Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা

    গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

    Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

    Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

    Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

    Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিদেশী বহিষ্কাৰত কূটনৈতিক জটিলতা

publisher by publisher
January 28, 2026
in Assam, News
Reading Time: 1 min read
0
বিদেশী বহিষ্কাৰত কূটনৈতিক জটিলতা
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

বিধানসভা নির্বাচন আসন্ন হৈ উঠাৰ সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষিত বিদেশী বহিষ্কাৰত তৎপৰতা দেখুৱাবলৈ গৈ চুবুৰীয়া বাংলাদেশৰে ভাৰতৰ কূটনৈতিক সম্পর্ক জটিল কৰি তোলাৰ আভাস স্পষ্ট হৈছে।

ADVERTISEMENT

কাৰণ মুখ্যমন্ত্রীৰ এই কাৰ্য সমস্যাটোৰ সমাধানত কিমান ফলপ্রসূ হ’ব তাক লৈ সন্দিহান হৈছে বহুজন। উল্লেখ্য যে স্পর্শকাতৰ অবৈধ বিদেশী সমস্যাক লৈ মুখ্যমন্ত্রীয়ে মন্তব্য কৰি আহিছে যে জিলা আয়ুক্তসকলে বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ঘোষিত বিদেশীসকলক ১০ দিনৰ ভিতৰত দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে।

জিলা আয়ুক্তসকলক অনুপ্রবেশকাৰী (অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০ এ এই অধিকাৰ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে উক্ত আইনক লৈ জাৰি কৰা এক নির্দেশৰ ভিত্তিত বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা ব্যক্তিয়ে ২৪ ঘণ্টাৰ ভিতৰত নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে তেনে ব্যক্তিক ১০ দিনৰ ভিতৰত জিলা আয়ুক্তসকলে বহিষ্কাৰ কৰি আহিছে বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰি আহিছে।

আৰক্ষীয়ে এনে বিদেশী নাগৰিকক বাংলাদেশলৈ পিছুৱাই (পুছ বেক) কৰি আহিছে। কিন্তু অসম চৰকাৰৰ এই কাৰ্যই ঢাকাৰ স’তে দেশৰ কূটনৈতিক সম্পর্ক জটিল কৰি তোলাৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে। উচ্চস্তৰীয় সূত্রই জনেৱা মতে, কূটনৈতিক মাধ্যমেৰে পূৰ্বপুৰুষৰ নথিপত্র পৰীক্ষণ অবিহনে কাকোৱেই গ্রহণ কৰা নহ’ব বুলি ইতিমধ্যে নতুন দিল্লীস্থিত বাংলাদেশী উচ্চায়ুক্তই দেশৰ বৈদেশিক মন্ত্রণালয়ক স্পষ্ট কৰি দিছে। ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে অসমে পুছ বেক কৰা বিদেশীৰ বিষয়টো বাংলাদেশ চৰকাৰে সহজভাবে লোৱা নাই।

সূত্রই জনোৱা মতে, বিদেশী ঘোষিতক সীমান্তৰে বহিষ্কাৰ কৰা কাৰ্যই কোনো উদ্দেশ্য পূৰণ নকৰে বুলি বাংলাদেশৰ উচ্চায়ুক্তই দেশৰ বৈদেশিক মন্ত্রণালয়ৰ বাংলাদেশ আৰু ম্যানমাৰ শাখাক অৱগত কৰিছে। এনেদৰে বাংলাদেশলৈ বহিষ্কাৰ কৰাসকল পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাটো নিয়মমাফিক ঘটনাত পৰিণত হৈছে বুলিও সূত্রই জনায়।

এই সম্পর্কত সূত্রই কয়, ‘যদি বাংলাদেশে পুছ বেক কৰা সকলক গ্রহণ নকৰে তেন্তে দুয়ো দেশৰ নিৰপেক্ষ অঞ্চল বা ন’ মেনছ লেগুলৈ কৰা এনে পুছ বেকে কোনো আকাংক্ষিত ফল নিদিয়ে। তাৰ পৰিৱৰ্তে বাংলাদেশে এইসকলক পুনৰ ভাৰতৰ ভূমিলৈ বা ন’ মেনছ লেগুলৈ ঘূৰাই পঠিয়াইছে।’

এই সম্পর্কত সূত্রই লগতে জনায় যে বিদেশী নাগৰিকৰ এই জটিল সমস্যা সমাধানৰ বাবে ভাৰত-বাংলাদেশ উভয়ে বুজাবুজিবে কাম কৰিব লাগিব। উল্লেখ্য যে শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ পাছৰে পৰা ভাৰত-বাংলাদেশৰ সম্পর্ক জটিল হৈ আছে। এনে অৱস্থাতে অসম চৰকাৰে ঘোষিত বিদেশী দেশখনলৈ বহিষ্কাৰ কৰি আছে। এই সম্পর্কত সূত্রই লগতে উল্লেখ কৰে যে অসমৰ পৰা পুছ বেক কৰা এজন ব্যক্তিক পুনৰ ভাৰতলৈ ঘূৰাই অনা হয়। গতিকে চুবুৰীয়া দেশখনলৈ পুছ বেক কাৰ্য অসম চৰকাৰে কৰা লেখীয়াকৈ একপক্ষীয়ভাবে সম্ভর নহয় বুলিও সূত্রই ইংগিত দিছে।

উল্লেখ্য যে বৰ্তমানে অসমৰ চাৰি ঠাইৰ বন্দী শিবিৰত ৪৫ জন ঘোষিত বাংলাদেশী নাগৰিকক আটক কৰি ৰখা হৈছে। এইসকল বাংলাদেশী নাগৰিক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ, ধুবুৰী জিলা কাৰাগাৰ, কৰিমগঞ্জ জিলা কাৰাগাৰ আৰু গোৱালপাৰাৰ মাটিয়া বন্দী শিবিৰত ৰখা হৈছে।

আনহাতে, চৰকাৰী তথ্য অনুসৰি ২০২১ৰ মে’ৰ পৰা ২০২৫ৰ নৱেম্বৰলৈ অসমৰ পৰা ১,৫১৭ বিদেশীক বহিষ্কাৰ বা প্রত্যর্পণ কৰা হয়। তদুপৰি উক্ত সময়ছোৱাত বিভিন্ন বিদেশী ন্যায়াধিকৰণে ৫৯,৭৫৭ টা গোচৰ নিষ্পত্তি কৰে। এই গোচৰসমূহত ৩০,২৬৪ জন ব্যক্তিক বিদেশী আৰু ১৫,৩৯৫ জনক বিদেশী নহয় বুলি ঘোষণা কৰা হয়। আনহাতে, ৭৭,৮৮৩ টা গোচৰ নিষ্পত্তিহীন হৈ আছে।

লক্ষ্যণীয়ভাবে কালি গুৱাহাটীত গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কয় যে প্রতিষ্ঠাৰ সময়ৰে পৰা বিদেশী ন্যায়াধিকৰণসমূহলৈ যোৱা বছৰৰ ৩১ অক্টোবৰলৈকে ৪.৩৫ লাখ গোচৰ প্ৰেৰণ কৰে ৰাজ্য চৰকাৰে। ইয়াৰে ১.৭ লাখক বিদেশী ন্যায়াধিকৰণসমূহে বিদেশী বুলি ঘোষণা কৰে। আশ্চর্যজনকভাবে এই ঘোষিত বিদেশীসকলৰ ৪৬৭জনকহে দেশৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি ৰাজ্যপালে সদৰী কৰে। আনহাতে, মুখ্যমন্ত্রী ড° শৰ্মাই দাবী কৰি আহিছে যে অসমত অবৈধভাৱে বাস কৰা প্ৰায় দুহেজাৰ বিদেশীক পুছ বেক কৰা হয়।

শেহতীয়া ৰাষ্ট্রনীতিৰ আধাৰত প্ৰতি বছৰে ১০ৰ পৰা ১৫ হেজাৰ ঘোষিত বিদেশীক অসমৰ পৰা বহিষ্কাৰ কৰিব পৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa Sarma
publisher

publisher

Related Posts

Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা
Assam

October 27, 2026
গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন
Assam

গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

October 26, 2026
Assam

Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

October 26, 2026
Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী
Assam

Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

October 26, 2026
Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ
Crime

Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

October 26, 2026
Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত
National

Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

October 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d