Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সম্পত্তি বাঢ়িছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ, কাঙাল হৈছে অসমৰ জনতা: সুপ্রিয়া

publisher by publisher
March 31, 2026
in News, Assam
Reading Time: 1 min read
0
সম্পত্তি বাঢ়িছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ, কাঙাল হৈছে অসমৰ জনতা: সুপ্রিয়া
2
SHARES
21
VIEWS
ShareShareShareShare

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ অভাৱনীয় হাৰত বৃদ্ধি হোৱা বুলি আঙুলিয়াই দি ইয়াৰ কৌশল অসমৰ যুৱ সমাজকো শিকাবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটী (এআইচিচিচি) ৰ সামাজিক মাধ্যম আৰু তথ্য প্রযুক্তি বিভাগৰ অধ্যক্ষ সুপ্রিয়া শ্রীনেটেই মুখ্যমন্ত্রীক আহ্বান জনাইছে।

ADVERTISEMENT

সোমবাৰে এক সংবাদমেলত নেত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্রীয়ে মনোনয়নপত্ৰৰ লগত দাখিল কৰা সম্পত্তিৰ শপতনামাৰ তালিকাৰ ভিত্তিতে তেওঁ এই আহ্বান জনাইছে। কাৰণ অসমৰ যুৱ সমাজে এটা সংস্থাপন বিচাৰি, উপাৰ্জনৰ পথ বিচাৰি কৰ্ণাটক, কেৰালালৈ যাবলৈ বাধ্য হৈছে। শ্রীনেটে কয়, ‘যোৱা পাঁচ বছৰত অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি ৬৬৫ শতাংশ বৃদ্ধি হৈছে। ২০১৬ত অসমৰ মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ পৰিমাণ আছিল এক কোটি ৭৭ লাখ টকা। মুখ্যমন্ত্রীয়ে মনোনয়নপত্ৰৰ লগত দাখিল কৰা শপতনামাৰ পৰা দেখা গৈছে যে তেওঁৰ সম্পত্তি ১৩১ শতাংশলৈ বৃদ্ধি হৈছে। এক কোটি ৭৭ লাখৰ পৰা এতিয়া তেওঁৰ সম্পত্তি বাঢ়িছে ১৩.৫৯ কোটি টকালৈ। দেখা গৈছে যে মুখ্যমন্ত্রী মালামাল হোৱা নাই। মালামাল হৈছে মুখ্যমন্ত্ৰীৰ পত্নী। ইয়াৰ ফলত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ একেবাৰে ৬৬৫ শতাংশলৈ জাঁপ মাৰি বৃদ্ধি হৈছে। আজি অসমত এনে কোনো ক্ষেত্র নাই য’ত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখল নাই। ৰিয়েল ইষ্টেট, আন্তঃৰাষ্ট্ৰীয় স্কুল, মেকড’নাল্ড, ৰিজ’ৰ্ট, চাহ বাগিচা, টিভি চেনেল, পৰিবহণ সকলোতে মুখ্যমন্ত্ৰীৰ পৰিয়ালে দখল কৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ হাৰ ৬৬৫ শতাংশলৈ বাঢ়িছে। ২০১৬ত মুখ্যমন্ত্ৰীৰ স্থাৱৰ সম্পত্তিৰ মূল্য আছিল চাৰে তিনি কোটি টকা। ২০২৬৩ ২০ কোটি টকালৈ বৃদ্ধি হৈছে। অসমত ৰিয়েল ইষ্টেটৰ ব্যৱসায় ৩৫০ শতাংশ বৃদ্ধি পাবলৈ হ’লে প্রতি বছৰে ৩৫ শতাংশলৈ বৃদ্ধি পাব লাগে। অসমৰ সাধাৰণ লোকৰ তিনি কোটি টকাৰ সম্পত্তি ২০ কোটি টকালৈ এই সময়ছোৱাত বৃদ্ধি পাইছেনে? সেইকাৰণে মই মুখ্যমন্ত্রীক আহ্বান জনাওঁ যে সম্পত্তি কিদৰে বৃদ্ধি পাৰি তাৰ কৌশল তেওঁ অসমৰ ৰাইজক জনাব লাগে।’

RelatedPosts

Resign From Congress in Nagaon:নগাঁৱত কংগ্ৰেছৰ খহনীয়া অব্যাহত

Rahul Gandhi:পাৰপত্ৰ তৈয়াৰ কৰিব পাৰিব ৰাহুলে !

বিহাৰ বিধানসভাৰ পাঁচ দিনীয়া অধিবেশনঃ এ আই এম আই এমৰ সদস্যই ‘ভাৰত’ৰ পৰিৱৰ্তে উল্লেখ কৰিলে ‘হিন্দুস্তান’ত

মুখ্যমন্ত্রীক ‘বিনিয়োগ গুৰু’ হ’বলৈও আহ্বান জনায় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ পৰিমাণৰ লগত প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তরুণ গগৈ আৰু পুত্ৰ গৌৰৱ গগৈৰ সম্পত্তিৰ তুলনাও শ্রীনেটে কৰে। তেওঁ উল্লেখ কৰে যে ১৫ বছৰ মুখ্যমন্ত্ৰীৰ পদত থকাৰ পাছতো তেওঁলোকৰ সম্পত্তি পাঁচ লাখ আৰু পত্নীৰ ১০ হেজাৰ টকা আছিল। গৌৰৱ গগৈৰ ২০১৩-১৪৩ ১৪ লাখ টকাৰ সম্পত্তি আছিল। পত্নীৰ আছিল ৪০ৰ পৰা ৪৫ লাখ টকা।

অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ছিণ্ডিকেট চলোৱাৰ অভিযোগ কৰি শ্রীনেটে প্রশ্ন কৰে এনেদৰে, ‘চাহ, কয়লা, ধপাত, চুপাৰি, পাণ সকলোৰে পৰা ছিণ্ডিকেটযোগে ধন সংগ্ৰহ কৰি থকা হৈছে। অবৈধ কৰ সংগ্ৰহ কৰি থকা হৈছে। সেইবোৰ মুখ্যমন্ত্ৰীৰ পকেটলৈ আহি আছে। মুখ্যমন্ত্রী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি এনেদৰেই বৃদ্ধি হৈছে নেকি?’

অসমৰ যুৱ সমাজক উপাৰ্জনৰ পদ দেখুৱাবলৈ মুখ্যমন্ত্ৰীক পুনৰ আহ্বান জনাই শ্রীনেটে এইবুলিও কয় যে অসমত ২৫ লাখ পঞ্জীয়নভুক্ত নিবনুৱা আছে। তাৰে মাত্র ০.১ শতাংশইহে নিযুক্তি লাভ কৰিছে। অসম চৰকাৰে দুই লাখ কোটি টকাতকৈ অধিক ঋণ লৈছে। এই বৃহৎ ঋণৰ বোজা আজি জন্ম হোৱা শিশুটিৰ পৰা একেবাৰে বয়োবৃদ্ধজনলৈ মূৰত পৰিছে। জনমূৰি ঋণৰ পৰিমাণ ৫৪ হেজাৰ টকালৈ বৃদ্ধি হৈছে।

তেওঁ এই বুলিও কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত অসম দ্রুত উন্নয়নৰ ৰাজ্যৰ তালিকাত আছিল। তাৰ বিপৰীতে এতিয়া অসম নিটি আয়োগৰ তথ্য অনুসৰি ২৮ খন ৰাজ্যৰ তালিকাৰ ১৩ নম্বৰতহে আছে। মুঠতে সকলো দিশৰে সাধাৰণ জনতাক মুখ্যমন্ত্রী আৰু তেওঁৰ পৰিয়ালে মাধমাৰ দিয়া বুলি মন্তব্য কৰি শ্রীনেটে কয়, ‘অসমত এতিয়া যিটো ক্ষেত্রতে উন্নয়ন হৈছে সেইটোতে হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানী আছে। আজি অসমত আঠ হেজাৰ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছে। তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছে। বিজেপিৰ ১০ বছৰীয়া শাসন কালত মুখ্যমন্ত্রী, মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ছিণ্ডিকেটৰ কাণ্ডাৰীসকল মালামাল হ’ল আৰু কাঙাল হৈছে অসমৰ জনতা। মই এই দাবী কৰো যে অসমৰ কোনো লোকৰে সম্পত্তি ৬৫০ শতাংশলৈ বৃদ্ধি হোৱা নাই। বৃদ্ধি হৈছে কেৱল মাত্র এটা পৰিয়ালৰ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: congress leaderSupriya Shrinate
publisher

publisher

Related Posts

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d