Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: আজি কোনো শুভ কথাত মন আনন্দিত হ’ব। আর্থিক দিশত বাধা পাব পাৰে পাৰিবাৰিক দিশত শুভ। ব্যৱসায়ত বাধা। শুভ ৰং কমলা, শুভসংখ্যা ২।
বৃষ: আজি কর্মত বাধা দেখা যায়। যাত্রা কৰোতে সাৱধান। ব্যৱসায়ত সফলতা লাভ। বিদ্যার্থীসকলে ভবামতে ফল নাপাব। শুভ ৰং ক’লা, শুভ সংখ্যা ৫।
মিথুন: আজি কোনো বিশেষ কামত সফল হ’ব। শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত। সন্ধিয়া ছয় বজাৰ পাছত যাত্রা নকৰিব। প্ৰেমত সন্দেহ। শুভ ৰং সোণালী, শুভ সংখ্যা ৭।
কর্কট: আজি ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যোগ। সন্তানৰ ভৱিষ্যতৰ কাৰণে চিন্তা থাকিব। বিদ্যাত বাধা। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভসংখ্যা ৩।
সিংহ: আজি সন্তানৰ ওপৰত সতৰ্কতাৰ প্ৰয়োজন। চলা-ফুৰাত সাৱধান। পাৰিবাৰিক দিশত অশান্তিত ভুগিব পাৰে। শুভ ৰং সেউজীয়া, শুভসংখ্যা ৩।
কন্যা: আজি শিল্পীসকলে কর্মত সফলতা লাভ কৰিব। দিনৰ ১২ বজাৰ পাছত যাত্ৰা কৰিব। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন। প্রেমত সাৱধান। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।
তুলা: আজি সামাজিক কামত জড়িতসকলে উন্নত পৰিৱেশ পাব। বিদ্যার্থীসকলৰ শুভ। ভ্রমণত শুভ। ব্যৱসায়ত লোকচানৰ সম্ভাৱনা। শুভৰং বগা, শুভ সংখ্যা ৮।
বৃশ্চিক: আজি কোনো কামত সফলতা লাভ। তীর্থ ভ্রমণৰ যোগ। চলা-ফুৰাত সাৱধান। বিদ্যাত উন্নতি। প্রেমত বুজাবুজি। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬।
ধনু: আজি ব্যৱসায়ত অনুকূল প্ৰভাৱ পৰিব। পাৰিবাৰিক দিশত শুভ। বিদ্যার্থীসকলে ভবামতে ফল নাপাব। প্ৰেমত শুভ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৭।
মকৰ : আজি কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ স’তে মতবিৰোধ। ভ্রমণ নকৰাই ভাল। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। শুভ ৰং গোলাপী, শুভ সংখ্যা ৩।
কুম্ভ: আজি বন্ধুবৰ্গৰ লগত সু-সম্পর্ক স্থাপন হব। ব্যৱসায়ত আয় বৃদ্ধিৰ যোগ। পুৱাৰ ভাগত যাত্রা কৰিলে শুভ হ’ব। শুভ ৰং ক’লা, শুভ সংখ্যা 81
মীন: আজি কর্মত কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখা পাব। দাম্পত্যত মতবিৰোধ। যাত্রা শুভ। শুভ ৰং মাখন, শুভ সংখ্যা ৫।































