Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

সুৰক্ষা ব্যৱস্থা অবিহনেই কৰ’না আক্ৰান্তৰ চিকিৎসা এইমছৰ চিকিৎসকৰ

publisher by publisher
May 13, 2020
in COVID-19, News
Reading Time: 1 min read
0
সুৰক্ষা ব্যৱস্থা অবিহনেই কৰ’না আক্ৰান্তৰ চিকিৎসা এইমছৰ চিকিৎসকৰ
1
SHARES
13
VIEWS
ShareShareShareShare

পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা অবিহনেই একমাত্ৰ মানৱীয় কাৰণত কৰ’না আক্ৰান্তক চিকিৎসা কৰি এইমছৰ এজন যুৱ চিকিৎসকে নিজে এতিয়া কোৱাৰেণ্টাইনত যাবলগীয়া হৈছে । চিকিৎসক জন কাশ্মীৰৰ অনন্তনাগস্হিত য়ানিহামা-ডায়াল গাঁৱৰ বাসিন্দা ডাঃ মজিদে । যোৱা দুবছৰ ধৰি ডাঃ মজিদে নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ৰ্বিজ্ঞান প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছে । এইজন চিকিৎসকে মানৱীয় কাৰণত জীৱনক তুচ্ছ কৰিও আগবঢ়োৱা সেৱাৰ বাবে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে । ঘটনাটো যোৱা সাত মে’ৰ । সমগ্ৰ দিনটো ৰোগী চোৱাৰ পাছত ডাঃ মজিদে সন্ধিয়া ৰোজা ভাঙিবলৈ বুলি নিজ আৱাসলৈ গৈছিল । সেই সময়তে ডাঃ মজিদলৈ এইমছৰ পৰা এটি ফোন আহে । এইমছৰ উৰ্ধতন কৰ্তৃপক্ষৰ পৰা ডাঃ মজিদক এম্বুলেন্সযোগে ‘ট্ৰমা চেণ্টাৰ’লৈ অনা এজন কৰ’না আক্ৰান্তক চাবলৈ কোৱা হয় । সেয়েহে ডাঃ মজিদক তৎকালে এইমছলৈ আহিবলৈ কোৱা হয় । ইয়াৰ পাছতে ডাঃ মজিদ ততাতৈয়াকৈ কৰ্মস্থলীত উপস্থিত হয়গৈ ।

ADVERTISEMENT

সন্ধিয়া হোৱা হেতুকে সেই সময়ত প্ৰায় এন্ধাৰ নামি আহিছিল । এম্বুলেন্সৰ ভিতৰত দুৰ্বল পোহৰৰ বাবে সেইসময়ত ভালদৰে একো দেখিবলৈ পোৱা হোৱা নাছিল । পিন্ধি থকা পাৰ্চনেল প্ৰটেকটিভ ইকুইপমেণ্ট (পি পি ই) পোছাক ইতিমধ্যে খুলিছিল ডাঃ মজিদে । পোহৰ কম হোৱা বাবে সঠিকভাৱে একো দেখিবলৈ নোপোৱাত ডাঃ মজিদে মুখ মণ্ডলত থকা আৱৰণ তথা চকুত থকা চশমাও খুলি দিয়ে । অৱশ্যে মুখত এন-৯৫ মাস্ক পৰিধান কৰি ডাঃ মজিদে সেই সময়তে দেখিবলৈ পায় কৰ’না আক্ৰান্তজনৰ শ্বাস নলীত লগাই থোৱা পাইপডাল সঠিক ভাৱে লগোৱা নাই । ফলত ৰোগীজনে শ্বাস প্ৰশ্বাস লোৱাত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে । অতি শীঘ্ৰে পাইপডাল সঠিক ভাৱে লগোৱা নহ’লে ৰোগীজন হৃদৰোগত আক্ৰান্ত হ’ব পাৰে । সেয়েহে আগ-পিছ নভবাকৈ ডাঃ মজিদে নিজ হাতেৰেই পাইপডাল সঠিকভাৱে লগোৱাৰ সিদ্ধান্ত লয় ।

RelatedPosts

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

দিল্লীত গৰমৰ প্ৰকোপ , উত্তৰ-পশ্চিম ভাৰতত তাপপ্ৰবাহৰ সতর্কতা জাৰি

Piyanka Gandhi Pressmeet in Delhi:এনডিএ’ৰ পৰাজয়ক গণতন্ত্ৰ আৰু সংবিধানৰ জয় বুলি অভিহিত কৰিলে প্ৰিয়ংকা গান্ধীয়ে

কৰ’না আক্ৰান্ত জনক এইমছত ভৰ্তি কৰাৰ পাছত ঊৰ্ধ্বতন কৰ্তৃপক্ষক পি পি ই অবিহনে কৰা এই কামৰ বিষয়ে জনায় ডাঃ মজিদে। কৰ’না আক্ৰান্তৰ সংস্পৰ্শলৈ অহাটো নিশ্চিত হোৱাৰ পিছত ডাঃ মজিদক কোৱাৰেণ্টাইনত পঠোৱা হয়। আনহাতে, কৰ’না আক্ৰান্তজনক ৰখা হৈছে ভেন্টিলেটৰত। বিষয়টোৰ সন্দৰ্ভত ডাঃ মজিদে সাংবাদিকক কয়, ‘আজি দেউতাই মোলৈ ফোন কৰিছিল । তেওঁ মোক ক’লে যে কৰ’না আক্ৰান্তক চিকিৎসা কৰাৰ সময়ত মোৰ যদি মৃত্যুও হয় তেন্তে তেওঁ দুখ নকৰে। অনেকজনৰ জীৱন ৰক্ষাৰ পাছত মোৰ পুত্ৰক ছহিদ হোৱা বুলি ভাবিম। দেউতাৰ স’তে কথা পতাৰ পিছত মোৰ মনত থকা বোজাটো আঁতৰি যোৱা যেন অনুভৱ কৰিছো। মই সেই সময়ত যেনেদৰে আগবাঢ়ি গৈছিলো তেনে কাৰ্যক মোৰ পিতৃ-মাতৃয়ে প্ৰশংসাই কৰিছে। ‘অৱশ্যে নিজে কৰা কামক একমাত্ৰ কৰ্তব্য বুলিহে কৈ ডাঃ মজিদে পুনৰ কয়, বৰ্তমান পবিত্ৰ ৰমজান চলি আছে। এই সময়ত মই এজন মুমূৰ্ষুপ্ৰায় ৰোগীক সেৱা আগবঢ়াইছো । চিকিৎসক হিচাপে অথবা মানুহ হিচাপে কোনো ৰোগীৰ ক্ষতি হোৱাটো নিশ্চয় নিবিচাৰিম । তদুপৰি এইমছত জ্যেষ্ঠ চিকিৎসক সকলকো এনেদৰেই আগবাঢ়ি যোৱাটো দেখিছো । ইফালে, পি পি ই কিট পৰিধান নকৰাকৈ ৰোগীৰ ওচৰলৈ যোৱাটো অতিকৈ বিপদজনক কাৰ্য বুলি উল্লেখ কৰি অন্যান্য চিকিৎসসকলক এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলৈ সকীয়াই দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AIIMSCORONAVIRUSCovid-19DELHIFIGHT AGAINST COVID-19INDIA FIGHTS CORONAZahid Abdul Majeed
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d