গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন পৰিণীতা ভট্টাচাৰ্য্য কটকীৰ কৰ’নাকালৰ দুঃসময়খিনিৰ কিছু ইতিবাচক আৰু যোগাত্মক চিন্তা সম্পৰ্কীয় “লকডাউন ডায়েৰীত কৰ’নাৰ দিনবোৰ”
আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবত আজি দিনৰ ১১ বজাত লেখিকা পৰিণীতা ভট্টাচাৰ্য্য কটকীৰ "লকডাউন ডায়েৰীত কৰ’নাৰ দিনবোৰ" শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী সভা ...
Read moreDetails