Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Space

একালত অক্সিজেন আছিল চন্দ্ৰৰ বুকুত

প্ৰাণৰ ইংগিত পোৱা গৈছে বিজ্ঞানীৰ বিশ্লেষণত!

publisher by publisher
April 13, 2026
in Space
Reading Time: 1 min read
0
একালত অক্সিজেন আছিল চন্দ্ৰৰ বুকুত
1
SHARES
12
VIEWS
ShareShareShareShare

পৃথিৱী আৰু চন্দ্ৰ দেখাত ভিন্ন হ’লেও কোটি কোটি বছৰৰ পূর্বে মহাকাশত একেই পৰিৱেশতে দুয়োৰে গঠন হৈছিল। একাংশ বিজ্ঞানীয়ে আকৌ ধাৰণা কৰে যে পৃথিৱীৰ পৰাই জন্ম হৈছিল চন্দ্ৰৰ। পৃথিৱী যেতিয়া সৃষ্টি হৈছিল, তেতিয়া আমাৰ গ্ৰহক খুন্দা মাৰিছিল মঙল গ্ৰহৰ সমান আকাৰৰ কোনো বস্তুবে।

ADVERTISEMENT

সেই আঘাতত পৃথিৱীৰ পৰা ছিটিকি ওলাই গৈছিল ইয়াৰ আভ্যন্তৰীণ পদার্থ। তাৰ পৰাই জন্ম হৈছিল চন্দ্ৰৰ। এই ধাৰণাৰ ভিত্তিতেই বাৰে বাৰে বিজ্ঞানীসকলৰ মনলৈ এই প্রশ্ন আহে যে চন্দ্ৰত বাৰু কেতিয়াও পৃথিৱীৰ লেখীয়াকৈ অক্সিজেন নাছিল নেকি? কেতিয়াও প্রাণ নাছিল নেকি?

RelatedPosts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

সাম্প্রতিক এৰ গৱেষণাই দাবী কৰিছে যে কোটি কোটি বছৰ পূর্বে চন্দ্রত হয়তো অক্সিজেন আছিল। তাৰ পাছতে প্রশ্ন উঠে যে তেতিয়া হ’লে নিশ্চয় প্রাণো আছিল। এতিয়া সেই প্রশ্নৰে উত্তৰ বিচাৰিছে বিজ্ঞানীসকলে।

পৃথিৱীৰ দৰে চন্দ্ৰত কোনো টেক্ট’নিক প্লেট নাই। বায়ুমণ্ডল নাই। অক্সিজেন নাই। একাংশ বিজ্ঞানীৰ মতে, আজিৰ চন্দ্ৰটোক দেখিলেই বুজিব পাৰি কোটি কোটি বছৰৰ পূর্বে আমাৰ পৃথিৱী কেনেকুৱা আছিল। চন্দ্ৰৰ শিল পৰীক্ষা কৰিলেই ইংগিত পোৱা যায় যে চাৰিশ কোটি বছৰৰ পূৰ্বে চন্দ্ৰ আৰু পৃথিৱীত কি হৈছিল।

বিজ্ঞানীসকলে জনাইছে যে প্রায় চাৰিশ কোটি বছৰৰ পূৰ্বে চন্দ্ৰৰ মাটিত হোৱা ক্রমাগত উদ্‌গীৰণৰ ফলতে সৃষ্টি হৈছিল শিল। সেইবোৰ পৰীক্ষা কৰি সিবোৰৰ উৎপত্তি, সেই সময়ৰ পৰিস্থিতিৰ বিষয়ে বুজাত সুবিধা হৈছে বিজ্ঞানীসকলৰ।

জর্জিয়া ইনষ্টিটিউট অৱ টেকন’লজীৰ একাংশ বিজ্ঞানীৰ এই গৱেষণা যোৱা মাৰ্চত ‘নেচাৰ কমিউনিকেচনছ’ত প্রকাশিত হয়। বিজ্ঞানীসকলে চন্দ্ৰৰ বুকুত লাভাৰ পৰা সৃষ্টি হোৱা এটা শিলৰ বিশ্লেষণ কৰে।

আমেৰিকাৰ এপল’-১৭ অভিযানৰ সময়ত সেই শিলটো চন্দ্ৰৰ বুকুৰ পৰা অনা হৈছিল। বিজ্ঞানীসক সেই শিলত ইলমেনাইটৰ উপস্থিতি বিচাৰি পাইছে। এই ইলমেনাইট খনিজ সৃষ্টি হয় লৌহ, টাইটেনিয়াম আৰু অক্সিজেনৰ পৰা। এই টাইটেনিয়ামৰ ১৫ শতাংশ আকৌ বিদ্যুৎ পৰিবহণত সক্ষম।

ইলমেনাইটত টাইটেনিয়ামে অক্সিজেনৰ স’তে জোঁট বান্ধিলে চাবিটা ইলেক্ট্রন ক্ষৰণ কৰে। বিজ্ঞানীসকলৰ মতে, এই ধৰণৰব অবস্থা হয় তেতিয়া, যেতিয়া টাইটেনিয়াম কম পৰিমাণৰ অক্সিজেনৰ স’তে জোঁটবদ্ধ হয়। ইয়াৰ পৰাই বিজ্ঞানীসকলে এই সিদ্ধান্তত উপনীত হৈছে যে চন্দ্ৰত ৩৮০ কোটি বছৰৰ পূর্বে যেতিয়া মেগমাৰ পৰা এই শিলব সৃষ্টি হৈছিল, তেতিয়া কম পৰিমাণে হ’লেও অক্সিজেন আছিল। সিবোৰৰ লগত জেটিবদ্ধ হৈছিল শিলৰ মাজত থকা ইলমেনাইটৰ টাইটেনিয়াম।

গৱেষকৰ দলটোৱে জনাইছে যে তেওঁলোকে এই পর্যন্ত চন্দ্ৰৰ পৰা বুটলি অনা মাত্র এটা ইলমেনাইটহে পৰীক্ষা কৰিছে। অৱশ্যে চন্দ্ৰৰ পৰা বুটলি অনা আৰু পাঁচশটা ইলমেনাইটক লৈ পৰীক্ষা-নিৰীক্ষা চলি আছে আৰু সেইবোৰ বিশ্লেষণ কৰি চোৱা হৈছে।

তেওঁলোকে ধাৰণা কৰিছে যে বাকী ইলমেনাইটবোৰতো টাইটেনিয়ামৰ এই অবস্থা দেখা যাব পাৰে। অৱশ্যে তেওঁলোকে লগতে কয় যে সেই ধৰণৰ নোহোৱাটোও একো অস্বাভাবিক নহয়। কাৰণ, হয়তো চন্দ্ৰৰ সকলো স্থানতে এই ধৰণৰ পৰিস্থিতি কোটি কোটি বছৰৰ পূর্বে সৃষ্টি হোৱা নাছিল। সেয়া বুজাৰ বাবেও চন্দ্ৰৰ বিভিন্ন স্থানৰ পৰা বুটলি অনা শিলবোৰ পৰীক্ষা কৰাটো জৰুৰী বুলি তেওঁলোকে গণ্য কৰিছে।

৫০ বছৰৰ পূৰ্বে চন্দ্ৰৰ বুকুৰ পৰা বুটলি অনা শিলৰ সমান্তৰালকৈ আগন্তুক দিনত যিবোৰ বুটলি অনা হ’ব, সেইবোৰো পৰীক্ষা কৰিব বিচাৰিছে বিজ্ঞানীসকলে। চাব বিচাৰিছে, সঁচাকৈয়ে চন্দ্রত অক্সিজেন আছিল নে নাই। তাৰ পাছৰ পদক্ষেপ হ’ব নিশ্চিতভাবে পৃথিৱীৰ উপগ্ৰহত প্ৰাণৰ উৎসৰ সন্ধান কৰা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

৫০ বছৰৰ পাছত মানৱৰ চন্দ্ৰ পৰিভ্ৰমণ; NASA-ৰ দীপ-স্পেচ অভিযানত নতুন যুগৰ সূচনা
News

April 11, 2026
আকাশৰ পৰা হেৰাই যাব জোনবাই!
Space

আকাশৰ পৰা হেৰাই যাব জোনবাই!

March 6, 2026
তিনি মার্চত দেখা যাব বিৰল ঘটনা
News

তিনি মার্চত দেখা যাব বিৰল ঘটনা

February 28, 2026
অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ
Space

অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ

February 25, 2026
নাছাৰে যোগাযোগ বিচ্ছিন্ন মহাকাশযানৰ
Space

নাছাৰে যোগাযোগ বিচ্ছিন্ন মহাকাশযানৰ

December 14, 2025
বিশেষ কৃতিত্ব অর্জন ‘চন্দ্ৰযান ৩’ৰ : চন্দ্ৰৰ দক্ষিণ মেৰুত বিচাৰি পালে ‘বিদ্যুৎ’

December 13, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d