Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

প্ৰাণৰ মমতাত সকলো যাত্ৰী লৰাধপৰাকৈ বিমানৰ ভিতৰৰ পৰা ওলাই আহে , আহত হয় ছয় যাত্ৰী

publisher by publisher
April 26, 2026
in News, National
Reading Time: 1 min read
0
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
1
SHARES
11
VIEWS
ShareShareShareShare

Delhi Airport:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-দিল্লী বিমানবন্দৰত শনিবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অঘটন। দুই শতাধিক যাত্ৰী থকা বিমানত হঠাতে সংঘটিত হয় অগ্নিকাণ্ড। প্ৰাণৰ মমতাত বিমানত বহি থকা সকলো যাত্ৰী লৰাধপৰাকৈ ওলাই আহে বাহিৰলৈ ৷তৎমুহূৰ্ততে গক হাহাকাৰময় পৰিস্থিতি সৃষ্টি হয় ৷ এই লৰাধপৰাত আহত হয় ছয়গৰাকীকৈ যাত্ৰী। আনহাতে লগে লগে বিমানবন্দৰত থকা অগ্নিনিৰ্বাপক বাহিনীৰ কে’বাখনো গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

ADVERTISEMENT

উল্লেখ্য যে দিল্লীৰ পৰা ছুইজাৰলেণ্ডৰ জুৰিখ অভিমুখে যাত্ৰা কৰিবলগীয়া ছুইছ এয়াৰৰ বিমান SWR146ৰ উৰণৰ সময়ত বিমানখনৰ বাওঁফালৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল I একেদৰে সোঁফালৰ লেণ্ডিং গিয়াৰৰ ওচৰত জুই লগা দেখা যায় ৷লগে লগে সম্পূৰ্ণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।

RelatedPosts

Delhi Airport Bomb Threat:দিল্লীৰ বিমান বন্দৰত বোমাতংক

Bihu Dance In G-20:পুনৰ বিহুক বিকৃত ৰূপত উপস্থাপন কৰা হ’ল জি-২০

Japan Airlines : মধ্য আকাশত বিমানৰ যান্ত্ৰিক ত্ৰুটি ! তাৰ পাছত ?

আনহাতে,দুৰ্ঘটনাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে ২৮ নং ৰাণৱে বন্ধ কৰি দিয়া হয় ৷ যাৰ ফলত বিমানৰ কাৰ্য্যকলাপত সাময়িকভাৱে প্ৰভাৱ পৰে। বিমানবন্দৰৰ কৰ্মচাৰী আৰু উদ্ধাৰকাৰী দলৰ তৎকালীন ব্যৱস্থাৰ বাবে পৰিস্থিতি শীঘ্ৰে নিয়ন্ত্ৰণলৈ অনা হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত আছিল প্ৰায় ২৩২ জন যাত্ৰী আৰু ১৩ জন ক্ৰু মেম্বাৰ।

এই ঘটনাই যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰে অৱশ্যে জৰুৰীকালীন স্লাইডৰ জৰিয়তে সকলো যাত্ৰীক নিৰাপদে উলিয়াই অনা হয়। জৰুৰীকালীন খালী কৰাৰ সময়ত ছয়জন যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হোৱাৰ লগতে চিকিৎসাধীন হৈ থকা বুলিও খবৰ পোৱা গৈছে। সকলো যাত্ৰী সুৰক্ষিত।

ইপিনে ছুইছ বিমান সংস্থাৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, শনিবাৰে পুৱতি নিশা প্ৰায় ১ বজাত এই ঘটনা সংঘটিত হয়। উৰণৰ সময়ত এটা ইঞ্জিন বিকল হোৱাৰ ফলত ক্ৰুৱে তৎক্ষণাত বিমানখন ৰখাই দিয়ে। সুৰক্ষাৰ কাৰণে সতৰ্কতামূলকভাৱে খালী কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

জৰুৰীকালীন স্লাইডৰ জৰিয়তে সকলো যাত্ৰী আৰু ক্ৰুক নিৰাপদে উলিয়াই অনা হয়। অৱশ্যে ৬ গৰাকী যাত্ৰীক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। বিমান সংস্থাটোৱে স্পষ্ট কৰি দিয়ে যে স্লাইড ব্যৱহাৰ কৰিব নোৱাৰা একাংশ যাত্ৰীৰ বাবে চিৰিৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে এই সন্দৰ্ভত ছুইছবিমান সংস্থা আৰুদিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে। ইঞ্জিন বিকল হোৱাৰ কাৰণ আৰু অগ্নিকাণ্ডৰ তদন্ত অব্যাহত আছে। প্ৰথম অৱস্থাত ইয়াক কাৰিকৰী দোষ বুলি গণ্য কৰা হৈছে। বিমান সংস্থাটোৱে জনোৱা মতে, কাৰিকৰী বিশেষজ্ঞৰ এটা দল দিল্লীত উপস্থিত হৈ বিমানখন পৰিদৰ্শন কৰি পৰৱৰ্তী ব্যৱস্থা নিৰ্ধাৰণ কৰিব। ইয়াৰ উপৰিও যাত্ৰীসকলৰ সুবিধাৰ বাবে বিকল্প ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 6 Passengers Injureddelhi airportZurich Flight Fire
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d