Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নগাঁৱৰ বাদলগাৱঁৰ  উদীয়মান চিত্ৰশিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ উৰনীয়া সেতুত অংকন কৰিলে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চিত্ৰ

publisher by publisher
November 21, 2020
in Assam, India, News
Reading Time: 1 min read
0
নগাঁৱৰ বাদলগাৱঁৰ  উদীয়মান চিত্ৰশিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ উৰনীয়া সেতুত অংকন কৰিলে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চিত্ৰ
5
SHARES
52
VIEWS
ShareShareShareShare

RelatedPosts

ভূত বাংলোত পৰিণত বৃটিছ আমোলতে নিৰ্মিত নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ চৰকাৰী আবাস গৃহ

বঢ়মপুৰ মাজপোটনিৰ  ছয় জন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

বটদ্ৰৱাৰ চালনাবড়িত দিন ডকাইতি

সাম্প্ৰতিক সময়ত চিত্ৰশিল্পই এক বিতৰ্কিত বিষয়ক লৈ বিশেষ চৰ্চা লাভ কৰিছে৷ শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছিল প্ৰতিবাদৰ ভাষা সন্নিবিষ্ট এখন বিশেষ চিত্ৰ আৰু যিখন চিত্ৰ পলকতে মচি দি আটক কৰা হৈছিল শিল্পীগৰাকীক৷ যাক লৈ সবত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাই নহয় একাংশ শিল্পীক নিৰাশ হোৱা পৰিলক্ষিত হৈছিল ৷ তেনে এক সময়তে প্ৰচাৰবিমুখ নগঞাঁ এগৰাকী উদীয়মান শিল্পীয়ে পুনৰ প্ৰমাণ কৰিলে শিল্পীৰ তুলিকা কাহানিও স্থৱিৰ নহয় ৷ ই নিৰৱ-নিস্তব্ধভাৱে আগুৱাই গৈয়ে থাকিব৷ এইগৰাকী নগঞাঁ প্ৰচাৰবিমুখ উদীয়মান শিল্পী নগাঁৱৰ ননৈ বাদল গাওঁৰ কুলদীপ শইকীয়া৷ অন্যান্য অভিভাৱকৰ দৰে কুলদীপৰ পিতৃ ৰঘূনাথ শইকীয়া আৰু মাতৃ দুলুমণি শইকীয়াৰো সপোন আছিল, পুত্ৰ সংস্থাপিত হওঁক আৰু জীৱন সংগ্ৰামৰ বাবে অৰ্থ উপাৰ্জন কৰক ৷
পিছে কুলদীপৰ শিল্পীসুলভ মনটোক পাৰ্থিৱ সুখে বান্ধিব নোৱাৰিলে৷ কেৱল পিতৃ-মাতৃৰ কথা ৰাখি অধ্যয়ন কৰাৰ সমান্তৰালভাৱে চলাই গ’ল চিত্ৰশিল্পৰ সাধনা৷ সময় বাগৰি গ’ল কুলদীপৰ শিল্পীসত্তা ক্ৰমাগতভাৱে পূৰ্ণতা পালে ৷ বিশিষ্টলোকসকলৰ উপৰিও নিজ পিতৃৰ ছৱি অংকন কৰি পিতৃৰ কৰ্মময় জীৱনৰ অৱসৰৰ দিনা উপহাৰ দিলে ৷ সেইদিনাৰ পৰাই যেন বহিঃপ্ৰকাশ ঘটিল কুলদীপৰ শিল্পীসত্তাৰ ৷
ছৱি আঁকি ধন সংগ্ৰহ কৰি বানপীড়িতক সহায় কৰিবলৈও সক্ষম হ’ল কুলদীপ৷ প্ৰথমাৱস্থাত যদিও কুলদীপে ঘৰৰ পৰা চিত্ৰৰ ক্ষেত্ৰত সহযোগ পোৱা নাছিল কিন্তু বৰ্তমান কুলদীপৰ সৃষ্টিত আনন্দিত পিতৃ-মাতৃ,বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সকলো ৷ কুলদীপ সদায় আশাবাদী,নিজৰ খোজ সময়ৰ বালিত থৈ যোৱাৰ৷ অন্যান্য প্ৰয়াসৰ দৰে নিজ গাৱঁৰ নাম প্ৰচাৰ-প্ৰসাৰৰ বাবে অংকন কৰিলে “মই এটি যাযাবৰ” শীৰ্ষক এখন চিত্ৰ আৰু লিখিলে WELLCOME TO BADALGAON.
চাৰিলেনযুক্ত ৩৬ নম্বৰ  ৰাষ্ট্ৰীয় ঘাইপথৰ উৰনীয়া সেতুৰ দেৱালত অংকন কৰা এই চিত্ৰখনৰ উদ্দেশ্য কেৱল গাৱঁখনৰ প্ৰচাৰ-প্ৰসাৰেই নহয়, গ্ৰাম্যজীৱনৰ সাধাৰণ লোকসকলেও যাতে ক্ষন্তেকৰ বাবে ছবিখন চাই সুধাকন্ঠ, ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাক স্মৰণ কৰিব পাৰে, তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ’ব পাৰে,এবাৰ হাঁহি মাৰি আনন্দ উপভোগ কৰিব পাৰে তাৰ চেষ্টা কৰিছে কুলদীপে৷ সেয়ে এখন বিলাসী গাড়ীৰ সৈতে সাধাৰণ লোকে কল্পনা কৰাৰ বিপৰীতে কুলদীপে সুধাকণ্ঠক কল্পনা কৰিলে এখন চাইকেলেৰে বাদল গাৱঁৰ মাজেৰে গীত গাই যোৱাৰ৷ বহু শব্দাৰ্থ প্ৰকাশ কৰা ছৱিখনৰ সকলোৱে শলাগ লৈছে৷
প্ৰধানকৈ কাৰ্টুন স্কেচ্ছ কৰা শিল্পী কুলদীপে ইতিমধ্যে বহু বেতুপাট অংকনো কৰিছে৷ কাৰ্টুনবোৰেও বহু অৰ্থবহ ইংগিত প্ৰকাশ কৰাকৈ সাজু কৰি ৰাখিছে কুলদীপে৷ পিছে নাই কোনো ব্যৱস্থা প্ৰচাৰ-প্ৰসাৰৰ৷ অৱশ্যে কুলদীপো কাৰোৰে প্ৰতি আশাবাদী নহয়৷ কিয়নো কুলদীপে অসম্ভৱৰ মাজতেই সম্ভৱ দেখা পোৱাত আত্মবিশ্বাসী৷ অৱশ্যে শিল্পীৰ মনৰ ভাৱ নুবুজা, তুলিকাৰ ভাষাক বাকৰুদ্ধ কৰা এক দুঃসময়ত কুলদীপৰ দৰে শিল্পীসকলে সকলোৰে সহাৰি বিচৰাতো মৰুভূমিত পানী বিচৰা সদৃশ৷  এখন গ্ৰাম্যজীৱনৰ ছৱি অংকন কৰি নিজ প্ৰতিভাৰে গাৱঁখনক বিশ্বত চিনাকি কৰিব খোজা এইসকল শিল্পীৰ শিল্পকৰ্মক স্বীকৃতি দিবনে চৰকাৰে?
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: nagaon assamrising artist
publisher

publisher

Related Posts

দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব
India

September 9, 2026
লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ
International

লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

September 9, 2026
মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব
India

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

September 9, 2026
Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ
Assam

Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

September 9, 2026
Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে
Assam

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

September 9, 2026
Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান
Assam

Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d