পশ্চিমবঙ্গৰ মেদিনীপুৰৰ খেজুৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত আক্ৰমণ তৃণমূল কৰ্মীৰ।পশ্চিমবঙ্গৰ বিজেপি সভাপতি দিলীপ সৈতে কনভয়ত আছিল মন্ত্ৰী শৰ্মা।টুইটাৰত তেওঁমতে তেওঁ প্ৰকাশ কৰা মতে টিএমচি ৰ গুণ্ডাবাহিনীয়ে এই আক্ৰমণ চলায় আৰু পশ্চিমবঙ্গৰ আৰক্ষীয়ে নিষ্ক্ৰিয় ভূমিকা পালন কৰে।এই ঘটনাত দুখন গাড়ী সম্পূৰ্ণৰূপে বিধ্বস্ত হয়।
ADVERTISEMENT