Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

১৮৫৪তে তামিলনাডুৰ তিৰুনেলভেলীত স্থাপন কৰা ঘড়ীয়ে পুনৰ গুঞ্জন তুলিব

publisher by publisher
February 21, 2026
in News, world
Reading Time: 1 min read
0
১৮৫৪তে তামিলনাডুৰ তিৰুনেলভেলীত স্থাপন কৰা ঘড়ীয়ে পুনৰ গুঞ্জন তুলিব
2
SHARES
23
VIEWS
ShareShareShareShare

উনবিংশ শতিকাতে তৈয়াৰী তথা তামিলনাডুৰ তিৰুনেলভেলীৰ এটা কেথেড্ৰেলত স্থাপন কৰা এটা ঘড়ীয়ে পুনৰ গুঞ্জন তুলিবলৈ সাজু হৈছে। ১৮৫৪তে এই ঘড়ী তৈয়াৰ কৰে তেতিয়াৰ লণ্ডনৰ বিখ্যাত ঘড়ী নির্মাতা প্রতিষ্ঠান ক্লার্কেন বেলৰ জন মুৰ আৰু ছলে।

ADVERTISEMENT

উল্লেখ্য যে লণ্ডনৰ এলিজাবেথ টাৱাৰৰ বিগ বেনকে সবাতোকৈ পুৰণা ঘড়ী বুলি বহুতে আখ্যা দিয়ে। ১৮৫৯৩ বিগ বেনক এলিজাবেথ টাৱাৰত স্থাপন কৰা হয়। ইয়াৰ বিপৰীতে মুৰ এণ্ড ছন্সে ১৮৫৪ত তৈয়াৰ কৰা ঘড়ীটো ইয়াৰ পাছৰ বছৰতে তিৰুনেলভেলী জিলাৰ ঐতিহাসিক হ’লী ত্রিনিটী কেথেড্রেলত স্থাপন কৰা হয়।

RelatedPosts

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

১৮২৬ত হ’লী ত্রিনিটী কেথেড্রেল নিৰ্মাণ কৰা হয়। চলিত বর্ষত এই কেথেড্রেলে দুশ বছৰ পূৰ্ণ কৰে। এই উপলক্ষে কেথেড্রেলটোৰ পুনৰ উজ্জীৱিতকৰণৰ কামো সম্পন্ন কৰা হৈছে। আনহাতে, কেথেড্ৰেলৰ প্রাচীন ঘড়ীটো বহুযুগ পূর্বে অচল হৈ পৰে।

কেথেড্রেল কর্তৃপক্ষই দুশ বছৰ পূৰ্তি উপলক্ষে ঘড়ীটো পুনৰ চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰি তেওঁলোকে ঘড়ীটোক ‘পুনৰ জীৱন’ দিয়াৰ বাবে প্ৰাচীন ঘড়ী সংগ্ৰাহক ৰ’বাট কেনেডী আৰু দক্ষ ঘড়ী মেকানিক নাগৰাজৰ দ্বাৰস্থ হয়। বিষয়টোক লৈ দুয়োপক্ষৰ মাজত দুমাহজোৰা আলোচনা অনুষ্ঠিত হয়।

এই আলোচনাৰ অন্তত কেনেডীয়ে নাগৰাজৰ সহায়ত ঘড়ীটো পুনৰ জীৱনদানৰ সিদ্ধান্ত লয়। ঘড়ীটোত এটা বেটাৰী স্থাপন কৰি পুনৰ জীৱনদান দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি কেনেডীয়ে সদৰী কৰিছে। এই সম্পৰ্কত আৰু তেওঁ কয়, ‘ঘড়ীত সুন্দৰ অভিযান্ত্রিক যান্ত্রিক ব্যৱস্থা থাকে। আটোমটোকাৰিকৈ গঢ়ি তোলা যান্ত্রিক ব্যৱস্থা আঁতৰ কৰা কার্যক একোটা ঘড়ীক হত্যাসম। মই তেওঁলোক (কেথেড্রেল) কর্তৃপক্ষক অৱগত কৰিলো যে যদি ঘড়ীটোত এটা বেটাৰী স্থাপন কৰা হয় তেন্তে পুনৰ সচল হ’ব।’

তেওঁৰ এই প্ৰস্তাৱ কেথেড্রেল কর্তৃপক্ষই মানি লয়। অৱশ্যে ঘড়ীটোক পুনৰ জীৱনদান দিয়াৰ বাবদ কেথেড্রেল কর্তৃপক্ষৰ মেকানিক নাগৰাজক ১.২ লাখ টকা দিব লাগিব বুলি কেনেডীয়ে সদৰী কৰে। উল্লেখ্য যে প্ৰথম অৱস্থাত কেথেড্রেল কর্তৃপক্ষই নিজাববীয়াকৈ ঘড়ীটো পুনৰ সচল কৰাৰ চেষ্টা কৰে যদিও সফল নহ’ল।

গতিকে তেওঁলোক কেনেডী আৰু নাগৰাজৰ দ্বাৰস্থ হয়। ঘড়ীটো পুনৰ ‘সজীৱ’ হৈ উঠিলে তাত ইয়াৰ তৈয়াৰী বৰ্ষ উল্লেখ কৰি ঘড়ীটোক পুনৰ কেথেড্ৰেলৰ দেৱালত ওলমাৰৰ সিদ্ধান্ত লৈছে কর্তৃপক্ষই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d