Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

ভূত বাংলোত পৰিণত বৃটিছ আমোলতে নিৰ্মিত নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ চৰকাৰী আবাস গৃহ

ছাণি ধৰিছে অটব্য হাবি জংঘলে

publisher by publisher
June 22, 2021
in Uncategorized
Reading Time: 1 min read
0
ভূত বাংলোত পৰিণত বৃটিছ আমোলতে নিৰ্মিত নগাঁৱৰ  যুটীয়া স্বাস্থ্য সঞ্চালকৰ চৰকাৰী আবাস গৃহ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

                          চৌহদতে ৰ’দে-বৰষুণে পচিছে কেইবাখনো বাহন

ADVERTISEMENT

ইতিহাস প্ৰসিদ্ধ পৌৰাণিক সম্বল,কৃৰ্তিচিহ্ন,সম্পদ সমূহক সংৰক্ষণ কৰাৰ দায়িত্ব চৰকাৰৰ। কিন্তু নগাঁৱৰ বহু ইতিহাস প্ৰসিদ্ধ সম্বল, প্ৰাচীন কৃৰ্তিচিহ্ন,সম্পদ চৰকাৰৰ অৱহেলাত জহি খহি যাবলৈ ধৰা পৰিলক্ষিত হৈছে। চৰকাৰী অৱহেলাত হাবি জংঘলৰ মাজত জহি খহি যাবলৈ ধৰা তেনে এটি প্ৰচীন সম্পদ হৈছে ১৬৭বছৰ পুৰণা নগাঁও চিভিল ছাৰ্জন (বৰ্তমানৰ নগাঁৱৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক)ৰ চৰকাৰী আৱাসগৃহটো। নগাঁও চহৰৰ কলঙৰ পাৰত বৃটিছ চৰকাৰৰ আমোলতে বিগত ১৮৫৪চনতে অতি আটকধুনীয়া নিৰ্মাণ কৰা হৈছিল তেতিয়াৰ নগাঁৱৰ চিভিল ছাৰ্জনৰ চৰকাৰী আৱাসগৃহটো।চহৰ খনৰ মাজমজিয়াতে এক বৃহৎ এলেকাত চাংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা চিভিল ছাৰ্জনৰ চৰকাৰী আৱাসগৃহটোত কেইবাটাও আহল বহল কোঠা, সংযুক্ত ৰান্ধনী গৃহ,শৌচাগাৰ আদিৰ লগতে ঘৰৰ চৌদিশে বেলকনিৰ ব্যৱস্থা আছিল। তাৰোপৰি সেই চৰকাৰী আৱাসগৃহটোৰ সন্মুখত এখন বিশাল বাগিচাও আছিল। স্মৰ্তব্য যে, বৃটিছ চৰকাৰৰ আমোলত চিভিল ছাৰ্জনৰ পদটোৰ মৰ্যদা উপায়ুক্তৰ পাছতেই আছিল। জানিব পৰা মতে,সেই সময়ত কিবা কাৰণত জিলা উপায়ুক্ত ছুটীত যাব লগীয়া হ’লে তেঁও জিলা খনৰ প্ৰশাসনিক দায়িত্বভাৰ চিভিল ছাৰ্জনৰ হাতত অৰ্পন কৰি থৈ গৈছিল। পৰৱৰ্তী সময়ত চিভিল ছাৰ্জনৰ পদটো জিলা স্বাস্থ্য বিষয়া আৰু পাছলৈ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কৰা হয়। স্বাধীনতাৰ পাছতো জিলা স্বাস্থ্য বিষয়া সকল কিম্বা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক সকলে এই চৰকাৰী বাংলোটোতে আছিল।আনকি ২০০০বৰ্ষৰ আগলৈকে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক জনে এই বাংলোটোকেই নিজা চৰকাৰী আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰিছিল।এই বাংলোটোক চৰকাৰী আৱাসগৃহ ৰূপে ব্যৱহাৰ কৰা অন্তিমজন নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আছিল ডাঃ আনন্দৰাম বৰুৱা।২০০০চনৰ পাছৰ পৰা নগাঁও জিলাৰ কোনো এজন যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকেই এই ইতিহাস প্ৰসিদ্ধ বাংলোটোক চৰকাৰী আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰা নাই।সকলোৱে নিজা গৃহ অথবা চহৰৰ ভাড়া ঘততহে থকা পৰিলক্ষিত হৈছে।
ইপিনে,২০০১-২০০২চনতে এই পৰিত্যক্ত বাংলোটোত নগাঁও জিলাৰ বাবে এক বিশেষ আঁচনিৰ অধীনত আবন্টিত লাখ লাখ আঠুৱা মজুত কৰি ৰখা হয়। ইউৰোপিয়ান কমিছনৰ অধীণত জিলা খনৰ দৰিদ্ৰ হিতাধিকাৰীৰ মাজত স্বাস্থ্য বিভাগৰ জৰিয়তে বিতৰণৰ বাবে অহা এই আঁঠুৱা সমূহ এক গোচৰৰ পৰিপ্ৰেক্ষিতত বিতৰণ কৰিব নোৱাৰি বছৰ বছৰ ধৰি বাংলোটোতে দ’ম কৰি থোৱাত পৰৱৰ্তী সময়ত এন্দুৰ-নিগনীয়ে কুটি শেষ কৰে।১৬৭বছৰ গৰকা প্ৰাচীন বাংলোটো বিগত ২০০১ চনৰ পৰা আজি পৰ্যন্ত সম্পূৰ্ণ পৰিত্যক্ত অৱস্থাত গৰাকী বিহীন সম্পত্তিৰ দৰে থকাত জহি খহি উৱলি গৈছে। তাৰোপৰি বাংলোটোক ছাণি ধৰিছে অটব্য হাবি জংঘলে। সমগ্ৰ চৌহদটো এতিয়া বিভিন্ন সৰীসৃপৰ আৱাসস্থলীলৈ পৰ্যৱসিত হৈছে।
ইপিনে, এই বাংলোটোৰ চৌহদত নগাঁও জিলা স্বাস্থ্য বিভাগৰ বহু কেইখন গাড়ী, এম্বুলেন্স অচল অৱস্থাত পৰি আছে । বছৰ বছৰ ধৰি এই যানবাহন সমূহ মুকলি আকাশৰ তলতেই ৰ’দে বৰষুণে পৰি থকাৰ ফলত এই গাড়ী সমূহৰ একাংশ জহি খহি উৱলি যোৱা পৰিলক্ষিত হৈছে। একাংশ যানবাহনক বনৰীয়া গছ লতাই ছাণি ধৰিছে।
সুদীৰ্ঘ বছৰ ধৰি অচল হৈ পৰি থকা এই গাড়ী সমূহ আজিলৈকে মেৰামতি অথবা অক্সনৰো ব্যবস্থা কৰা হোৱা নাই । এতিয়া ভূতবাংলোত পৰিণত হোৱা এই পৰিত্যক্ত বাংলোটোৰ সংলগ্ন এটা সৰু ঘৰত এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছে । যি এই ভূত বাংলো (?)টোৰ ৰখীয়া হৈ আছে।বিগত কেইটামান বছৰৰ পৰা এই পৰিত্যক্ত আবাস গৃহটোত স্বাস্থ্য বিভাগে কেতবোৰ সামগ্ৰী জমা কৰি ৰাখিছে । এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত থকা ইতিহাস প্ৰসিদ্ধ বাংলোটো মেৰামতি কৰি ইয়াৰ সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নগাঁৱৰ ৰাইজে চৰকাৰক আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamNagaonnagaon assam
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d