ADVERTISEMENT

গোসাঁইগাঁৱত ভূমিপুত্ৰ চাওঁতাল জনগোষ্ঠীৰ তিনিদিনীয়া কাৰ্য্যসূচীৰে জাতীয় উৎসৱ বাহা পৰৱ পালন

অসমত থকা ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠীৰ অন্যতম চাওঁতালসকলৰ জাতীয় উৎসৱ আন আন প্ৰান্তৰ দৰে গোসাঁইগাঁও মহকুমাৰ বাশবাৰী গাঁৱত তিনিদিনীয়া কাৰ্য্যসূচীৰে উলহ...

Read more

আপুনি জানে নে এই দেশতে পূৰ্বতে আছিল এনে প্ৰথা য’ত বিবাহৰ বাবে উপযোগী কইনা বিচাৰি যাব লগা হৈছিল অৰণ্যলৈ

বিবাহৰ বাবে কইনা বিচাৰি যাব লাগিব জংঘল।বিভিন্ন সম্প্ৰদায়ৰ বিবাহৰ বিভিন্ন ৰীতি নীতি আছে কিন্তু আপুনি জানে নে এই দেশতে পূৰ্বতে...

Read more

দক্ষিণ কামৰূপত পোন প্ৰথমবাৰৰ বাবে উদযাপন হ’ল আলি আয়ে লৃগাং

ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা হয় মিচিংসকলৰ জাতীয় উৎসৱ আলী‌ আয়ে লৃগাং। সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ বকোত পোন প্ৰথমবাৰৰ বাবে...

Read more

পাহাৰ-ভৈয়ামৰ সম্প্ৰিতি উৎসৱ গোভা ৰাজ্যৰ জোনবিল মেলা আৰম্ভ

প্ৰাচীন গৌৰৱময় ইতিহাস প্ৰসিদ্ধ গোভা ৰাজ্যৰ জোনবিল মেলা আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা জোনবিলৰ পাৰত আৰম্ভ হয়। ১৬শ শতিকাৰ...

Read more

পত্নী মেলানিয়া ট্ৰাম্পৰ স’তে হুৱাইট হাউচত দেৱালী উদযাপন কৰিলে ড’নাল্ড ট্ৰাম্পে

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পত্নী মেলানিয়া ট্ৰাম্পৰ স’তে লগ হৈ হুৱাইট হাউচত দেৱালীৰ উদ্দেশ্য বন্তি জ্বলায় । লগতে সকলোকে...

Read more

দেৱালীৰ পৰিপ্ৰেক্ষিতত দেশবাসীলৈ শুভকামনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

কৰ’না ভাইৰাছৰ মাজত সমগ্ৰ দেশে পালন কৰিছে পোহৰৰ উৎসৱ দেৱালী। দেৱালীৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি ৰামনাথ ক’ৱিন্দে...

Read more

সমাগত দিপাৱলীঃ দিপাৱলীত আতচবাজী জ্বলোৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ বিশেষ নিৰ্দেশনা

ৰাজ্যত অতিমাৰী কৰ’নাৰ সন্ত্ৰাস ৷ তাৰ মাজতে ক’ভিডৰ সংক্ৰমণৰ সময়ত প্ৰদূষণ সৃষ্টি নকৰাকৈ দেৱালী উদযাপন কৰিবলৈ অসম চৰকাৰে এখন নিৰ্দেশনা...

Read more

৯ৰ পৰা ৩০ নবেম্বৰলৈকে সকলো ধৰণৰ আতজবাজী জ্বলোৱাৰ প্ৰতিবন্ধকতা দিল্লীৰ NCRত

দিল্লীৰ NCR য়ে ৯ ৰ পৰা ৩০ নবেম্বৰলৈকে সকলো ধৰণৰ আতজবাজী জ্বলোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷ আজি নেশ্যনেল গ্ৰীণ...

Read more

আজি মহাষষ্ঠী

আজি মহাষষ্ঠী  ৷ অনাড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজতে মা দুৰ্গাক আদৰিছে ৰাজ্যবাসীয়ে ৷ বেলবৰণেৰে মা দুৰ্গাক প্ৰতিষ্ঠা কৰা হৈছে। কৰ’নাৰ কাৰণে এইবাৰ...

Read more