ADVERTISEMENT

Tag: Guwahati Press Club

গুৱাহাটী প্ৰেছ ক্লাৱত ডঃ বি আৰ আম্বেদকাৰৰ মৃত্যু দিৱস উদ্‌যাপন

দুগৰাকী সমাজ কৰ্মী ক্ৰমে ৰোহিত কুমাৰ আগৰৱালা আৰু নিৰ্মলা দাসক বঁটা প্ৰদান । অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া লংকি ...

Read moreDetails

গুৱাহাটী প্ৰেছ ক্লাৱত বি বি ক্ৰিয়েচনৰ সংবাদমেল

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত চাৰি আৰু পাঁচ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বি বি ক্ৰিয়েছনে আয়োজন কৰিছে ...

Read moreDetails

প্ৰতিশ্ৰুতি প্ৰকাশনৰ চাৰিখন গ্ৰন্থ উন্মোচন

ৰাজ্যৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী প্ৰতিশ্ৰুতি প্ৰকাশনৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায় ৷ প্ৰেছ ...

Read moreDetails

স্মাৰ্ট চিটি প্ৰকল্পত নাই ভৰলু উন্নয়নৰ আঁচনি

স্মাৰ্ট চিটি গুৱাহাটী প্ৰকল্পত বাহিনী নৈ ভৰলুৰ উন্নয়নৰ নামত নাই কোনো আঁচনি । এই মন্তব্য 'ছেভ ভৰলু অভিযান'ৰ সভাপতি ৰবীন্দ্ৰনাথ ...

Read moreDetails

ক’ভিডসৃষ্ট পৰিৱেশৰ পাছত আজি ৰাজ্যৰ চিত্ৰগৃহত প্রথমখন অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’ৰ মুক্তি

ক'ভিডসৃষ্ট পৰিৱেশৰ পাছত কাইলৈ অসমৰ ছবিগৃহলৈ আহিব প্ৰথমখন নতুন অসমীয়া ছবি 'লাইফ ইন এ পাপেট' । অসমৰ প্ৰাচীনতম লোককলা পুতলা ...

Read moreDetails

Heart Care : হাৰ্ট কেয়াৰ ছচাইটি অৱ আছামৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত বিশ্ব হৃদয় দিৱস উদযাপন

 হাৰ্ট কেয়াৰ সন্দৰ্ভত সজাগতা সভা  কৰ্ডিওভাস্কোলাৰ ডিজিছৰ কাৰকসমূহৰ অন্যতম হৈছে মানসিক চাপ  ভাৰতত বছৰি মৃত্যু হোৱা লোকৰ ৫০%ই হৈছে হৃদৰোগৰ ...

Read moreDetails

ৰাইজৰ আস্থাত থকা ‘ৰাইজৰ দল’ এতিয়া আৰু নাই

গুৱাহাটী প্ৰেছ ক্লাৱত ৭০ সংগঠনৰ নেতৃত্ব আৰু ৰাইজৰ দলৰ বিষয়ববীয়াৰ সংবাদমেল। ৰাইজৰ দলৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ ৭০ সংগঠনৰ। ৰাইজৰ ...

Read moreDetails

ধৰ্মঘটকাৰী আঁচনিভুক্ত কৰ্মচাৰীৰ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ

কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি সমগ্ৰ দেশতে পালন কৰা আঁচনিভুক্ত কৰ্মচাৰীসকলৰ ধৰ্মঘটে অসমতো ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত ...

Read moreDetails
Page 4 of 5 1 3 4 5