰে। আনহাতে, মুখ্যমন্ত্রী ড° শৰ্মাই দাবী কৰি আহিছে যে অসমত অবৈধভাৱে বাস কৰা প্ৰায় দুহেজাৰ বিদেশীক পুছ বেক কৰা হয়।

শেহতীয়া ৰাষ্ট্রনীতিৰ আধাৰত প্ৰতি বছৰে ১০ৰ পৰা ১৫ হেজাৰ ঘোষিত বিদেশীক অসমৰ পৰা বহিষ্কাৰ কৰিব পৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Himanta Biswa Sarma
publisher

publisher

Related Posts

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
News

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

April 28, 2026
Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
News

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

April 28, 2026
Result HS 2026
News

Result HS 2026

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d