Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Me-dam-me-phi Celebration in Guwahati:আজি ৰাজ্যজুৰি উদযাপিত মে-ডাম-মে-ফী

মহানগৰীৰ নটবমাত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ প্ৰতিমূৰ্তি

publisher by publisher
January 31, 2026
in Assam
Reading Time: 1 min read
0
Me-dam-me-phi Celebration in Guwahati:আজি ৰাজ্যজুৰি উদযাপিত মে-ডাম-মে-ফী
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Me-dam-me-phi Celebration in Guwahati:

আজি ৰাজ্যজুৰি উদযাপিত  হয় মে-ডাম-মে-ফী ৷ ৬০০ বছৰীয়া ৰাজত্বকালত গৌৰৱময় অধ্যায়ৰ সূচনা কৰিছিল আহোম স্বৰ্গদেউসকলে ৷ স্বৰ্গদেউ সকলক সোঁৱৰণৰে পৰম্পৰা ৰক্ষা কৰি আজি সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ হাতীগাঁৱৰ নটবমাস্থিত আহোম কালছাৰেল ছ’চাইটিৰ ক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় মে-ডাম-মে-ফীৰ বিশেষ অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷

ADVERTISEMENT

WhatsApp Image 2026 01 31 at 11.30.38 AMকেন্দ্ৰীয় বৈদেশিক আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰচেষ্টাত আৰু আহোম কালছাৰেল ছ’চাইটিৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজিৰ দ্বাৰা সম্পূৰ্ণ হৈ উঠা চাওলুং ছ্যুকাফাৰ এটা প্ৰতিমূৰ্তি মুকলি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ এই উপলক্ষে আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় ,সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়,বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাই কেৱল এখন ৰাজ্যই প্ৰতিষ্ঠা কৰা নাছিল, তেওঁ বিৰল ৰাজনৈতিক দূৰদৰ্শিতাৰে বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ দোলেৰে সমন্বয়ৰ ভেটি গঢ়িছিল। তেওঁৰ সেই অপৰিসীম ত্যাগ আৰু সমন্বয়ৰ আদৰ্শই আজিও আমাক এক শক্তিশালী আৰু সমৃদ্ধ অসম গঢ়াৰ প্ৰেৰণা যোগায়।

WhatsApp Image 2026 01 31 at 11.30.18 AMপূৰ্বপুৰুষসকলক স্মৰণ কৰি দেশ আৰু দহৰ মংগলৰ বাবে আশীৰ্বাদ কামনাৰ ‘মে-ডাম-মে-ফী’ৰ এই বিশেষ দিনটোতে আজি গুৱাহাটীৰ নটবমাত বৰ অসমৰ খনিকৰ স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ এক বিশাল আৰু নৱনিৰ্মিত প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ সৌভাগ্য লভি কৃতাৰ্থ হওঁ।

অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা,কেন্দ্ৰীয় মে-ডাম-মে-ফী আয়োজক সমিতিৰ সভাপতি নিতুল গগৈ সহ কে’বা গৰাকী বিশিষ্ট টাই পণ্ডিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chaolung Sukapha NagarCm Himanta Biswa SarmaGuwahatiMe-dam-me-phi CelebrationNotboma
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d