Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিহাৰ বিধানসভাৰ পাঁচ দিনীয়া অধিবেশনঃ এ আই এম আই এমৰ সদস্যই ‘ভাৰত’ৰ পৰিৱৰ্তে উল্লেখ কৰিলে ‘হিন্দুস্তান’ত

publisher by publisher
November 25, 2020
in India, News, Politics
Reading Time: 1 min read
0
বিহাৰ বিধানসভাৰ পাঁচ দিনীয়া অধিবেশনঃ এ আই এম আই এমৰ সদস্যই ‘ভাৰত’ৰ পৰিৱৰ্তে উল্লেখ কৰিলে ‘হিন্দুস্তান’ত
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

সম্পত্তি বাঢ়িছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ, কাঙাল হৈছে অসমৰ জনতা: সুপ্রিয়া

Resign From Congress in Nagaon:নগাঁৱত কংগ্ৰেছৰ খহনীয়া অব্যাহত

Rahul Gandhi:পাৰপত্ৰ তৈয়াৰ কৰিব পাৰিব ৰাহুলে !

ভাৰতবাসীৰ মাজত থকা একতা তথা অনক্যৰ মাজত থকা ঐক্য পুনৰ প্ৰদৰ্শন কৰিলে বিহাৰ বিধানসভাই । সপ্তদশ বিহাৰ বিধানসভাৰ পাঁচ দিনীয়া অধিবেশনৰ কালি প্ৰথমটো দিনতে নৱ নিৰ্বাচিত বিধায়কসকলে বিভিন্ন ভাষাত লোৱা শপতগ্ৰহণৰ মাজেৰে এখন পৃথক ছবি দাঙি ধৰিবলৈকো সক্ষম হয় । ধৰ্ম-ভাষা তথা নলীয় দৰ্শনৰ পৰা উৰ্ধ্বত থাকি নৱ নিৰ্বাচিত বিধায়কসকলে এক ইতিবাচক বাৰ্তা দিবলৈ সক্ষম হয় যদিও ইয়াৰ মাজতে অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিন (এ আই এম আই এম)ৰ এজন বিধায়কে পৰিৱেশৰ অৱনতি ঘটোৱাতহে উদ্গনি যোগায় ।

ADVERTISEMENT

উল্লেখ্য যে কাচবা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা কংগ্ৰেছৰ বিধায়ক শ্বাকিল আহমেদ খানে সকলোকে আচৰিত কৰি সংস্কৃত ভাষাত শপত বাক্য পাঠ কৰে । অন্যান্য বিধায়কসকলে মূলতঃ মৈথেলী, উৰ্দ্দু, হিন্দী,‌ ইংৰাজী আদি ভাষাত শপত বাক্য পাঠ কৰে । জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ খানে সংস্কৃত ভাষাত শপত বাক্য পাঠ কৰাৰ পাছত কয়, ‘মই বিজেপি আৰু এ আই এম আই এম দুয়ো দলকে এক বাৰ্তা দিব বিচাৰিছো । আমাৰ সংস্কৃত অতিকৈ সুন্দৰ আৰু সংস্কৃত আমাৰ সকলো ভাষাৰ মাতৃ স্বৰূপ। সেয়েহে মই সংস্কৃত ভাষাত শপত বাক্য পাঠ কৰিবলৈ স্থিৰ কৰিছিলো আৰু এতিয়া তাকেই কৰিলো ।’

ইয়াৰ বিপৰীতে আছাদুদ্দিন ওৱেইছি নেতৃত্বাধীনে এ আই এম আই এমৰ পৰা বিহাৰ বিধানসভালৈ নিৰ্বাচিত হৈ অহা আখতাৰুল ইমামে উৰ্দ্দু ভাষাত পাঠ কৰা শপত গ্ৰহণত ‘হিন্দুস্তান’ শব্দটো উল্লেখ কৰে ‘ভাৰত’ৰ পৰিৱৰ্তে । ৰাষ্ট্ৰীয় জনতা দল ত্যাগ কৰি এ আই এম আই এমত যোগদান কৰা ইমামে সম্প্ৰতি দলৰ বিহাৰ গোটক নেতৃত্বও প্ৰদান কৰি আছে । ২০১৯ত বিহাৰ বিধানসভাৰ উপ-নিৰ্বাচনত এ আই এম আই এমৰ পৰা কামৰুল বুদাই কিষাণগঞ্জ সমষ্টিত বিজেপিৰ ছুইটি সিঙক পৰাজিত কৰি দলৰ প্ৰথমজন বিধায়ক হিচাপে বিহাৰ বিধানসভাত প্ৰৱেশ কৰিছিল । হাইদ্ৰাবাদ কেন্দ্ৰিক দলটোৰ ই আছিল বিহাৰত প্ৰথম সাফল্য ।

ইমামে এতিয়া ৰাজ্যখনৰ সীমাঞ্চল অঞ্চলতো দলৰ শক্তি বৃদ্ধি কৰে । প্ৰ’টেম অধ্যক্ষ জিতিন ৰাম মাঝিয়ে সংবিধানৰ উল্লেখৰে বিষঢয়তোত হস্তক্ষেপ কৰিবলৈকো বাধ্য হয় । ইয়াৰ পাছত বিধায়ক ইমামে ততাতৈয়াকৈ শুধৰণি কৰি শপতবাক্য পাঠ সম্পূৰ্ণ কৰে । ইমামে পাছত সদৰী কৰা অনুসৰি পুৰণি উৰ্দ্দুৰ পৰা শব্দ ল’বলৈ যোৱাৰ ফলতে এনে হৈছিল । ইমামে কয়, ‘মোৰ হিন্দুস্তান শব্দৰ ব্যৱহাৰত কোনো সমস্যা নাই; কিন্তু সংবিধানত ‘ভাৰত’ শব্দটো স্পষ্ট কৰি দিয়া হৈছে ।’

শপত গ্ৰহণ অনুষ্ঠানত প্ৰথম বিধায়কৰূপে বাল্মিকী নগৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা বিৰেন্দ্ৰ প্ৰতাপ সিঙে শপত গ্ৰহণ কৰে । মৈথেলী অঞ্চলৰ পৰা বিজয়ী হৈ অহাসকলে মৈথেলী, সীমাঞ্চলৰ পৰা বিজয়ী হৈ অহাসকলে উৰ্দ্দুত শপত লোৱাৰ পৰিৱৰ্তে ৰতনেচ সাদা আৰু মিথিলেচ কুমাৰে সংস্কৃত ভাষাত শপত পাঠ কৰে । সপ্তদশ বিহাৰ বিধানসভালৈ শতাধিক সদস্য এইবাৰ প্ৰথমবাৰলৈ নিৰ্বাচিত হৈ আহিছে । এই অধিবেশনৰ অহা ২৭ নৱেম্বৰত অন্ত পৰিব । কৰ’না স্বাস্থ্য বিধি অনুসৰণ কৰি আগবঢ়া এই অধিবেশনত ২৪৩ গৰাকী বিধায়কে শপত পাঠ কৰিব । কাইলৈ অধ্যক্ষৰ নিৰ্বাচন হ’ব । ২৬ নৱেম্বৰত ৰাজ্যপাল ফাগু চৌহানে বিধানসভাক সম্বোধন কৰিব । উল্লেখ্য যে ১২৫ গৰাকী বিধায়কৰে এন ডি এ চৰকাৰ গঠন কৰিছে বিহাৰত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bihar Assembly electioncongress leadershakil ahmed khan
publisher

publisher

Related Posts

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি
Assam

August 20, 2026
প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d