Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পুনৰ অসমৰ লগত বিশ্বাসঘাতকতা কৰিছে মিজোৰাম চৰকাৰে

publisher by publisher
November 10, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
পুনৰ অসমৰ লগত বিশ্বাসঘাতকতা কৰিছে মিজোৰাম চৰকাৰে
1
SHARES
13
VIEWS
ShareShareShareShare

অসম তথা অসমীয়াসকলৰ লগত পুনৰ বিশ্বাসঘাতকতা কৰিলে মিজোৰাম চৰকাৰে ৷ কাৰণ অসমৰ ২১ খন বাহন লৈ যোৱাৰ লগতে এখনো বাহন এৰি নিদিলে মিজোৰাম চৰকাৰে ৷ইয়াৰ মাজতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি সম্মান জনাই অৱশেষত কিছু হ’লেও মানৱীয়তা দেখালে লায়লাপুৰৰ আন্দোলনকাৰীসকলে ৷ অসম মিজোৰাম সীমা বিবাদৰ সমাধান নহ’লেও মিজোৰামৰ বিৰুদ্ধে লায়লাপুৰত চলি থকা অৰ্থনৈতিক অৱৰোধৰ ফলত মিজোৰামত পেট্ৰ’পন্যৰ প্ৰবল সঙ্কটে দেখা দিছে ৷

ADVERTISEMENT

ইপিনে মিজোৰামৰ মূখ্য সচিবৰ আবেদনত অৱশেষত শিলচৰত আবদ্ধ হৈ থকা এলপিজি বোঝাই লৰি আৰু ওয়েল ট্যাঙ্কাৰ মিজোৰামৰ উদ্দেশ্যে ৰাওনা হৈছে ।সোমবাৰে আবেলি শিলচৰ মিজোৰাম হাউচত থকা ২১ খন  ট্ৰাক আৰু তেলৰ টেঙ্কাৰ মিজোৰামৰ উদ্দেশ্যে ৰওনা হয় ৷ এডিজিপিসহ প্ৰশাসনৰ উচ্চ আধিকাৰিকৰ উপস্থিতিত আৰক্ষীৰ কটকটীয়া নিৰাপত্তাত লৰিসমূহ মিজোৰামলৈ লৈ যোৱা হয়৷ লক্ষণীয় বিষয় হ’ল মিজোৰামৰ এই ২১ খন  ট্ৰাক এৰি দিয়াৰ পাছত মিজোৰামৰ চৰকাৰে কথা দিছিল যে মিজোৰামৰ ভাইৰেন্টিত অসমৰ যিসমূহ বাহন আটক কৰি ৰখা হৈছে সেই বাহনসমূহ মিজোৰামৰে এৰি দিব ৷

RelatedPosts

PM Modi Manipur And Mizoram Visit: মণিপুৰত সকলো সংগঠনক ‘শান্তিৰ পথলৈ আহিবলৈ’ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ভিক্ষা নিষেধাজ্ঞাৰ আইন প্ৰণয়নৰ পথত মিজোৰাম! বিৰোধীৰ আপত্তি সত্ত্বেও বিধেয়ক গৃহীত

আৰম্ভ হ’ল অসম-মিজোৰামত ভূগর্ভস্থ বিৰল ধাতুৰ অন্বেষণ

কিন্তু মিজোৱে অসমৰ ৰেজিষ্টেশ্যন থকা এখনো বাহন এৰি দিয়া নাই । কেৱল অসমৰ বাহিৰৰ কেইখনমান বাহনহে এৰি দিছে মিজোসকলে ৷ ইয়াত এইটো প্ৰমাণ হ’ল যে মিজোৰামৰে পুনৰ অসমৰ লগত বিশ্বাসঘাতকতা কৰিলে ৷ যাৰ কাৰণে ক্ষুদ্ধ হৈ উঠে ট্ৰাক ড্ৰাইভাৰ্চ এছোচিয়েশ্যনৰ কৰ্মকৰ্তাসকল ৷ তেওঁলোকৰ দাবী যাৰ কাৰণে কাছাৰ প্ৰশাসনে মিজোৰামৰ গাড়ী এৰি দিছে ঠিক সেইবাবেই মিজোৰামত আবদ্ধ গাড়ীবোৰ আনি দিয়ক ৷

ইপিনে আন্দোলনকাৰী সকলে কয় যে তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি সম্মান জনাই চৰকাৰৰ কথা মতে ২১ টা পথ খুলি দিলে ৷ কিন্তু মিজোসকলে যেতিয়ালৈকে অসমৰ ভূমি এৰি নাযায় তেতিয়ালৈকে তেওঁলোকৰ এই অৰ্থনৈতিক অৱৰোধ অব্যাহত থাকিব ৷ এতিয়া প্ৰশ্ন হয় মিজোৰাম চৰকাৰে অসমৰ লগত এটাৰ পিচত এটা বিশ্বাসঘাতকতা কৰাৰ পিছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মিজোৰামৰ বাবে কিয় ইমান মৰম ?

যদি মিজোৰামৰ প্ৰতি আমাৰ চৰকাৰৰ ইমান মৰম তেনেহ’লে মিজোৰামে কিয় কথা দি কথা ৰখা নাই ? কিয় তেওঁলোকৰ ২১ টা ট্ৰাক লৈ যোৱাৰ পিছত অসমৰ এখনো বাহন এৰি নিদিলে মিজোৰামে? কিয় অসমৰ ভূমিৰ বাবে আন্দোলন কৰি থকা আন্দোলনকাৰীসকলৰ ওপৰত চাপ সৃষ্টি কৰি আমাৰ চৰকাৰ প্ৰশাসনে মিজোৰামৰ গাড়ী কেইখন এৰি দিলে৷ ৰাইজৰ সন্মুখত এতিয়া এই সমূহ প্ৰশ্ন?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovernmentAssam-Mizoram borderMizoram
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d