Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

গৱেষণাই কি কয়?

publisher by publisher
April 28, 2026
in Lifestyle
Reading Time: 1 min read
0
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
1
SHARES
12
VIEWS
ShareShareShareShare

আমি ডাঙৰ হৈ অহাৰ লগে লগে ‘সুখী হৈ’ৰ সপোনটোৱে সেই এজন বিশেষ ব্যক্তিক বিচাৰি উলিওৱা, যাৰ লগত আমি আজীৱন শান্তি আৰু সুখৰ ভাগ ল’ব পাৰো আকৃতি ল’বলৈ আৰম্ভ কৰে। ইয়াৰ লগত জড়িত আছে আত্মাৰ সংগী বিচাৰি উলিওৱা আৰু সেই বন্ধনক প্রেম আৰু বিবাহৰ জৰিয়তে বৈধতা প্রদান কৰা। ইয়াক চিৰস্থায়ী সুখৰ চূড়ান্ত উৎস হিচাপে দেখা যায়- যৌৱনৰ ফুলনিৰ পৰা বৃদ্ধাৱস্থালৈকে ইজনে-সিজনৰ অটল সমর্থন হিচাপে সেৱা আগবঢ়োৱাত পূর্ণতা বিচাৰি উলিওৱা।

ADVERTISEMENT

কিন্তু আজিৰ দিনত ক্রমাৎ বৃদ্ধি পোৱা সংখ্যক লোকে বিয়া নোহোৱাকৈ একেলগে থাকিবলৈ বাছি লৈছে। বিশেষকৈ নৱ প্ৰজন্মৰ মাজত বিবাহৰ প্ৰতি ক্রমাৎ অনিচ্ছা স্পষ্ট হৈ পৰিছে। স্বাভাৱিকতে ইয়াৰ পৰা এই প্রশ্ন উত্থাপন হয় যে আজীবন সুখৰ বাবে বিবাহ সঁচা অৰ্থত অপৰিহাৰ্য নেকি?

RelatedPosts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

ভিয়েনা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে দম্পতীৰ ভাগ-বতৰা কৰা জীৱন পৰীক্ষা কৰি এক অধ্যয়ন চলাইছে। তেওঁলোকৰ এই তথ্যই প্রকাশ কৰিছে যে ৫০ বছৰৰ ওপৰৰ ব্যক্তিসকলে যিসকলে নতুন সম্পর্কত প্ৰৱেশ কৰে আৰু সংগীৰ স’তে জীয়াই থাকিবলৈ আৰম্ভ কৰে, তেওঁলোকে জীৱনত শান্তি আৰু সুখৰ অনুভূতি যথেষ্ট বৃদ্ধি পায়।

ইয়াৰ বিপৰীতে বিয়াৰ আগতে ইতিমধ্যে সহবাস কৰি থকা দম্পতীৰ বাবে পাছৰ পৰ্যায়ত গাঁঠি বান্ধিলে সুখ বা মানসিক সুস্থতা কোনো অতিৰিক্ত বৃদ্ধি নহয়।

শেহতীয়াকৈ এই ক্ষেত্রত গবেষণাই মূলতঃ ‘ক্ষতিৰ পৰিঘটনা’ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল- মানুহে কেনেকৈ সংগীৰ মৃত্যু বা বিবাহ বিচ্ছেদৰ দৰে দুখজনক অভিজ্ঞতাৰ স’তে মোকাবিলা কৰে সেই বিষয়ে পৰীক্ষা কৰা।

এতিয়া অৱশ্যে ‘গেইন ইভেন্ট লৈ গুৰুত্ব দিয়া হৈছে- বিশেষকৈ বৃদ্ধ বয়সত নিজৰ জীৱনত নতুন প্ৰেমৰ আগমন।

গবেষকসকলে ৫০ৰ পৰা ৯৫ বছৰ বয়সৰ প্ৰায় ২৫০০ অংশগ্রহণকাৰীক লৈ দীর্ঘম্যাদী অধ্যয়ন চলাইছিল। অধ্যয়নটোৱে এই সিদ্ধান্তত উপনীত হৈছিল যে কেৱল একেলগে থাকিবলৈ আৰম্ভ কৰা কাৰ্যটোৱেই আটাইতকৈ উল্লেখযোগ্য কাৰক; সামাজিকভাৱে অনুমোদিত বিবাহৰ জৰিয়তে সম্পৰ্কটো আনুষ্ঠানিক হয় নে নহয়, তাৰ ওপৰত মানুহৰ সুখ আৰু মানসিক শান্তি নিৰ্ভৰ নকৰে।

৫০ বছৰ বয়সৰ পাছত যদি কোনো সম্পর্ক শেষ হয, তেন্তে ব্যক্তিসকলৰ মানসিক সুস্থতাৰ কোনো বিশেষ হ্রাস নহয় বুলিও অধ্যয়নত প্রকাশ পাইছে। বয়সস্থ প্রাপ্তবয়স্কসকলে এনে আৱেগিক পৰিবৰ্তনৰ স’তে মোকাবিলা কৰিবলৈ সুসজ্জিত যেন লাগে। তদুপৰি জীৱন সন্তুষ্টিৰ মাত্ৰাত লিংগভিত্তিক কোনো পার্থক্য দেখা নগ’ল।

কিন্তু এই জনগাঁথনিৰ পুৰুষসকলে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ পৰা তুলনামূলকভাৱে কম আৱেগিক সমর্থন লাভ কৰা বুলি কয়।

কিন্তু বিয়া নোহোৱাকৈ একেলগে থাকিও মানুহ কিয় সুখী হৈ থাকে? অবিবাহিত দম্পতীয়ে পৰম্পৰাগত নীতি-নিয়মৰ পৰা বিচ্যুত হোৱাসকলৰ ওপৰত প্ৰায়ে নির্দেশিত সামাজিক হেঁচা আৰু পক্ষপাতিত্বৰ সন্মুখীন নহয়। ফলস্বৰূপে, গতানুগতিক পৰিয়ালৰ গাঁথনিৰ স’তে জড়িত কঠিন আশা আৰু বাধাৰ পৰা উদ্ভৱ হ’ব পৰা বিভিন্ন শাৰীৰিক আৰু মানসিক স্বাস্থ্যজনিত সমস্যাৰ পৰা তেওঁলোক ৰক্ষা পৰে। মূলতঃ তেওঁলোকে নিজৰ ব্যক্তিগত স্বায়ত্তশাসন বজাই ৰাখি একেলগে থাকিবলৈ সক্ষম হয়। যদিও গৱেষকসকলে কয় যে একেলগে বাস কৰাসকলে সাধাৰণতে সামগ্রিকভাবে লাভবান হয়, ব্যক্তিগত অভিজ্ঞতা ভিন্ন হ’ব পাৰে কাৰণ প্ৰতিটো সম্পৰ্ক আৰু জীৱনৰ পথ অনন্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে
Lifestyle

আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d