ADVERTISEMENT

‘শান্তি প্ৰস্তাৱ’ৰ মাজতে বাস্তৰত বন্দুকযুদ্ধ, নিহত দুজন মাওবাদী

Chhattisgarh:এসপ্তাহ পূৰ্বে চত্তীশগড়ৰ বাষ্টাৰত মাওবাদীয়ে শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল। বস্তাৰত নিৰাপত্তাৰক্ষীৰ স'তে সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি,...

Read moreDetails

গাজাত যুদ্ধবিৰতিৰ নতুন প্ৰস্তাৱ আগবঢ়াইছে ইজৰাইলে

Israel-Hamas Conflict: ইজৰাইলৰ পৰা আহিছে গাজাত যুদ্ধবিৰতিৰ নতুন প্ৰস্তাৱ। স্বাধীনতা সমৰ্থক পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে মঙলবাৰে এই ঘোষণা কৰে। এই...

Read moreDetails

চীনত ৮৫ হেজাৰতকৈও অধিক ভাৰতীয়ক ভিছা প্ৰদান 

China:ভাৰতত অৱস্থিত চীনা দূতাবাসৰ পৰা আঠ হাজাৰতকৈও অধিক ভাৰতীয়ক ভিছা দিয়া হৈছে এবছৰত এক জানুৱাৰীৰ পৰা ন এপ্ৰিলৰ পৰ্যন্ত।এই তথ্য...

Read moreDetails

বুধবাৰে পুৱা ভূমিকম্পই জোকাৰি গ’ল দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চল !

Earthquake: বুধবাৰে পুৱা আফগানিস্তানৰ ভূমিকম্পই কঁপালে ৰাজধানী।এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৫.৬ । ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰৰ (এমএছচি) মতে, বুধবাৰে...

Read moreDetails

ইউটিউবৰ জৰিয়তে বছৰত ৭৩২ কোটি টকা উপাৰ্জন এইজন ইউটিউবাৰৰ

MrBeast:ইóউটিউবৰ জৰিয়তে বৰ্তমানৰ সময়ত বহু লোকে ধন উপাৰ্জন কৰিছে। কিন্তু ইউটিউবত নিজৰ চেনেলত ভিডিঅ' আপলোড কৰি এবছৰত কে’বাশ কোটি টকা...

Read moreDetails

নৱবৰ্ষৰ দিনা ইউনুছৰ ‘বাৰ্তা’

Muhammad Yunus: নতুন বাংলা বৰ্ষত বৈষম্য আৰু সম্প্ৰীতিমুক্ত বাংলাদেশ গঢ়াৰ আহ্বান জনায় অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে। আজি বাংলাদেশত...

Read moreDetails

পুনৰ ভূমিকম্পই জোঁকাৰিলে ম্যানমাৰ

Earthquake: ম্যা niনমাৰত পুনৰ ভূমিকম্পৰ জোঁকাৰণি। আজি পুৱাই ভাৰতৰ চুবুৰীয়া দেশত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই...

Read moreDetails