Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না ভাইৰাছৰ গঠনগত পৰিৱৰ্তন :চীনত উপসৰ্গহীন নতুন সংক্ৰমণ

publisher by publisher
May 23, 2020
in COVID-19, News
Reading Time: 1 min read
0
1
SHARES
10
VIEWS
ShareShareShareShare

চীনত পুনৰ নতুন ৰূপত কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে; কিন্তু পূৰ্বৰ দৰে নহয় এই সংক্ৰমণ । সম্পূৰ্ণ পৃথক তথা পূৰ্বতকৈ অধিক ভয়াবহ ৰূপত এইবাৰ এই সংক্ৰমণ আৰম্ভ হৈছে । নতুনকৈ আৰম্ভ হোৱা সংক্ৰমণৰ লক্ষ্যণীয়া দিশটো হ’ল ই সম্পূৰ্ণভাৱে উপসৰ্গহীন । এই সংক্ৰমণত আক্ৰান্তৰ শৰীৰত ভাইৰাছৰ গঠনগত পৰিৱৰ্তনো দৃষ্টিগোচৰ হৈছে চীনা চিকিৎসকসকল । নতুন সংক্ৰমণত কৰ’না ভাইৰাছৰ চাৰিত্ৰিক বৈশিষ্ট্যৰো পৰিৱৰ্তন হৈছে । এনে পৰিবর্তনক লৈ চিন্তিত হৈ পৰিছে বিশেষজ্ঞসকল । কৰ’না উৎপত্তিস্থল হিচাপে কুখ্যাত হৈ পৰা চীনৰ উহানৰ উত্তৰ -পূব প্ৰান্তৰ আক্ৰান্তসকলৰ শৰীৰত ক্ৰমে চাৰিত্ৰিক তথ্য গঠনগত পৰিৱৰ্তন হৈছে ভাইৰাছৰ । ফলত চিকিৎসকসকলৰ বাবেও ই অতি ভয়ংকৰ হিচাপে পৰিগণিত হৈছে । যি লাহে লাহে জটিলৰ পৰা জটিলতা ৰূপ ধাৰণ কৰিছে । সেয়েহে নতুনকৈ আক্ৰান্ত হোৱাসকলক চিকিৎসাৰ পূৰ্বে চিকিৎসকসকলে অধিক সূক্ষ্মভাবে পৰ্যবেক্ষণ কৰিবলগীয়া হৈছে ।

ADVERTISEMENT

যোৱা মঙলবাৰে ৰাষ্ট্ৰীয় টেলিভিছনক দিয়া সাক্ষাৎকাৰত চিকিৎসক কিউ ইউ হাইবই এই সম্পৰ্কত কয়, চীনৰ উত্তৰৰ জিলিন তথা হিলংজিয়াঙৰ ৰোগীসকলে দীর্ঘদিনৰ পৰা এই ভাইৰাছক বহন কৰি আহিছে । এইসকলৰ শৰীৰৰ পৰা ভাইৰাছ নিৰ্মূল কৰিবলৈ যথেষ্ট সময়ৰো প্ৰয়োজন হৈছে । উহানৰ আক্ৰান্তসকলৰ তুলনাত এই অঞ্চলৰ ৰোগীসকলৰ শৰীৰত উপসৰ্গ দৃষ্টিগোচৰ হওঁতেও অধিক সময়ৰ প্ৰয়োজন হৈছে । ফলত দ্ৰুত সংক্ৰমণ আৰম্ভ হলে বিপদ অধিক ঘনীভূত হোৱাৰ সম্ভাৱনা আছে । এনেদৰে হ’লে কোনো উপসৰ্গ অবিহনে বহু লোক কৰ’নাত আক্ৰান্ত হৈ পৰিব পাৰে । যোৱা দুসপ্তাহত চীনৰ গুলান ,জিলিন, চেনগাহ আদিত ৪৬ জনৰ শৰীৰত নতুনকৈ সংক্ৰমণ হোৱাটো ধৰা পৰে ; কিন্তু এইসকলৰ শৰীৰত কোনো ধৰণৰ উপসৰ্গ ধৰা পৰা নাছিল । ইয়াৰ ফলত বৃহত্তৰ অঞ্চলটোত নতুনকৈ তলাবন্ধ ঘোষণাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

অঞ্চলটোত ইতিমধ্যে বহু লোকক গৃহবন্দী কৰি ৰখা হৈছে ।চীনৰ হুবেই প্ৰদেশৰ উহানৰ কৰ’না আক্ৰান্তসকলৰ শৰীৰত পোৱা ভাইৰাছৰ আকাৰতকৈ উল্লিখিত স্থানত আক্ৰান্তসকলৰ শৰীৰত পোৱা ভাইৰাছৰ আকাৰো যথেষ্ট সৰু । ভাইৰাছৰ এই আকাৰ পৰিৱৰ্তনৰ সন্দৰ্ভত হংকং বিশ্ববিদ্যালয়ৰ অধ্যাপক কেইজি ফুকুদাই কয় , ‘তত্ত্ব অনুসৰি ভাইৰাছৰ জিনগত পৰিৱৰ্তনেই ভাইৰাছৰ চাৰিত্ৰিক তথা গঠনগত পৰিৱৰ্তনৰ মূল কাৰণ হব পাৰে ।’ অৱশ্যে কৰ’না ভাইৰাছৰ গঠনগত পৰিৱৰ্তনক লৈ চীনৰ এয়া কোনো নাটকো হব পাৰে । এনে পৰিৱৰ্তনত অবিশ্বাস কৰিবলগীয়া নাই যদিও বিশ্ববাসীৰ সন্মুখত ইতিমধ্যে মিছলীয়া সাব্যস্ত হোৱা চীনৰ কোনো কথা বিশ্ববাসীয়ে চকু মুদি মানি ল’বলৈ বিচৰা নাই ।সেয়েহে উপসৰ্গহীন নতুন সংক্ৰমনক লৈ সন্দেহৰ উদ্ভৱ হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CHAINACorona VirusCovid-19FIGHT AGAINST COVID-19
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d