Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Adventure: দুঃসাহসিকতা !

মুৰৰ চুলিৰে টানিলে দুখনকৈ চাৰিচকীয়া বাহন, ২৫০ মিটাৰ দুৰলৈকে টানিলে বাহন কেইখন

publisher by publisher
December 3, 2024
in Uncategorized
Reading Time: 2 mins read
0
Adventure: দুঃসাহসিকতা !
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

এক অভূতপূর্ব দুঃসাহসিকতাৰ প্ৰদৰ্শন কৰি সকলোকে চমকিত কৰিলে এজন যুৱকে ৷ যুৱকজনৰ নাম ৰঞ্জন সৰকাৰ ৷ তেজপুৰৰ পাঁচ মাইলৰ যুৱক জনে মঙলবাৰে নিজৰ মুৰৰ চুলিৰ সহায়ত একেটা সময়তে দুখন চাৰিচকীয়া বাহন ২৫০ মিটাৰ দূৰলৈ টানি দেখুৱালে দুঃসাহসিকতা।

ADVERTISEMENT

যুৱক জনৰ দুঃসাহসিকতা প্রত্যক্ষদর্শী স্থানীয় ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি কৰে ৷ মিছামাৰী আৰক্ষী থানাৰ সন্মুখত গড়কাপ্তানি পথৰ ওপৰত ৰঞ্জন সৰকাৰে নিজৰ মুৰৰ চুলিত ৰছি বান্ধি একেসময়তে টানিলে দুখনকৈ চাৰিচকীয়া বাহন। তেওঁ এই দুঃসাহসিকতা কর্ম চাবলৈ ৰাইজৰ ভিৰ হয় মিছামাছৰী থানাৰ সন্মুখত।

ৰঞ্জন সৰকাৰৰ এই অনন্য কীর্তিক সকলোৱে উৎসাহিত কৰি প্ৰশংসা কৰে। তেজপুৰ পাচমাইলৰ এই জন যুৱকে নিয়মিতভাৱে শক্তি আৰু সহনশীলতাৰ অনুশীলনৰ ফলস্বৰূপে এই প্রদর্শন বাস্তৱায়িত হয় বুলি জানিব দিয়ে ।

স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে যে ৰঞ্জন সৰকাৰে ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত অংশ লৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিব। উল্লেখ্য যে এই জন যুৱক এগৰাকী ভাৰ উত্তোলক খেলুৱৈ। ২০২৩ চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰ উত্তোলন প্রতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

ইপিনে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত ভাৰ উত্তোলন প্রতিযোগিতাত কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হৈছে । পৰৱৰ্তী সময়ত ৰঞ্জনে ট্রেভেলাৰ অথবা ট্রাক টানিব নিজৰ মুৰৰ চুলিৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: adventureOne YouthPulling Truck With HairTEZPURঅভূতপূর্বচাৰিচকীয়া বাহনদূৰলৈ টানিমুৰৰ চুলিৰ
publisher

publisher

Related Posts

Nagaon Bypolls: নগাঁও লোকসভাৰ উপ- নিৰ্বাচন , পাঁচ প্ৰাৰ্থীৰ মনোনয়ন দাখিল
Assam

September 16, 2026
Assam

September 15, 2026
ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ
Uncategorized

September 11, 2026
অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d