Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Hindenburg Research : পূৰ্বেও একাধিক কোম্পানিক দেউলীয়া কৰিছিল হিণ্ডেনবাৰ্গে

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Food Poisoning : বমি, ডায়েৰিয়াৰ দৰে সমস্যাত চিকিৎসালয়ত ভৰ্তি চৰকাৰী বিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থী

    Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

    Economic Survey : অহা এবছৰত দেশত অৰ্থনীতিৰ গতিবেগ ঘূৰি নাহে ,পূৰ্বাভাস দিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনে

    Gautam Adani : বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল গৌতম আদানী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

    Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home India

এখন গধুৰ হৃদয় লৈ মুম্বাইৰ পৰা হিমাচলত উপস্থিত হ’লগৈ কংগনা ৰানাউট

publisher by publisher
September 14, 2020
in India, News
Reading Time: 1 min read
0
এখন গধুৰ হৃদয় লৈ মুম্বাইৰ পৰা হিমাচলত উপস্থিত হ’লগৈ কংগনা ৰানাউট
1
SHARES
12
VIEWS
ShareShareShareShare

মুম্বাইত পাঁচদিন থকাৰ পিছত আজি জ্যেষ্ঠ ভগ্নী ৰংগোলীৰ লগত কংগনা উপস্থিত হয়গৈ গৃহ চহৰ হিমাচল প্ৰদেশত ৷ ৯ ছেপ্টেম্বৰত কংগনা মুম্বাইত উপস্থিত হৈছিল ৷ আজি কংগনা নিজৰ গৃহ চহৰলৈ যাওঁতে মহাৰাষ্ট্ৰ চৰকাৰক উদ্দেশ্য কৰি পাঁচটা টুইট কৰে ।

ADVERTISEMENT

মুম্বাই এৰাৰ পূৰ্বে কংগনাই শিৱসেনাক ইংগিতেৰে বুজাই দিয়ে যে তেওঁ এখন গধুৰ হৃদয় লৈ মুম্বাই এৰি যাবলৈ ওলাইছে । কংগনাক দুৰ্বল ভাবি ভুল নকৰিবলৈ কংগনাই সকিয়নী দিয়ে ৷

RelatedPosts

Singer Nilotpal Bora  : মুম্বাইত প্ৰতিষ্ঠিত অসমীয়া শিল্পী নিলোৎপল বৰালৈ ড: ভবেন্দ্ৰ নাথ শইকীয়া বঁটা

Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

Mumbai Road Accident:মুম্বাই-গোৱা ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা

উল্লেখ্য শিৱসেনাৰ ভাবুকিকো উপেক্ষা কৰি কেইদিনমান পূৰ্বে মুম্বাইত উপস্থিত হৈছিল কংগনা ৰানাউট ৷ ইয়াৰ পাছতেই মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই কংগনা সন্মুখীন হ’বলগীয়া হৈছিল শিৱ সেনাৰ সমৰ্থকৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল ।

মহাৰাষ্ট্ৰ চৰকাৰ আৰু শিৱসেনাৰ সৈতে তীব্ৰ বাক-বিতণ্ডা মাজতে দেওবাৰে বিয়লি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছিৱাৰিক সাক্ষাৎ কৰে অভিনেত্ৰী কংগনা ৰানাউটে । এই সময়ত কংগনাৰ লগত আছিল জ্যেষ্ঠ ভগ্নী ৰংগোলী ৷ ৰাজ্যপাল ভগত সিং কোছৱাৰীৰ সৈতে প্ৰায় ৪৫মিনিট ধৰি বাৰ্তালাপ কৰে অভিনেত্ৰী গৰাকীয়ে ।

এই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে ৰাজ্যপালৰ সন্মুখত বিগত সময়ত সন্মুখীন হোৱা অসুবিধাৰ সন্দৰ্ভত অৱগত কৰে । ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছতে কংগনাই কয় “মই ৰাজ্যপালৰ সন্মুখত কৈছো যে, “মোক অন্যায় কৰা হৈছে। মই আশা কৰিছো যে মই ন্যায় লাভ কৰিম ৷ ইয়াৰ দ্বাৰা যুৱতীসকলৰ সমগ্ৰ চিষ্টেমটোত গুৰুত্ব বাঢ়িব।”

লগতে কংগনাই কয় “মই বহু সৌভাগ্যশালী ৷ কাৰণ ৰাজ্যপালে মোক নিজৰ কন্যাৰ নিচিনাকৈ সকলো কথা শুনিছে আৰু মই আশা কৰিম মই ন্যায় পাম।”

উল্লেখযোগ্য যে, বিগত সময়ত কংগনাই মায়ানগৰী মুম্বাইক পাকিস্তানৰ লগত তুলনা কৰিছিল । ইয়াৰ পিছত BMC য়ে শিৱসেনাৰ ইংগিতত কংগনাৰ কাৰ্যালয়টো অবৈধ বুলি উচ্ছেদ চলায় । অৱশ্যে পাছত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত BMCয়ে এই উচ্ছেদ স্থগিত ৰাখে ।

ইয়াৰ পাছতেই কংগনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কটু মন্তব্যৰে সমালোচনা কৰে । আনকি মুখ্যমন্ত্ৰী থাকৰেক “তই” বুলি ক’বলৈও আপোচ নকৰিলে কংগনাই । তাৰ মাজতে উদ্ধৱ থাকৰেই কয় “মোৰ নিৰৱতাক দুৰ্বলতা বুলি ভাবিব নালাগে ।” গতিকে কংগনা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত এই বাক বিতণ্ডাই অনাগত দিনত কি ৰূপ লয় সেইয়া হ’ব লক্ষ্যণীয় ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Kangana RanautMUMBAI
publisher

publisher

Related Posts

Hindenburg Research : পূৰ্বেও একাধিক কোম্পানিক দেউলীয়া কৰিছিল হিণ্ডেনবাৰ্গে
International

Hindenburg Research : পূৰ্বেও একাধিক কোম্পানিক দেউলীয়া কৰিছিল হিণ্ডেনবাৰ্গে

January 31, 2023
Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘
Entertainment

Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

January 31, 2023
Food Poisoning : বমি, ডায়েৰিয়াৰ দৰে সমস্যাত চিকিৎসালয়ত ভৰ্তি চৰকাৰী বিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থী
India

Food Poisoning : বমি, ডায়েৰিয়াৰ দৰে সমস্যাত চিকিৎসালয়ত ভৰ্তি চৰকাৰী বিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থী

January 31, 2023
Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ
Assam

Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

January 31, 2023
Economic Survey : অহা এবছৰত দেশত অৰ্থনীতিৰ গতিবেগ ঘূৰি নাহে ,পূৰ্বাভাস দিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনে
India

Economic Survey : অহা এবছৰত দেশত অৰ্থনীতিৰ গতিবেগ ঘূৰি নাহে ,পূৰ্বাভাস দিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনে

January 31, 2023
Gautam Adani : বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল গৌতম আদানী
India

Gautam Adani : বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল গৌতম আদানী

January 31, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: