Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home image

আৰম্ভ হ’ল অসম-মিজোৰামত ভূগর্ভস্থ বিৰল ধাতুৰ অন্বেষণ

publisher by publisher
August 24, 2025
in image, News
Reading Time: 1 min read
0
আৰম্ভ হ’ল অসম-মিজোৰামত ভূগর্ভস্থ বিৰল ধাতুৰ অন্বেষণ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

অৱশেষত কেন্দ্ৰই অসম আৰু মিজোৰামত আৰম্ভ কৰিলে ভূগর্ভস্থ বিৰল ধাতু (ৰেয়াৰ আৰ্থ মেটেল) ৰ অন্বেষণ। উল্লেখ্য যে ইতিমধ্যে পোহৰলৈ আহিছে যে ম’বাইল ফোনৰ পৰা আৰম্ভ কৰি বিমান তৈয়াৰলৈ ব্যৱহৃত ভূগর্ভস্থ বিৰল ধাতুৰ অফুৰন্ত ভাণ্ডাৰ অসম আৰু মিজোৰামত জমা আছে।

ADVERTISEMENT

দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এনে ধাতুৰ অন্বেষণ সম্প্ৰতি আৰম্ভ কৰিলে কেন্দ্ৰীয় চৰকাৰে।এই অন্বেষণৰ পথ মোকলোৱাৰ উদ্দেশ্যে কেন্দ্ৰই অনা খনি আৰু খনিজাত সামগ্রী (উন্নয়ন আৰু নিয়ন্ত্রণ) সংশোধনী বিধেয়ক, ২০২৫ ইতিমধ্যে সংসদে গৃহীত কৰিছে।

ইয়াৰ লগে লগে উত্তৰ-পূবত মহামূল্যবান ভূগর্ভস্থ বিৰল ধাতুৰ অন্বেষণৰ ক্ষেত্ৰত কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰে। এই কথা সদৰী কৰি কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্রী জি কিষণ ৰেড্ডীয়ে কয় যে দেশৰ খনিজাত সামগ্ৰী সুৰক্ষা শক্তিশালী কৰাৰ এক বহুল পদক্ষেপৰূপে অসম আৰু মিজোৰামত ভূগর্ভস্থ বিৰল ধাতুৰ অন্বেষণ আৰম্ভ কৰা হৈছে।

এই ধাতুসমূহ আহৰণৰ উদ্দেশ্যে ৰাজ্যকেইখনৰ চৰকাৰৰ স’তে কেন্দ্র আলোচনাত মিলিত হ’ব বুলিও মন্ত্রীজনে জনায়। মূলতঃ উত্তৰ-পূবৰ ক্ষেত্ৰত থকা সুকীয়া আইনী কাঠামোৰ বাবে এই খনিজ সামগ্ৰী আহৰণক লৈ ৰাজ্য চৰকাৰৰ স’তে আলোচনাৰ প্ৰয়োজন হৈছে বুলি মন্ত্ৰী ৰেড্ডীয়ে প্রকাশ কৰিছে।

এই সম্পৰ্কত তেওঁ আৰু কয়, ‘মিজোৰাম আৰু অসমত ভূগর্ভস্থ বিৰল ধাতুৰ অন্বেষণ চলি আছে। উত্তৰ-পূবত সুকীয়া আইন আছে। গতিকে আমি তেওঁলোক (ৰাজ্য চৰকাৰ) ৰ স’তে আলোচনা কৰিম আৰু তাৰ পাছত খননৰ লক্ষ্য ল’ম।’

মন্ত্রীজনে লগতে জনোৱা মতে, প্ৰথমবাৰৰ বাবে অৰুণাচল প্রদেশক কয়লা খণ্ডৰ নিলাম ব্যৱস্থাৰ আওতালৈ অনা হৈছে। বিস্তৃত নীতিগত দিশ উল্লেখ কৰি তেওঁ আঙুলিয়াই দিয়ে যে খনি আৰু খনিজাত সামগ্রী (উন্নয়ন আৰু নিয়ন্ত্রণ) সংশোধনী বিধেয়ক অনাটো হৈছে এই ক্ষেত্রত এটা আমূল সংস্কাৰমূলক পদক্ষেপ।

আগন্তুক দিনত গোটেই খনি আৰু খনিজাত সামগ্রী (উন্নয়ন আৰু নিয়ন্ত্রণ) আইন সংশোধন কৰা হ’ব বুলিও ৰেড্ডীয়ে সদৰী কৰে। তেওঁ কয়, ‘এই খনি আৰু খনিজাত বিধেয়ক হৈছে খনিৰ খনন খণ্ড বিশেষকৈ কয়লা আৰু ভূগর্ভস্থ বিৰল ধাতুৰ ক্ষেত্ৰত এটা ডাঙৰ সংস্কাৰ। আমি নিয়মীয়াভাৱে সংস্কাৰ আনিছো। অধিক সংস্কাৰৰ বাবে ছটা সংশোধনী অনা হ’ল। আগন্তুক দিনত আমি গোটেই খনি আৰু খনিজাত সামগ্রী আইন সংশোধন কৰিবলৈ কাম কৰি আছো। আগন্তুক দিনত বিক্রী নিকা হ’ব। ভূগর্ভস্থ বিৰল ধাতুসমূহ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু উন্নয়নৰ বাবে প্রয়োজন। এইসমূহ ম’বাইল ফোনৰ পৰা বিমান তৈয়াৰলৈকে ব্যৱহাৰ কৰা হয়। প্রতিটো খণ্ডতে এই ধাতুসমূহ ব্যৱহৃত হয়।’

দেশে আমদানিৰ ওপৰত সদায় নিৰ্ভৰ কৰিব নোৱাৰে বুলি উল্লেখ কৰি বিষয়টো সম্পৰ্কত মন্ত্ৰী ৰেড্ডীয়ে আৰু কয়,’এতিয়ালৈকে আমি বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰি আছো; কিন্তু বিভিন্ন দেশে এতিয়া প্রতিবন্ধকতাৰ সৃষ্টি কৰিবলৈ লৈছে। গতিকে আমি এই খণ্ডত আত্মনিৰ্ভৰতা অনাৰ চেষ্টা কৰি আছো।’

ইপিনে, ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ভূগর্ভস্থ বিৰল ধাতুৰ অন্বেষণৰ উদ্দেশ্যে বিগত পাঁচ বছৰত উত্তৰ-পূবত ১০৮ টা অন্বেষণ প্রকল্প হাতত লোৱা হয়। ইয়াৰে ২৩ টা প্রকল্প ২০২২-২৩তো সক্রিয় হৈ থাকে।

লক্ষ্যণীয়ভাৱে ২০২৪-২৫ৰ পৰা ভূতাত্ত্বিক জৰীপে দেশত ভূগর্ভস্থ বিৰল ধাতু অন্বেষণৰ উদ্দেশ্যে ১২শ প্ৰকল্পৰ ৰূপায়ণ কৰি আছে। এই প্রকল্পসমূহৰ কাম ২০৩০-৩১লৈ অব্যাহত থাকিব।

আনহাতে, কেন্দ্রীয় কেবিনেটে ৰাষ্ট্ৰীয় জৰুৰী খনিজাত সামগ্রী অভিযান (এনচিএমএম) ত অনুমোদন জনাইছে। ১৬,৩০০ কোটি টকা ব্যয়ৰে ২০৩০-৩১লৈ এই অভিযান চলি থাকিব। এই ক্ষেত্রত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (পিএছইউ) আৰু উদ্যোগ খণ্ডৰ পৰা ১৮ হেজাৰ কোটি টকাৰ বিনিয়োগ চৰকাৰে আশা কৰিছে।

খনিৰ খননকে ধৰি পুনৰ চক্ৰীকৰণকে ধৰি সম্পূর্ণ কামক এই অভিযানে সামৰি ল’ব। এই সম্পৰ্কত মন্ত্ৰী ৰেড্ডীয়ে কয় যে দেশৰ চাহিদা পূৰণৰ উদ্দেশ্যে ভূগর্ভস্থ বিৰল ধাতুৰ অন্বেষণৰ বাবে ব্যক্তিগত প্রতিষ্ঠানসমূহকো উৎসাহিত কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamMizoram
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d