Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Chirang:নিৰ্বাচনৰ আগমুহূৰ্তত ইউপিপিএলত মোক্ষম আঘাত

ইজনৰ পিছত সিজনকৈ ইউপিপিএল- বিজেপি নেতাৰ বিপিএফত যোগদান, ইউপিপিএল দল নিশেষ হ'বলৈ বেছি দেৰি নাই ইতিমধ্যে ৮০ শতাংশ বিএফত যোগদান কৰিলে আৰু ২০ শতাংশ হে বাকী আছে:জিলা বিপিএফ সভাপতি

publisher by publisher
April 3, 2026
in News
Reading Time: 1 min read
0
Chirang:নিৰ্বাচনৰ আগমুহূৰ্তত ইউপিপিএলত মোক্ষম আঘাত
1
SHARES
9
VIEWS
ShareShareShareShare

Chirang:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা দিন থকা অৱস্থাত নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে বিটিচিত ৷ বিপিএফৰ মাৰাথান বজাৰত একপ্ৰকাৰ দিশহাৰা হৈছে ইউপিপিএল। বিপিএফৰ জনপ্ৰিয়তা দেখি ইজনৰ পিছত সিজনকৈ ইউপিপিএল- বিজেপি নেতাৰ ইতিমধ্যে বিপিএফ মুখী হৈছে ৷

ADVERTISEMENT

পুনৰ বিপিএফলৈ বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ছাইখং বসুমতাৰী। ইউপিপিএলৰ নেতা বসুমতাৰীয়ে বৃহস্পতিবাৰে ইউপিপিএল দল ত্যাগ কৰি বিপিএফ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷

RelatedPosts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

ৰুনিখাতা বন কাৰ্যালয় আক্ৰমণ কাণ্ডঃ ২৩ এপ্ৰিলত দণ্ডাধিশ পৰ্যায়ৰ শুনানি

এনডিএ চৰকাৰৰ প্রশাসনে হাৰাশাস্তি কৰাৰ অভিযোগ: জধে-মধে ১৫জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

উল্লেখ্য যে ছাইখং বসুমতাৰী পূৰ্বতে বিপিএফ দলৰ পৰা পাৰিষদ হৈছিল যদিও ইউপিপিএল শাসনত থকাৰ সময়ত পিছত বিপিএফ দল ত্যাগ কৰি ইউপিপিএলত যোগদান কৰিছিল। ইউপিপিএল দলত যোগদান কৰি বিটিচিৰ ইএম হৈছিল। অৱশেষত বৃহস্পতিবাৰে ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহে।

WhatsApp Image 2026 04 03 at 11.10.33 AMWhatsApp Image 2026 04 03 at 11.10.33 AM 1চিৰাং জিলা সদৰ কাজলগাঁও ব্লক বিপিএফৰ কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগৈয়াৰীৰ উপস্থিতিত সন্ধিয়া অনুষ্ঠিত সভাত ছাইখং বসুমতাৰীৰ উপৰিও সুভাইঝাৰ পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাক্তন পাৰিষদ তথা বৰ্তমানৰ বিজনী বিধান সভাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰভাত বসুমতাৰীৰ লগতে বহু কেই গৰাকী নেতাও বিপিএফত যোগদান কৰে। ভাষণ প্ৰসংগত বসুমতাৰীয়ে কয়,বিপিএফ দলত যোগদান কৰি বিজেপি নেতা প্ৰভাত বসুমতাৰীয়ে কয় আমি সৰু মানুহ বিজেপিৰ দৰে ডাঙৰ দলত আমি তিষ্টি থাকিবলৈ বহুত সংগ্ৰাম কৰিবলগীয়া হয় বাবে মই বিপিএফ দললৈ ঘুৰি আহিলো । মই বিজনী সমষ্টিত বিজেপিয়ে বাহিৰৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰাত ক্ষোভিত হৈ বিজেপিৰ পৰা পদত্যাগ কৰি বিজনী সমষ্টিৰ পৰা নিৰ্দলীয় ভাৱে প্ৰতিদন্দ্বিতা কৰে যদিও কোনো প্ৰচাৰ কৰা নাই বুলি কয় প্ৰভাত বসুমতাৰীয়ে।

আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত চিৰাং জিলা বিপিএফৰ সভাপতি তথা পাৰিষদ জেমচ বসুমতাৰীয়ে কয়, ইউপিপিএল দল নিশেষ হ’বলৈ বেছি দেৰি নাই ইতিমধ্যে ৮০ শতাংশ বিএফত যোগদান কৰিলে আৰু ২০ শতাংশ হে বাকী আছে বুলি উল্লেখ কৰি কয় বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশ অনুসৰি পূৰ্বৰ সকলো কথা পাহৰি সকলোকে আকোৱালি লোৱাৰ নিৰ্দেশ দিছে আৰু সেয়ে আমি সকলোকে বিপিএফ দলত আকোৱালি লৈছো । অনুষ্ঠানত চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগয়াৰীয়ে কয় যে নীতি আদৰ্শ নথকা দল ইউপিপিএল দল নিশেষ হ’বলৈ আৰু বেছি সময় নাই। দলত্যাগ কৰি সকলো লোক বিপিএফ দললৈ আহি আছে বিপিএফৰ নীতি আদৰ্শ সকলোৱে পছন্দ কৰিছে বুলি কয় ।

যোগদানৰ সময়ত চন্দন ব্ৰহ্ম, খাম্পা বৰগয়াৰী, পাৰিষদ শুকুৰসিং মুছাহাৰী, বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম, জিলা বিপিএফৰ সভাপতি পাৰিষদ জেমচ বসুমতাৰী সহ কেন্দ্ৰীয় আৰু জিলা বিপিএফৰ নেতৃত্ব উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Assembly Election 2026bpf joiningCHIRANGupppl leader
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d