Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nepal Bus Accident :নেপালত ভয়ংকৰ বাছ দুর্ঘটনা

যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰিল ত্ৰিশুলি নদীত, দুৰ্ঘটনাত ১৮ গৰাকীকৈ লোকৰ কৰুণ মৃত্যু

publisher by publisher
February 23, 2026
in Assam
Reading Time: 1 min read
0
Nepal Bus Accident :নেপালত ভয়ংকৰ বাছ দুর্ঘটনা
2
SHARES
23
VIEWS
ShareShareShareShare

Nepal Bus Accident :

চুবুৰীয়া হিমালয়ান ৰাষ্ট্ৰ নেপালত শিহৰণকাৰী পথ দুৰ্ঘটনা ৷ সোমবাৰে পুৱতি নিশা ১:১৫ বজাত পোখাৰাৰ পৰা কাঠমাণ্ডুলৈ গৈ থকা অৱস্থাত এখন যাত্ৰীবাহী বাছ ঢাডিং জিলাৰ ত্ৰিশুলি নদীত বাগৰি পৰে ৷ দুৰ্ঘটনাটোত ১৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে ২৫ জন যাত্ৰী আহত হৈছে। বেনিঘাট ৰোৰাং গ্ৰাম্য পৌৰসভা-৩ৰ চিনাধৰা, চৰাউণ্ডি অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। পৃথ্বী ৰাষ্ট্ৰীয় ঘাইপথত গৈ থকা বাছখন হঠাতে পথৰ পৰা পিছলি প্ৰায় ৩০০ মিটাৰ ঠেক ঢালৰ পৰা নদীত ডুব যায়। বাছখন বিধ্বস্ত অৱস্থাত উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে

ADVERTISEMENT

কাঠমাণ্ডু জিলা যান-বাহন আৰক্ষী অধীক্ষক শিশিৰ থাপাই উল্লেখ কৰিছে যে মৃত লোকসকলৰ ভিতৰত ৬ গৰাকী মহিলা আৰু ১১ জন পুৰুষ আছে। আহতসকলৰ ভিতৰত আছে ৮ গৰাকী মহিলা, ১৮ গৰাকী পুৰুষ আৰু এগৰাকী নাবালিকা ছোৱালী। কিছু সংখ্যক যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

RelatedPosts

Meghalaya Cm Announced:মেঘালয়ৰ মাইনিঙত শ্ৰমিকৰ মৃত্যুৰ ঘটনাক লৈ উদ্বিগ্ন মেঘালয়ৰ মুখ্যমন্ত্ৰী

Tragic Meghalaya Coal Mine Blast:মেঘালয়ৰ ৰেট হোল মাইনিঙত শতাধিকৰ মৃত্যুৰ শংকা

WhatsApp Image 2026 02 23 at 12.43.54 PM 1দুৰ্ঘটনাটোৰ পিছতে নেপালী সেনা, সশস্ত্ৰ আৰক্ষী বাহিনী, নেপাল আৰক্ষী, আৰু স্থানীয় বাসিন্দাসকলে একত্ৰিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানত অংশগ্ৰহণ কৰে। গভীৰ নিশা আৰু পাহাৰীয়া ভূখণ্ডই উদ্ধাৰ কাৰ্যত বাধাৰ সৃষ্টি কৰিছে যদিওউদ্ধাৰকাৰী দলে যুদ্ধকালীন তৎপৰতাৰে নিজৰ কাম অব্যাহত ৰাখিছে। আনহাতে প্ৰশাসনে উল্লেখ কৰিছে যে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ তদন্তৰ অন্ততহে পোহৰলৈ আহিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও চলিত মাহৰ ৬ ফেব্ৰুৱাৰীত নেপালৰ বৈতাদী জিলাৰ ১৫০ মিটাৰ দ খাৱৈত বিবাহযাত্ৰী কঢ়িয়াই অনা এখন বাছ ডুব যায়। সেই দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু হৈছিল আৰু ৩৪ জন আহত হৈছিল।কইনাক কঢ়িয়াই বাঝাংলৈ লৈ যোৱা বাছখনে বদগাঁও পাকত নিয়ন্ত্ৰণ হেৰুৱাইছিল। এই সঘনাই সংঘটিত দুৰ্ঘটনাবোৰে নেপালৰ পথ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

পাহাৰীয়া পথৰ দুৰ্বল অৱস্থা, তীব্ৰ বেগ আৰু ৰাতি দীৰ্ঘ দূৰত্বৰ যাত্ৰা প্ৰায়ে মাৰাত্মক বুলি প্ৰমাণিত হয়। দিনক দিনে নেপালত বাঢ়িছে পথ দুৰ্ঘটনা। এই শেহতীয়া দুৰ্ঘটনাটোৱে পুনৰ সকীয়াই দিছে যে আগন্তুক দিনত সংশ্লিষ্ট কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এনে দুৰ্ঘটনা আৰু সম্ভাৱনা নুই কৰিব নোৱাৰি I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 18 DEATH34 injuredNepal Bus Accident
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা
Assam

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা

April 23, 2026
খেল’ ইণ্ডিয়া ট্ৰাইবেল গেমছত পদকপ্ৰাপ্ত ৰেষ্টলাৰৰ বুধবাৰে নগাঁৱত অভিনন্দন অনুষ্ঠানৰ আয়োজন

April 22, 2026
GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!
News

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

April 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d