Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dhruv Rathee non bailable warrant: বিপদত জনপ্রিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী !

    Guwahati:গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰপ্ৰদেশৰ মহিলা সৰবৰাহকাৰীক কৰায়ত্ত

    Outbreak of fever, cough and cold:এই সময়ত কি কৰিব লাগে-নালাগে? পৰামৰ্শ আগবঢ়ালে বিশেষজ্ঞ চিকিৎসকে

    GDP:অহা বছৰ ভাৰতত আৰু ভয়াৱহ হ’ব মূল্যবৃদ্ধিৰ প্ৰকোপ: জিডিপিও হ্রাস পাব ৭.২ শতাংশলৈ !

    Bijni AAMSU :বিজনীত আমছুৰ জনজাগৰণ সভাত আমছুৰ সভাপতি ইমতীয়াজ হুছেইন

     Dhubri:ধুবুৰী অধিবক্তা সন্থাৰ নিৰ্বাচনত আমিনুৰ ৰহমান আহমেদ সভাপতি, জমছেৰ তালুকদাৰ সম্পাদক নিৰ্বাচিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Prevention Of Wildlife Crime:বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ বিষয়ক লৈ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো-আৰণ্যকৰ উদ্যোগত এছ এছ বি বিষয়া-জোৱানৰ সজাগতা কৰ্মশালা

publisher by publisher
August 31, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Prevention Of Wildlife Crime:বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ বিষয়ক লৈ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো-আৰণ্যকৰ উদ্যোগত এছ এছ বি বিষয়া-জোৱানৰ সজাগতা কৰ্মশালা
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

নদুৱাৰত সমষ্টিত ভোটগ্ৰহণৰ মাজতে দুঃখজনক ঘটনা

Prevention Of Wildlife Crime:

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো (WCCB) আৰু অগ্ৰণী জৈৱ বৈচিত্ৰ সংৰক্ষণ সংস্থা আৰণ্যকে যৌথভাৱে আয়োজন কৰা এখন সজাগতা কৰ্মশালাত দেশৰ অভিজাত সীমান্তৰক্ষী বাহিনী, সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ ৯৯ জনীয়া জ্যেষ্ঠ আৰু কনিষ্ঠ বিষয়া-জোৱানৰ এটা গোটক ক্ৰমবৰ্ধমান বন্যপ্ৰাণী অপৰাধৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰসাৰতাৰ বিষয়ে সজাগ কৰা হয়।

ADVERTISEMENT

তেজপুৰৰ শালনীবাৰীস্থিত এছ এছ বিৰ নিযুক্তি প্ৰশিক্ষণ কেন্দ্ৰত মঙলবাৰে অনুষ্ঠিত আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো আৰু আৰণ্যক (www.aaranyak.org)ৰ সমল ব্যক্তিসকলে পৰিচালনা কৰা “বন্যপ্ৰাণী অপৰাধ আৰু বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়” শীৰ্ষক সজাগতা কৰ্মশালাখনত এছ এছ বিৰ নৱনিযুক্ত জোৱানকে ধৰি বিষয়া-জৱানসকলক বন্যপ্ৰাণী অপৰাধৰ সামগ্ৰিক পৰিস্থিতি আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াত এছ এছ বিৰ দৰে সীমান্তৰক্ষী বাহিনীৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰা হয় ।

এই প্ৰশিক্ষণ কৰ্মশালাৰ উদ্বোধন কৰি নিযুক্তি প্ৰশিক্ষণ কেন্দ্ৰৰ উপ অধিনায়ক বিষ্ণু প্ৰবীণে দেশৰ বহুমূলীয়া বন্যপ্ৰাণী সম্পদ সংৰক্ষণৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই অনা বন্যপ্ৰাণী অপৰাধ সম্পৰ্কে এছ এছ বিৰ লোকসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সময় দিয়া আৰু আগ্ৰহ প্ৰকাশ কৰাৰ বাবে সকলো সমল ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে।

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ সহকাৰী সঞ্চালক জৱাহৰলাল বড়োৱে ২০২২ চনত সংশোধন কৰা ভাৰতৰ বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ বিভিন্ন বিধান লগতে উত্তৰ-পূব ভাৰতত সৰবৰাহ হৈ থকা বিভিন্ন বন্যপ্ৰাণী প্ৰজাতি আৰু সামগ্ৰীৰ বিষয়েও দীঘলীয়া ব্যাখ্যা কৰে ।

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ বিষয়াজনে অংশগ্ৰহণকাৰী এছ এছ বি বিষয়াসকলৰ সুবিধাৰ্থে অঞ্চলটোত সঘনাই জব্দ কৰা বন্যপ্ৰাণী সামগ্ৰী চিনাক্তকৰণৰ সন্দৰ্ভতো এখন ব্যৱহাৰিক অধিবেশন অনুষ্ঠিত কৰে ।

আৰণ্যকৰ জ্যেষ্ঠ পৰিচালক ড° জিমি বৰা আৰু প্ৰকল্প বিষয়া তথা বন্যপ্ৰাণী অপৰাধ বিশ্লেষক আইভী ফাৰহিন হুছেইনে প্ৰশিক্ষণ কৰ্মশালাত ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰা বন্যপ্ৰাণী অপৰাধৰ বিভিন্ন মাত্ৰাৰ বিষয়ে আলোচনা কৰে।

তেওঁলোকে ভাৰত-ভূটানৰ ভূ-প্ৰকৃতিৰ অঞ্চলটোত বিশেষ গুৰুত্ব আৰোপ কৰি বন্যপ্ৰাণী অপৰাধৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে। বিশেষজ্ঞসকলে চোৰাং ব্যৱসায়ী সকলে বন্যপ্ৰাণী আৰু সামগ্ৰী সৰবৰাহ কৰাৰ বিভিন্ন উপায় আৰু ড্ৰাগছ আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায়ৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা এই ক্ৰমবৰ্ধমান অপৰাধ প্ৰশমন আৰু প্ৰতিৰোধ কৰিব পৰা পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰে। লগতে এছ এছ বিৰ বিষয়া জোৱানসকলৰ সৈতে এক প্ৰশ্নোত্তৰ অধিবেশনো অনুষ্ঠিত কৰা হয় ।

আৰাণ্যকৰ বিষয়া ড০ জিমি বৰাই কয়, “প্ৰশিক্ষণ কাৰ্যসূচীত এছ এছ বিৰ অংশগ্ৰহণকাৰীসকলে উৎসাহেৰে বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল আৰু বিশেষজ্ঞসকলে এইবোৰৰ সঠিকভাৱে উত্তৰ দিছিল” ।

বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন অংশীদাৰ আৰু বলবৎকাৰী সংস্থাসমূহৰ মাজত সমন্বয় সৃষ্টিৰ বাবে কৰা নিৰলস প্ৰচেষ্টাৰ অংশ হিচাপে আৰণ্যকে দেশৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এছ এছ বি, বি এছ এফ, চি আই এছ এফকে ধৰি বিভিন্ন কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ)ৰ সৈতে বন্যপ্ৰাণী অপৰাধৰ সম্পৰ্কীয় এনে প্ৰশিক্ষণ কৰ্মশালা আৰু মত-বিনিময় অনুষ্ঠিত কৰি আহিছে। চলিত বৰ্ষত আৰণ্যকে “ইউ এছ ফিছ এণ্ড ৱাইল্ডলাইফ চাৰ্ভিছ”ৰ সহযোগত অঞ্চলটোৰ এছ এছ বি কৰ্মীসকলক লৈ এতিয়ালৈকে ষষ্ঠখন এনে প্ৰশিক্ষণ-সজাগতা কৰ্মশালাৰ আয়োজন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AaranyakPrevention Of Wildlife CrimeSalnibariSSB Officer_Jawan Awarness WorkshopTEZPUR
publisher

publisher

Related Posts

Dhruv Rathee non bailable warrant: বিপদত জনপ্রিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী !
Crime

November 23, 2026
Guwahati:গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰপ্ৰদেশৰ মহিলা সৰবৰাহকাৰীক কৰায়ত্ত
Assam

Guwahati:গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰপ্ৰদেশৰ মহিলা সৰবৰাহকাৰীক কৰায়ত্ত

November 23, 2026
Outbreak of fever, cough and cold:এই সময়ত কি কৰিব লাগে-নালাগে? পৰামৰ্শ আগবঢ়ালে বিশেষজ্ঞ চিকিৎসকে
Assam

Outbreak of fever, cough and cold:এই সময়ত কি কৰিব লাগে-নালাগে? পৰামৰ্শ আগবঢ়ালে বিশেষজ্ঞ চিকিৎসকে

November 23, 2026
GDP:অহা বছৰ ভাৰতত আৰু ভয়াৱহ হ’ব মূল্যবৃদ্ধিৰ প্ৰকোপ: জিডিপিও হ্রাস পাব ৭.২ শতাংশলৈ !
Assam

GDP:অহা বছৰ ভাৰতত আৰু ভয়াৱহ হ’ব মূল্যবৃদ্ধিৰ প্ৰকোপ: জিডিপিও হ্রাস পাব ৭.২ শতাংশলৈ !

November 23, 2026
Bijni AAMSU :বিজনীত আমছুৰ জনজাগৰণ সভাত আমছুৰ সভাপতি ইমতীয়াজ হুছেইন
Assam

Bijni AAMSU :বিজনীত আমছুৰ জনজাগৰণ সভাত আমছুৰ সভাপতি ইমতীয়াজ হুছেইন

November 23, 2026
 Dhubri:ধুবুৰী অধিবক্তা সন্থাৰ নিৰ্বাচনত আমিনুৰ ৰহমান আহমেদ সভাপতি, জমছেৰ তালুকদাৰ সম্পাদক নিৰ্বাচিত
Assam

 Dhubri:ধুবুৰী অধিবক্তা সন্থাৰ নিৰ্বাচনত আমিনুৰ ৰহমান আহমেদ সভাপতি, জমছেৰ তালুকদাৰ সম্পাদক নিৰ্বাচিত

November 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d