Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Guwahati Ringroad Projects:গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ নামত ব্যাপক বন ধ্বংসক লৈ উদ্বিগ্ন উচ্চ ন্যায়ালয়

১৭ মে'লৈকে আমচাঙৰ গছ কটা নহয় বুলি জনালে বন বিভাগে

publisher by publisher
May 8, 2026
in News
Reading Time: 1 min read
0
Guwahati Ringroad Projects:গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ নামত ব্যাপক বন ধ্বংসক লৈ উদ্বিগ্ন উচ্চ ন্যায়ালয়
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati High Court:গুৱাহাটীৰ উন্মুক্ত নলা শীঘ্ৰে বন্ধ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ ন্যায়ালয়ৰ

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Guwahati High Court:পৱন খেৰাৰ আবেদনৰ ৰায় সংৰক্ষিত ৰাখিলে উচ্চ ন্যায়ালয়ে

Guwahati Ringroad Projects:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:অসম চৰকাৰে গুৱাহাটীক কেন্দ্ৰ কৰি গ্ৰহণ কৰা ৰি’ ৰোড প্রকল্প কার্যকৰী কৰোতে ৰাষ্ট্ৰীয় বন্যপ্রাণী পৰিষদৰ পৰামৰ্শক গুৰুত্ব দিয়া নাই। ৰি ৰোড প্রকল্প নিৰ্মাণৰ নামত আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ কমেও ৫৪ বিঘা ভূমিৰ বনাঞ্চল ধ্বংস কৰা হ’ব। প্ৰকল্প ৰূপায়ণৰ বাবে নিয়ম অনুসৰি অসম চৰকাৰে ৰাষ্ট্ৰীয় বন্যপ্রাণী পৰিষদৰ অনুমতি বিচাৰি আবেদন দাখিল কৰিছিল। তেতিয়াই ৰাষ্ট্ৰীয় বন্যপ্রাণী পৰিষদে বন ধ্বংস ৰোধ আৰু বন্য জীৱ-জন্তুৰ সুচল আহ-যাহত বাধাৰ সৃষ্টি নহ’বলৈ এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ পৰামৰ্শ দিছিল; কিন্তু তেনে পৰামৰ্শকো চৰকাৰে আজিলৈকে গ্রহণ নকৰিলে আৰু এই কথাই বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত স্পষ্ট হয়।

ADVERTISEMENT

WhatsApp Image 2026 05 07 at 11.14.58 AMখানাপাৰাৰ পৰা সোণাপুৰলৈকে এলিভেটেড কৰিড’ৰ নিৰ্মাণৰো উল্লেখ কৰিছিল বন্যপ্রাণী পৰিষদে। ৰিং ৰোড প্ৰকল্পৰ বিৰোধিতা নকৰিলেও প্রকল্প ৰূপায়ণৰ নামত আমচাং অভয়াৰণ্যৰ ক্ষতিসাধন নকৰাক লৈ মহেশ ডেকা আৰু আকর্ষিক চলিহা নামৰ দুজন যুৱকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (পিআইএল) দাখিল কৰিছিল। আবেদনখনৰ আজি শুনানি অনুষ্ঠিত হয়। শুনানিত চৰকাৰী পক্ষৰ অধিবক্তাই কয় যে প্রকল্পটো ৰূপায়ণৰ বাবদ বন্যপ্রাণী অভয়াৰণ্যখনৰ সৰ্বাধিক চাবিশ জোপা গছ কটা হ’ব।

অৱশ্যে ইয়াৰ বিপৰীতে আবেদনকাৰী পক্ষৰ পৰা জনোৱা হয় যে সেই সংখ্যা চাৰিশ নহয়, চাৰিশতকৈ কে’বা গুণ অধিক কে’বা হেজাৰ জোপা গছ প্রকল্প ৰূপায়ণৰ বাবদ কটা হ’ব। বিষয়টোক লৈ উচ্চ ন্যায়ালয়েও উদ্বেগ প্রকাশ কৰে। তেতিয়াই শুনানিত ৰাষ্ট্ৰীয় বন্যপ্রাণী পৰিষদৰ পৰামৰ্শক অসম চৰকাৰে গুৰুত্ব নিদিয়াৰ বিষয়টো উত্থাপন হয়। বন বিভাগৰ পৰা আদালতক জনোৱা হয় যে অহা ১৭ মে’লৈ বন্যপ্রাণী অভয়াৰণ্যখনৰ প্ৰস্তাৱিত অঞ্চলটোত কোনো গছ কটা নহয়।

উল্লেখ্য যে পিআইএলখনৰ পৰবৰ্তী শুনানিৰ দিন অহা ১৭ মে’ ধাৰ্য কৰা হয়। তাৰ পূৰ্বে বন বিভাগে গছ সুৰক্ষিত কৰি ৰখাক লৈ বিভাগীয় স্থিতি শপতনামাযোগে ন্যায়ালয়ত দাখিল কৰিব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Againt Pilamsang forest reserveGUWAHATI HIGH COURTGuwahati Ringroad Projects
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d