Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

    Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

    Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

    Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

    Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

    Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নগাঁৱৰ বাদলগাৱঁৰ  উদীয়মান চিত্ৰশিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ উৰনীয়া সেতুত অংকন কৰিলে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চিত্ৰ

publisher by publisher
November 21, 2020
in Assam, India, News
Reading Time: 1 min read
0
নগাঁৱৰ বাদলগাৱঁৰ  উদীয়মান চিত্ৰশিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ উৰনীয়া সেতুত অংকন কৰিলে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চিত্ৰ
5
SHARES
49
VIEWS
ShareShareShareShare

RelatedPosts

ভূত বাংলোত পৰিণত বৃটিছ আমোলতে নিৰ্মিত নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ চৰকাৰী আবাস গৃহ

বঢ়মপুৰ মাজপোটনিৰ  ছয় জন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

বটদ্ৰৱাৰ চালনাবড়িত দিন ডকাইতি

সাম্প্ৰতিক সময়ত চিত্ৰশিল্পই এক বিতৰ্কিত বিষয়ক লৈ বিশেষ চৰ্চা লাভ কৰিছে৷ শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছিল প্ৰতিবাদৰ ভাষা সন্নিবিষ্ট এখন বিশেষ চিত্ৰ আৰু যিখন চিত্ৰ পলকতে মচি দি আটক কৰা হৈছিল শিল্পীগৰাকীক৷ যাক লৈ সবত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাই নহয় একাংশ শিল্পীক নিৰাশ হোৱা পৰিলক্ষিত হৈছিল ৷ তেনে এক সময়তে প্ৰচাৰবিমুখ নগঞাঁ এগৰাকী উদীয়মান শিল্পীয়ে পুনৰ প্ৰমাণ কৰিলে শিল্পীৰ তুলিকা কাহানিও স্থৱিৰ নহয় ৷ ই নিৰৱ-নিস্তব্ধভাৱে আগুৱাই গৈয়ে থাকিব৷ এইগৰাকী নগঞাঁ প্ৰচাৰবিমুখ উদীয়মান শিল্পী নগাঁৱৰ ননৈ বাদল গাওঁৰ কুলদীপ শইকীয়া৷ অন্যান্য অভিভাৱকৰ দৰে কুলদীপৰ পিতৃ ৰঘূনাথ শইকীয়া আৰু মাতৃ দুলুমণি শইকীয়াৰো সপোন আছিল, পুত্ৰ সংস্থাপিত হওঁক আৰু জীৱন সংগ্ৰামৰ বাবে অৰ্থ উপাৰ্জন কৰক ৷
পিছে কুলদীপৰ শিল্পীসুলভ মনটোক পাৰ্থিৱ সুখে বান্ধিব নোৱাৰিলে৷ কেৱল পিতৃ-মাতৃৰ কথা ৰাখি অধ্যয়ন কৰাৰ সমান্তৰালভাৱে চলাই গ’ল চিত্ৰশিল্পৰ সাধনা৷ সময় বাগৰি গ’ল কুলদীপৰ শিল্পীসত্তা ক্ৰমাগতভাৱে পূৰ্ণতা পালে ৷ বিশিষ্টলোকসকলৰ উপৰিও নিজ পিতৃৰ ছৱি অংকন কৰি পিতৃৰ কৰ্মময় জীৱনৰ অৱসৰৰ দিনা উপহাৰ দিলে ৷ সেইদিনাৰ পৰাই যেন বহিঃপ্ৰকাশ ঘটিল কুলদীপৰ শিল্পীসত্তাৰ ৷
ছৱি আঁকি ধন সংগ্ৰহ কৰি বানপীড়িতক সহায় কৰিবলৈও সক্ষম হ’ল কুলদীপ৷ প্ৰথমাৱস্থাত যদিও কুলদীপে ঘৰৰ পৰা চিত্ৰৰ ক্ষেত্ৰত সহযোগ পোৱা নাছিল কিন্তু বৰ্তমান কুলদীপৰ সৃষ্টিত আনন্দিত পিতৃ-মাতৃ,বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সকলো ৷ কুলদীপ সদায় আশাবাদী,নিজৰ খোজ সময়ৰ বালিত থৈ যোৱাৰ৷ অন্যান্য প্ৰয়াসৰ দৰে নিজ গাৱঁৰ নাম প্ৰচাৰ-প্ৰসাৰৰ বাবে অংকন কৰিলে “মই এটি যাযাবৰ” শীৰ্ষক এখন চিত্ৰ আৰু লিখিলে WELLCOME TO BADALGAON.
চাৰিলেনযুক্ত ৩৬ নম্বৰ  ৰাষ্ট্ৰীয় ঘাইপথৰ উৰনীয়া সেতুৰ দেৱালত অংকন কৰা এই চিত্ৰখনৰ উদ্দেশ্য কেৱল গাৱঁখনৰ প্ৰচাৰ-প্ৰসাৰেই নহয়, গ্ৰাম্যজীৱনৰ সাধাৰণ লোকসকলেও যাতে ক্ষন্তেকৰ বাবে ছবিখন চাই সুধাকন্ঠ, ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাক স্মৰণ কৰিব পাৰে, তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ’ব পাৰে,এবাৰ হাঁহি মাৰি আনন্দ উপভোগ কৰিব পাৰে তাৰ চেষ্টা কৰিছে কুলদীপে৷ সেয়ে এখন বিলাসী গাড়ীৰ সৈতে সাধাৰণ লোকে কল্পনা কৰাৰ বিপৰীতে কুলদীপে সুধাকণ্ঠক কল্পনা কৰিলে এখন চাইকেলেৰে বাদল গাৱঁৰ মাজেৰে গীত গাই যোৱাৰ৷ বহু শব্দাৰ্থ প্ৰকাশ কৰা ছৱিখনৰ সকলোৱে শলাগ লৈছে৷
প্ৰধানকৈ কাৰ্টুন স্কেচ্ছ কৰা শিল্পী কুলদীপে ইতিমধ্যে বহু বেতুপাট অংকনো কৰিছে৷ কাৰ্টুনবোৰেও বহু অৰ্থবহ ইংগিত প্ৰকাশ কৰাকৈ সাজু কৰি ৰাখিছে কুলদীপে৷ পিছে নাই কোনো ব্যৱস্থা প্ৰচাৰ-প্ৰসাৰৰ৷ অৱশ্যে কুলদীপো কাৰোৰে প্ৰতি আশাবাদী নহয়৷ কিয়নো কুলদীপে অসম্ভৱৰ মাজতেই সম্ভৱ দেখা পোৱাত আত্মবিশ্বাসী৷ অৱশ্যে শিল্পীৰ মনৰ ভাৱ নুবুজা, তুলিকাৰ ভাষাক বাকৰুদ্ধ কৰা এক দুঃসময়ত কুলদীপৰ দৰে শিল্পীসকলে সকলোৰে সহাৰি বিচৰাতো মৰুভূমিত পানী বিচৰা সদৃশ৷  এখন গ্ৰাম্যজীৱনৰ ছৱি অংকন কৰি নিজ প্ৰতিভাৰে গাৱঁখনক বিশ্বত চিনাকি কৰিব খোজা এইসকল শিল্পীৰ শিল্পকৰ্মক স্বীকৃতি দিবনে চৰকাৰে?
ADVERTISEMENT

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: nagaon assamrising artist
publisher

publisher

Related Posts

Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ
News

May 13, 2025
Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই
News

Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

May 13, 2025
Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ
News

Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

May 13, 2025
Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
News

Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

May 13, 2025
Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
News

Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
News

Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

May 13, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d