Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বায়ু প্ৰদূষণত ২০১৯ত দেশত মৃত্যু ১৬ লাখ লোকৰ

publisher by publisher
October 23, 2020
in India, News
Reading Time: 1 min read
0
বায়ু প্ৰদূষণত ২০১৯ত দেশত মৃত্যু ১৬ লাখ লোকৰ
4
SHARES
38
VIEWS
ShareShareShareShare

কৰ’না ভাইৰাছৰ সংক্রমণে দেশবাসীক কঁপাই ৰখাৰ সময়তে এক নতুন আতংকৰ তথ্য পােহৰলৈ আহিল। এই আতংকৰ নাম হৈছে বর্ধিত বায়ু প্ৰদূষণ। শেহতীয়া এক সমীক্ষাৰ তথ্য অনুসৰি ২০১৯ত দেশত মানুহৰ মৃত্যুৰ অন্যতম এক কাৰণ আছিল বায়ু প্ৰদূষণ। যােৱা বছৰত ভাৰতত প্রত্যক্ষ বা পৰােক্ষভাৱে বায়ু প্ৰদূষণৰ অহাৰ ফলত ১৬ লাখ লােকৰ মৃত্যু হৈছিল।

ADVERTISEMENT

‘ষ্টেট অৱ গ্ল’বেল এয়াৰ’ শীর্ষক সমীক্ষাৰ ২০১৯ প্রতিবেদনৰ তথ্য অনুসৰি এই বৃহৎসংখ্যক লােকৰ অকাল মৃত্যুৰ বাবে দায়ী ঘৰুৱা লগতে বাহিৰৰ বায়ু প্ৰদূষণ। এই সমীক্ষাত লগতে প্ৰকাশ পােৱা মতে, ২০১০ৰ পৰা ২০১৯ সময়ছােৱাত দেশৰ বায়ুমণ্ডলত বিষাক্ত দ্রব্যৰ পৰিমাণ বৃদ্ধি পাইছে । ২০১৯ত ঘৰুৱা বায়ু প্ৰদূষণত সামান্য লেকাম লগােৱা সম্ভৱ হ’লেও ঔদ্যোগিক তথা বাহিৰৰ বায়ু প্ৰদূষণ নিয়ন্ত্রণ কৰা সামান্যও সম্ভৱ হােৱা নাছিল ।

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

মুম্বাইত ৫৭ শতাংশ কৰ্কট আক্ৰান্তৰ ৰোগৰ বাবে দায়ী প্ৰদূষণ 

বিশ্বৰ অন্যান্য দেশৰ তুলনাত ভাৰতৰ দৰে দক্ষিণ এছিয়াৰ দেশসমূহ বায়ু প্ৰদূষণ ৰােধৰ ক্ষেত্ৰত বহু পিছপৰি আছে।  নিয়ন্ত্রণহীন বায়ু প্ৰদূষণৰ ফলত মানুহৰ আয়ুস হ্রাস পােৱাৰ সন্দৰ্ভত বিশেষজ্ঞসকলে পূর্বে একাধিকবাৰ সতর্কবাণী দিছিল।

প্রতিবেদনৰ তথ্য অনুসৰি ২০১৯ত ১৬ লাখ লােক দেশত বর্ধিত বায়ু প্ৰদূষণৰ কবলত পৰি প্রাণ হেৰুৱাইছিল আৰু ইয়াৰে ৬০ শতাংশৰ মৃত্যু হৈছিল হাওঁফাওঁৰ চি অ’ পি ডি ৰােগৰ ফলত । আন লােকসকলৰ মৃত্যুৰ কাৰণ আছিল হাওঁফাওঁৰ অন্যান্য ৰােগ আৰু হৃদপিণ্ডৰ ৰােগ । এই আটাইবােৰ ৰােগৰ মূল কাৰণ হৈছে দেশৰ বর্ধিত বায়ু প্ৰদূষণ।

বিশেষজ্ঞসকলে উদ্বেগ প্রকাশ কৰি জনােৱা মতে, সদ্যোজাতৰ ক্ষেত্ৰতাে বায়ু প্ৰদূষণে ভয়াৱহ প্ৰভাৱ পেলােৱাৰ তথ্য লাভ কৰা হৈছে। একমাত্র বায়ু প্ৰদূষণৰ ফলতে যােৱা বছৰত ভাৰতত কমেও এক লাখ ১৬ হেজাৰ নৱজাতকৰ মৃত্যু হৈছিল বুলিও সমীক্ষাটোৰ তথ্যত প্রকাশ । ২০১৯ত দেশত মৃত্যু হােৱা সদ্যোজাতৰ ২১ শতাংশই প্রাণ হেৰুৱাইছিল বর্ধিত বায়ু প্ৰদূষণৰ পৰিণতিত ।

শিশুৰ অকাল মৃত্যুৰ ক্ষেত্ৰত ঘৰুৱা বায়ু প্ৰদূষণে সবাতােকৈ অধিক প্রভাৱ পেলাইছে বুলিও প্রতিবেদনটোত প্রকাশ। স্বাস্থ্য বিষয়ক সমস্যাসমূহৰ ভিতৰত বায়ু প্ৰদূষণ সবাতােকৈ উদ্বেগজনক বিষয়ত পৰিণত হৈছে বুলিও সমীক্ষাটো চলােৱা হেলথ এফেক্টছ ইনষ্টিটিউটে মত ব্যক্ত কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AIR POLLUTIONindia
publisher

publisher

Related Posts

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
News

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
News

কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d