Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিৱৰ্তন স্তব্ধ হোৱা নাই, সলনি হৈ আছে মানুহ!

ৰঙা চুলি, পুৰুষৰ তপাসহ পৰিৱৰ্তনৰ বিভিন্ন ইংগিত বিচাৰি পাইছে বিজ্ঞানীয়ে

publisher by publisher
May 1, 2026
in News, world
Reading Time: 1 min read
0
বিৱৰ্তন স্তব্ধ হোৱা নাই, সলনি হৈ আছে মানুহ!
1
SHARES
6
VIEWS
ShareShareShareShare

মানুহৰ বিৱৰ্তন থমকি ৰোৱা নাই। বছৰৰ পাছত বছৰ ধৰি সামান্য সামান্যকৈ বিবর্তিত হৈ আছে মানুহৰ নানা শাৰীৰিক গঠন, বৈশিষ্ট্য আৰু স্বাস্থ্য সংক্রান্তীয় খুঁটি-নাটি। সম্প্রতি এক গৱেষণাত তাৰেই প্রমাণ দেখুৱালে একাংশ বিজ্ঞানীয়ে। দীর্ঘদিন ধৰি একাংশ বিজ্ঞানীয়ে দাবী কৰি আহিছিল যে আধুনিক মানুহৰ বিৱৰ্তনৰ প্ৰক্ৰিয়া স্তব্ধ হৈছে। এটা নির্দিষ্ট পৰ্যায়লৈ অহাৰ পাছত মানুহ আৰু বিৱৰ্তিত হোৱা নাই বুলিয়ে তেওঁলোকে গণ্য কৰে। যদিও নতুন গৱেষণাই সেই ধাৰণাক নস্যাৎ কৰিছে। উঠি আহিছে একাধিক নতুন তত্ত্ব।

ADVERTISEMENT

ব্রিটিছ প্রকৃতিবিদ চার্লছ ডাৰউইনৰ ‘যোগ্যতমৰ উদ্বর্তন’ সূত্ৰ বিৱৰ্তনৰ ইতিহাসত ধ্রুব সত্য। তেওঁ কৈছিল যে প্রকৃতিত তেওঁলোকেই তিষ্ঠি থাকিব পাৰে, যিসকল যোগ্যতম। বাকীবোৰ হেৰাই যায় সময়ৰ গৰ্ভত। তিষ্ঠি থকাৰ এই সংগ্ৰামৰ সংগীয়েই হৈছে বিৱৰ্তন।

RelatedPosts

বিজ্ঞানীয়ে বুঢ়া এন্দুৰক ডেকা কৰি তুলিলে, মানুহে অমৰত্ব লাভ কৰিবনে?

Human trafficker arrested :মানৱ সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ ছয়গৰাকীকৈ নাবালিকা

প্রকৃতিৰ স’তে ৰজিতা খাই প্রাণীবোৰেও নিজকে সলাই থাকে। কি বৈশিষ্ট্য তিষ্ঠি থাকিব, প্রকৃতিয়ে সেয়া নির্ধাৰণ কৰি দিয়ে। পশু-পক্ষী-মানুহ কোনোৱেই এই ‘প্ৰকৃতিৰ নিৰ্বাচন’ৰ বাহিৰত নহয়। গৱেষকৰ দলটোৱে এই সূত্রকেই ধ্রুরসত্য বুলি মানি লৈ আগুৱাই গৈছিল। কিছুদিনৰ পূর্বে তেওঁলোকৰ গৱেষণাৰ ফলৰ প্রতিবেদন প্রকাশ পাইছে ‘নেচাৰ’ পত্রিকাত।

মানৱ বিৱৰ্তন সংক্রান্তীয় এই গৱেষণাত চামিল হৈছিল আমেৰিকাৰ হার্ভার্ড বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানী। তেওঁলোকৰ লগত যোগ দিছিল ইৰান আৰু অষ্ট্ৰিয়াৰ এদল বিজ্ঞানীয়ে।প্রধানকৈ পশ্চিম ইউৰেছীয় মানৱগোষ্ঠীক লৈ বিশেষজ্ঞসকলে কাম কৰিছে।

বিগত ১০ হেজাৰ বছৰ ধৰি ইউৰোপ আৰু এছিয়াৰ পশ্চিমাংশত বসবাসকাৰী জনগোষ্ঠীসমূহৰ অন্ততঃ ১৬ হেজাৰ ডিএনএ তেওঁলোকে সংগ্রহ কৰে। ইয়াৰ বাবে প্ৰায় বছৰৰ প্রয়োজন হয়। এই জিন সংকেতসমূহ বিশ্লেষণ কৰি দেখা গৈছে যে একাধিক বৈশিষ্ট্য মানুহৰ শৰীৰত পৰিৱৰ্তনৰ পাছত স্থায়ী হৈ পৰিছে।

ৰঙচুৱা চুলি, পুৰুষ তপা হোৱাৰ সম্ভাৱনা হ্রাস তাৰ ভিতৰত অন্যতম। ‘প্রাকৃতিক নির্বাচন’-এ এই বৈশিষ্ট্যসমূহক বিৱৰ্তনৰ অনুকূললৈ আনি দিছে। লণ্ডনৰ কিংছ কলেজৰ নৃবিজ্ঞানী মাইকেল বার্থোম এই গৱেষণাৰ স’তে যুক্ত নাছিল। তেওঁ কয়, ‘প্রায়েই ধৰি লোৱা হয় যে আমি আজি যি আৰু যেনেকুৱা, সেয়াই চূড়ান্ত। ইয়াকেই বিৱৰ্তনৰ উচ্চ শিখৰ বুলি গণ্য কৰা হয়; কিন্তু এক জীবন্ত সত্তাৰূপে মানুহৰ বিৱর্তন সর্বদা অব্যাহত থাকিব।’

প্রায় তিনি লাখ বছৰৰ পূৰ্বে আফ্রিকাত আধুনিক মানুহৰ উৎপত্তি হৈছিল। এই প্রসংগত একাংশ বিজ্ঞানীয়ে কয় যে তাৰ পাছৰ পৰা বিৱৰ্তন অতি কমেই ঘটিছে। জিনৰ নিৰ্দিষ্ট এটা ৰূপ ‘এলিল’কে ইয়াৰ বাবে দায়ী কৰা হয়। ই মানৱ বৈশিষ্ট্যসমূহক এনে এক চৰম আকাৰ প্ৰদান কৰে, যি বাচি থকাৰ বাবে সবাতোকৈ উপযোগী। পৰৱৰ্তী প্রজন্মলৈকো সেয়া সঞ্চাৰিত হৈ থাকে। ফলত জিনৰ অন্যান্য ৰূপসমূহ সেইদৰে প্রকট হ’ব নোৱাৰে।

এই বিশ্লেষণৰ পৰাই বহুতৰ ধাৰণা হৈছিল যে মানুহৰ বিৱৰ্তন স্তব্ধ হৈ পৰিছে। অৱশ্যে নতুন গৱেষণাত বিজ্ঞানীৰ দলটোৱে ৪৭৯টা নতুন এলিল চিনাক্ত কৰিছে। প্রাকৃতিক নির্বাচন তত্ত্বই এইবোক ত্বৰান্বিত কৰিছে। গৱেষণাত দাবী কৰা হৈছে যে খাদ্য সংগ্ৰাহকৰ জীৱনৰ পৰা বাহিৰলৈ ওলাই আহি মানুহে যেতিয়া খেতি-বাতি আৰম্ভ কৰিলে, খাদ্য উৎপাদক হৈ উঠিল, তেতিয়াৰ পৰা বিৱৰ্তন আৰু ত্বৰান্বিত হৈছে।

গৱেষণাত যোগদানকাৰী হার্ভার্ড বিশ্ববিদ্যালয়ৰ জিন বিজ্ঞানী আলী আকবৰীয়ে কয়, ‘মানুহৰ বিৱৰ্তন কেতিয়াও মন্থৰ হৈ পৰা নাই। আমি কেৱল ইমানদিনে সেই সংকেতটোক ধৰিব পৰা নাছিলো।’

প্রাকৃতিক নির্বাচনে যে সকলো এলিল বা জিনগত ৰূপবৈশিষ্ট্যক প্ৰৱলভাৱে সমর্থন কৰিছে, তাৰ ভিতৰত অন্যতম হৈছে চুলিৰ ৰঙচুৱা ৰং। তদুপৰি বগা ছাল, পুৰুষৰ তপা হোৱাৰ প্ৰৱণতা হ্রাস ছিলিয়াক ৰোগৰ আশংকা বৃদ্ধি আৰু মদ্যপানৰ আশংকা হ্ৰাসৰ দৰে বৈশিষ্ট্যসমূহেও মানৱ জীৱনৰ বিৱৰ্তনৰ মাধ্যমেৰে স্থায়িত্ব লাভ কৰিছে।

অধিকাংশ বৈশিষ্ট্যই ডিএনএৰ এটা মাত্র একক পৰিৱৰ্তনৰ ফলত উদ্ভুত বুলি দেখুৱাইছে বিজ্ঞানীৰ দলটোৱে। কিয় এই ‘এলিল’সমূহে আনবোৰক পিছ পেলাই আগুৱাই আহিল? আকবৰীয়ে চমুকৈ কয়, ‘আমি সেয়া নাজানো।’

হার্ভার্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ নেতৃত্বত হোৱা এই গৱেষণাৰ স’তে অৱশ্যে আন একাংশ বিজ্ঞানীয়ে দ্বিমত পোষণ কৰিছে। বহুতেই বিৱৰ্তনৰ এই নতুন তত্ত্ব মানি ল’ব বিচৰা নাই। অৱশ্যে তেওঁলোকে মানি লৈছে যে এই গৱেষণাই আগন্তুক দিনত চিকিৎসা পদ্ধতিৰ উন্নতিত সহায় কৰিব। বিৱৰ্তন সম্পর্কে এশ শতাংশ নিশ্চিত হ’বলৈ পৃথিৱীৰ আন প্ৰান্তৰ মানুহ আৰু আন প্ৰজাতিৰ প্ৰাণীৰ ওপৰত এই ধৰণৰ আৰু গৱেষণাৰ দৰকাৰ বুলি একাংশ বিজ্ঞানীয়ে মত পোষণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Human
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d