ADVERTISEMENT

Tag: TEZPUR

Tezpur : তেজপুৰৰ পৰা ৰূপহিলৈ ব্ৰহ্মপুত্ৰৰে গৰুৰ চোৰাংসৰবৰাহ অব্যাহত

Tezpur : তেজপুৰৰ পৰা ব্ৰহ্মপুত্ৰৰে নগাঁৱৰ ৰূপহীলৈ গৰু অবৈধ ভাবে সৰবৰাহ কৰা হয়৷উল্লেখযোগ্য যে,সুদীৰ্ঘকাল ধৰি এইদৰে বহুসংখ্যক গৰু নদীপথৰে কঢ়িয়াই ...

Read moreDetails

Dr Banikanta Kakati Award : ছাত্ৰ সমাজৰ পৰাই সমাজ সেৱক-শীৰ্ষ উদ্যোগপতি, ভাল ৰাজনীতিক ওলাব লাগিব : মন্ত্ৰী পীযুষ হাজৰীকা

Dr Banikanta Kakati Award : শিক্ষা আহৰণৰ জৰিয়তে বিভিন্ন সেৱাৰ মাধ্যমেৰে সমাজৰ উন্নতিৰ হকে নিজকে আত্মনিয়োগ কৰিবলৈ অসমৰ ছাত্ৰ সমাজৰ ...

Read moreDetails

Bollywood Star : উষা নগৰীত উপস্থিত বলীউড অনিল কাপুৰ আৰু তাৰকা দীপিকা পাডুকণ

Bollywood Star : বলীউড তাৰকা লক্ষ্যস্থান এতিয়া অসম ৷ইজনৰ পিছত সিজনকৈ তাৰকাৰ আগমন ঘটিছে অসমলৈ ৷ যোৱা পষেকটোত মোহময়ী অভিনত্ৰী ...

Read moreDetails

সশস্ত্ৰ সীমা বাহিনীৰ কাৰ্যালয়ত বিদ্যুৎপৃষ্ট হৈ মৃত্যু এজন যুৱকৰ 

তেজপুৰৰ সশস্ত্ৰ সীমা বাহিনীৰ কাৰ্যালয়ত বিদ্যুতৰ কাম কৰিবলৈ গৈ মৃত্যুক সাৱটি ললে এজন যুৱকে । জানিব পৰা মতে, তেজপুৰ লালমাটিৰ ...

Read moreDetails

তেজপুৰত এজাক বগলী আৰু এজন যুৱকৰ বগলী সংৰক্ষণৰ চেষ্টা

বৰ্ধিত জনসংখ্যাৰ বিপৰীতে ক্ৰমান্বয়ে হ্ৰাস পাইছে মুকলি অঞ্চল তথা গছ-গছনি ৷পূৰ্বৰ প্ৰকাণ্ড বাঁহবাৰীসমূহো এতিয়া কমেই দেখা পোৱা যায় ৷ এনে ...

Read moreDetails

২৭০বছৰীয়া ইতিহাসৰ পৃষ্ঠভূমিত স্হাপিত তেজপুৰৰ মাধৱ মন্দিৰ বহুমুখী প্ৰকল্প:সংৰক্ষিত আঢ়ৈশ বছৰীয়া সিংহাসন

ঐতিহ্যমণ্ডিত তেজপুৰৰ এক ঐতিহাসিক অঞ্চল দপৰ্বতীয়া৷মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ এই অঞ্চল প্ৰকাশ্যে আৰু লুপ্ত অৱস্হাত বৰ্তমানেও আছে বহু ঐতিহাসিক সমল৷এই ইতিহাস ...

Read moreDetails

প্ৰকৃতি প্ৰদত্ত সৌন্দ্যৰ্যৰে ভৰপূৰ বিশ্বনাথৰ মৌজুলি : গঢ়ি উঠিব পাৰে এক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ ৰূপে

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্বেও ৰাজ্যৰ বহুসংখ্যক অঞ্চলত পৰ্যটনৰ আন্তগাথনি গঢ় লৈ উঠা নাই এইপৰ্যন্ত ৷ অবিভক্ত শোণিতপুৰৰ তথা বৰ্তমান ...

Read moreDetails

তেজপুৰৰ ভোমোৰাগুৰিত ঢেকিয়াপতীয়া বাঘ

তেজপুৰৰ ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ লগতে কাষৰীয়া অঞ্চলত যোৱা প্ৰায় ২০দিনে এটা প্ৰাপ্ত বয়স্ক ঢেকিয়াপতীয়া বাঘে বিচৰণ কৰি আছে ৷এই কথা ...

Read moreDetails

ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত শোণিতপুৰৰ শিশু বিজ্ঞানী

দেশৰ শিক্ষাৰ্থী সকলক বৈজ্ঞানিক দৃষ্টিভঙ্গী সম্পন্ন কৰি গঢ়ি তুলিবলৈ দেশৰ শিক্ষা বিভাগে প্ৰতি বছৰেই আয়োজন কৰি অহা শিশু বিজ্ঞান সমাৰোহত ...

Read moreDetails

নবিল চাপৰিৰ বালিচৰত ডেৰশ বিঘা মাটিত মগু মাহ-মাটি মাহৰ খেতি

যি সময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে কেৱল মাত্ৰ চৰকাৰী সংস্থাপনৰ আশাত বছৰ পাছত বছৰ ধৰি অপেক্ষা কৰি দিন কটাবলগীয়া হৈছে ...

Read moreDetails
Page 3 of 8 1 2 3 4 8