Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

    দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ পাছৰ পৰিস্থিতিলৈ সাজু হওক

publisher by publisher
April 3, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ পাছৰ পৰিস্থিতিলৈ সাজু হওক
1
SHARES
14
VIEWS
ShareShareShareShare

২১ দিনীয়া তলাবন্ধৰ পাছত কি হ’ব? তাকে লৈ ইতিমধ্যে দেশজুৰি ব্যাপক চর্চা আৰম্ভ হৈছে। অহা ১৪ এপ্ৰিলত তলাবন্ধ অন্ত পৰাৰ পিছত পুনৰ ইয়াৰ সময়সীমা বৃদ্ধি কৰিব বুলি প্ৰচাৰ চলে যদিও কেন্দ্ৰীয় চৰকাৰে ইয়াক উৰাবাতৰি আখ্যা দি নাকচ কৰে। আজি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ স’তে ভিডিঅ’ কনফাৰেন্সযোগে কৰ’না ভাইৰাছক লৈ অনুষ্ঠিত বৈঠকত একে প্ৰশ্নই উত্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তলাবন্ধৰ পাছৰ পৰিস্থিতি মোকাবিলাৰ বাবে কেন্দ্র আৰু ৰাজ্যক একমুখী পৰিকল্পনা সাজু ৰাখিবলৈ প্ৰধানমন্ত্ৰীয়ে কয়।

ADVERTISEMENT

তলাবন্ধ অন্ত পৰাৰ পিছত কেন্দ্ৰ আৰু ৰাজ্যই জনসাধাৰণৰ জনজীৱন সুচল নিশ্চিত কৰাৰ বাবে এক উমৈহতীয়া পৰিকল্পনা হাতত ল’ব লাগিব বুলি আজি ভিডিঅ’ কনফাৰেন্সত মুখ্যমন্ত্ৰী সকলক পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰীয়ে। কৰ’না ভাইৰাছে মানৱ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি মন্তব্য কৰি তেওঁ কয়,’তলাবন্ধ খোলাৰ পাছতে পুনৰ জনতাৰ চলাচল নিশ্চিত কৰিবলৈ উমৈহতীয়া পৰিকল্পনা কৰিব লাগিব। তলাবন্ধৰ পাছত কৰ’না ভাইৰাছৰ সংক্ৰমন যাতে বিয়পি নপৰে তাৰ বাবে যৌথ পৰিকল্পনা জৰুৰী।’ ৰাজ্যসমূহক এনে পৰিকল্পনাৰ বাবে পৰামৰ্শ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে কয় যে তলাবন্ধৰ অন্ত পৰাৰ পাছত সকলো পূৰ্বৰ দৰে গতানুগতিক হৈ পৰিব এনে হ’বলৈ দিব নোৱাৰি। ইয়াৰ পিছতো কোনো নিয়ন্ত্ৰণ বা সতৰ্কতাৰ প্রয়োজন নহ’ব। ৰাজ্য সমূহে তলাবন্ধক গুৰুত্ব সহকাৰে ল’ব। পুনৰ যাতে সংক্ৰমণ বিয়পি নপৰে তাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে ৰাজ্যসমূহক কাম কৰিবলৈ নিৰ্দেশ দিয়ে ।

RelatedPosts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত অংশ লয় ৯জন মুখ্যমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ উপৰি বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি শীৰ্ষবিষয়াসকল । প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক যুদ্ধকালীন তৎপৰতাৰে কাম কৰিবলৈ , ভাইৰাছৰ কেন্দ্ৰসমূহ চিনাক্ত কৰিবলৈ আৰু সেই স্থানসমূহ আৱদ্ধ কৰিবলৈ কয়। স্বাস্থ্য পৰীক্ষা, আক্ৰান্ত সন্ধান কৰা , আছুতীয়াকৈ ৰখা আৰু কোৱাৰেণ্টাইন কৰাত মনোনিৱেশ কৰিবলৈ কয়। মৃতকৰ সংখ্যা যিমান পাৰি কম কৰাটোৱে লক্ষ্য বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে । ইপিনে, বিশ্বজোৰা পৰিস্থিতি সন্তোষজনক নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুমান দেশত দ্বিতীয় বাৰ সংক্ৰমণ হোৱা বুলিও কোৱা হৈছে। কৰ’না ভাইৰাছৰ সংক্ৰমণ দেশত বিয়পি পৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী সকলৰ স’তে প্ৰধানমন্ত্ৰী বৈঠকত মিলিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19FIGHT AGAINST CORONAINDIA FIGHTS CORONANarendra ModiSTAY HOME STAY SAFE
publisher

publisher

Related Posts

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
News

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

May 3, 2026
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
India

দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d