Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চাৰি মন্ত্ৰী-বিধায়ক জড়িত বাবে স্তব্ধ হ’ল এছ আই কেলেংকাৰিৰ তদন্ত

publisher by publisher
November 17, 2020
in Assam, India, News
Reading Time: 1 min read
0
চাৰি মন্ত্ৰী-বিধায়ক জড়িত বাবে স্তব্ধ হ’ল এছ আই কেলেংকাৰিৰ তদন্ত
1
SHARES
10
VIEWS
ShareShareShareShare

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদৰ নিযুক্তি পৰীক্ষাত সংঘটিত বিয়োগম কেলেংকাৰিত ৰাজ্য চৰকাৰ চাৰি জনকৈ মন্ত্ৰী-বিধায়কৰ নাম সাঙুৰ খাই পৰাৰ পাছতে ইয়াৰ তদন্তই গেঠেলা মাৰিলে বুলি আজি সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছ । আজি দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ড° ভগীৰথ কৰণে এক সংবাদমেলত আৰক্ষী উপ-পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষা আজি কিয় ৰৈ গ’ল বুলি প্ৰশ্ন উত্থাপন কৰি চি আই ডিয়ে এই তদন্ত কৰিব নোৱাৰে বুলি কয় ।

ADVERTISEMENT

তেওঁ কয়, মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৈছিল কাকো এৰি দিয়া নহ’ব; কিন্তু প্ৰাঞ্জল বৰুৱা গৌতম মেচ প্ৰমুখ্যে কে’বাজনো অভিযুক্ত কিয় জেৰা কৰা নহ’ল ? তদন্ত কিয় ৰৈ গ’ল ? মন্ত্ৰী-বিধায়কৰ কথা আহিল আৰু ৰৈ গ’ল । এতিয়া কিয় কাকো ধৰা নাই । কোটি কোটি টকা পৰীক্ষাৰ্থীসকলৰ পৰা লৈছিল; কিন্তু উদ্ধাৰ কৰিব নোৱাৰিলে ।’ মন্ত্ৰী, বিধায়ক ডাঙৰ ডাঙৰ নেতাৰ নাম ওলোৱাৰ পাছতে এই তদন্ত বন্ধ হোৱা বুলি তেওঁ উল্লেখ কৰি এই তদন্ত এতিয়া মাজবাটতে স্তব্ধ হৈ পৰা বুলি কয় ।

RelatedPosts

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

Guwahati:ভোট গণনালৈ মাজত মাত্ৰ এটা দিন

কৰণে পুনৰ কয় যে চৰকাৰে কৈছিল পানী নসৰকা তদন্ত হ’ব । উচ্চৰ পৰা উচ্চতৰজনো সাৰি যাব নোৱাৰিব; কিন্তু চৰকাৰৰ আশ্বাস যে ভুৱা আছিল এতিয়া প্ৰমাণিত হোৱা বুলিও তেওঁ কয় । দ্বিবন, গৌতমহঁতক ভৱিষ্যতৰ কাৰণে চৰকাৰে পথ মুকলি কৰি ৰখা বুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে অভিযোগ উত্থাপন কৰি চৰকাৰে দিয়া আশ্বাস নিবনুৱাৰ স্বাৰ্থত আখৰে আখৰে পালন কৰা উচিত বুলি কয় ।

উল্লেখ্য যে দ্বিবন, প্ৰাঞ্জল, গৌতম, অক্ষয় এণ্ড কোম্পানীয়ে ঘুমটি দোকান খুলি খুলি এই ব্যৱসায় চলাই অহা বুলি উল্লেখ কৰি তেওঁ কয়, ‘এই ঘুমটিসমূহ সমূলঞ্চে তৎকালে উচ্ছেদ কৰাটো প্ৰয়োজন আছিল । পৰীক্ষাৰ্থীসকলে দিয়া টকাসমূহ উদ্ধাৰ কৰিব লাগিছিল ।’ কৰণে এইদৰে কয় । এই ঘটনাই আৰক্ষীৰ ভাৱমূৰ্তিত কালিমা সানিলে বুলি কংগ্ৰেছৰ উপ-সভাপতিজনে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ যদি দোষীক শাস্তি দিব নোৱাৰে, তেনেহ’লে তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষী যে তেনেই অক্ষম সেয়া ওলাই পৰিব বুলি কয় ।

তেওঁ এহেজাৰ কোটি টকাৰ চাকৰি বেচা-কিনা কৰা এই উদ্যোগ ধ্বংস কৰা, নিবনুৱাক মাধমাৰ শোধাোৱা সমগ্ৰ চক্ৰটো উৎখাত কৰি কঠোৰ শাস্তি বিহিবলৈ চৰকিৰক দাবী জনায় । উল্লেখ্য যে চাৰি বছৰে গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পোৱা ১,০০৪টা, জনসংযোগৰ ৮০ টা, আৰক্ষীত এহেজাৰ আৰু মীন বিভাগত নিযুক্তি পোৱা ৫০ টা পদত দ্বিবন, প্ৰাঞ্জল, গৌতম, অক্ষয় এণ্ড কোম্পানীয়ে লাখ লাখ টকাৰ বিনিময়ত নিযুক্তি দিয়া বুলি কংগ্ৰেছ নেতাজনে অভিযোগ কৰে ।

ইফালে সংস্কাৰ লাভ কৰা বুলি বিজেপিয়ে দাবী কৰা অসম লোকসেৱা আয়োগৰ প্ৰশ্নকাকত বিসংগতিৰ বিৰুদ্ধে সৰৱ হৈ কয়, ‘লোকসেৱা আয়োগৰ প্ৰশ্নকাকতত-উত্তৰ কোনে প্ৰস্তুত কৰে ? ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ নামী-দামী অধ্যাপক, প্ৰবক্তাসকলৰ দ্বাৰাই প্ৰস্তুত কৰা হয়; কিন্তু ইমান বিসংগতি কিয় ? অসামৰিক সেৱা পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰ (এনচাৰ কি)ৰ মাজত মিল নাই । শেহতীয়াকৈ চি ডি পি অ’ পৰীক্ষাত সমাজ কৰ্ম প্ৰশ্নকাকতত সমাজতত্ত্বৰ প্ৰশ্ন আহিছে । আয়োগেও এই ক্ষেত্ৰত নিজৰ ভুল স্বীকাৰ কৰিছে; কিন্তু এই প্ৰশ্নকাকত নাইবা উত্তৰ প্ৰস্তুত কৰা প্ৰবক্তা, অধ্যাপকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয় কিয়?’

উল্লেখ্য যে আয়োগৰ ঐখন প্ৰশ্নকাকত প্ৰস্তুত কৰোতে কে’বাটাও পৰ্যায় অতিক্ৰম কৰা হয় আৰু এয়া সৰু ভুল নহয় বুলি তেওঁ মন্তব্য কৰি এই বিষয়টো ক্ষমাহীন বুলি কয় । লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য কৰণে এই বিষয়ত প্ৰশ্নকাকত প্ৰস্তুত কৰা সকলক তদন্তৰ আওতালৈ আনি কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে ।

উল্লেখ্য যে অসম লোকসেৱা আয়োগে ২০১৮, ২০১৯ আৰু ২০২০ত অসামৰিক পৰীক্ষা অনুষ্ঠিত কৰা নাই । কাৰণ ২০১৮ত অনুষ্ঠিত পৰীক্ষাত ভুল উত্তৰ অহাৰ বাবেই বিষয়টো আদালতৰ অধীনত ওলমি আছে বুলি তেওঁ উল্লেখ কৰি ভুল উত্তৰ থকাৰ পাছতো ফলাফল ঘোষণা কৰা হৈছিল বুলি কয় । তেওঁ কয়, ‘যি সকল অধ্যাপক, প্ৰবক্তাই স্নাতক পৰ্যায়ৰ প্ৰশ্নৰ উত্তৰ কিতাপ চাই শুদ্ধকৈ লিখিব নোৱাৰে, তেন্তে সেইসকলে মহাবিদ্যালয়ত শিক্ষাৰ্থীক কি শিক্ষাদান কৰে ? এই সকলে শিক্ষাৰ্থীৰ মৰ খোৱা নাইনে ? কিয় এই অযোগ্য অধ্যাপক, প্ৰবক্তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয় ? যাৰ ফলত তেওঁলোকে বাৰে বাৰে ভল কৰিবলৈ সুবিধা লাভ কৰে ।’

উল্লেখ্য যে যোৱা তিনি বছৰে চৰকাৰে আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ ফলত ৰাজ্যত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰা বুলি কংগ্ৰেছ নেতাজন সৰৱ হৈ পৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCongressSI examination
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d