Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

    ‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

    Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

    এডভান্টেজ কাৰ ?

    এডভান্টেজ কাৰ ?

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা

publisher by publisher
November 23, 2020
in Assam, India, News
Reading Time: 1 min read
0
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা
6
SHARES
64
VIEWS
ShareShareShareShare

১৯৩৪ৰ ১১ অক্টোবৰত অবিভক্ত শিৱসাগৰ জিলা তথা বর্তমানৰ যােৰহাটৰ ৰঙাজান চাহ বাগিচাৰ এটা তাই আহােম পৰিয়ালত তৰুণ গগৈৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ডাঃ কমলেশ্বৰ গগৈ বাগিচাখনৰ চিকিৎসক আছিল। তেওঁৰ মাতৃ আছিল উষা গগৈ। পাপৰি কবি গণেশ গগৈৰ জ্যেষ্ঠ ভগ্নী আছিল উষা গগৈ।পৰিয়ালৰ লােকে মৰমতে পােনাকণ বুলি মতা গগৈৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ২৬ নম্বৰ ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত। ইয়াৰ পাছত তেওঁ চতুর্থ শ্রেণীলৈ অধ্যয়ন কৰিছিল যােৰহাট মাদ্ৰাছা স্কুলত। তাৰ পাছত।ষষ্ঠ শ্রেণীত অধ্যয়ন কৰিছিল বাদুলীপাৰ চাহ বাগিচাৰ সমীপৰ গােলাগুৰি হাইস্কুলত। ১৯৪৯ত যােৰহাট চৰকাৰী হাইস্কুলত নামভর্তি কৰি ইয়াৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীর্ণ হয়। তেওঁ উচ্চতৰ মাধ্যমিক আৰু স্নাতক পাঠ্যক্রম অধ্যয়ন কৰে যােৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত।

ADVERTISEMENT

স্নাতক ডিগ্রী গ্ৰহণৰ পাছত গগৈয়ে আইনৰ শিক্ষা গ্রহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক হয়। ১৯৭২ ৩০ জুলাইত ডলী গগৈৰ লগত তৰুণ গগৈ বিবাহপাশত আবদ্ধ হয় তেওঁৰ পুত্ৰ গৌৰৱ গগৈ কলিয়াবৰৰ লােকসভা সমষ্টিৰ সাংসদ । আনহাতে, কন্যা চন্দ্রীমা গগৈ এম বি এ ডিগ্রীধাৰী। ছাত্ৰাৱস্থাৰ পৰাই দেশ তথা সমাজৰ সেৱাত জড়িত আছিল তৰুণ গগৈ। তেওঁ প্ৰথম মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বিধায়ক হৈছিল । ভাৰতৰ স্বাধীনতা আন্দোলনে তেওঁক এই ক্ষেত্ৰত উদ্বুদ্ধ কৰিছিল। সেই সূত্রে তেওঁ কংগ্ৰেছৰ লগত জড়িত হৈ পৰিছিল। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ এজন তৃণমূল পর্যায়ৰ কৰ্মীৰ পৰা গৈ পাছলৈ মুখ্যমন্ত্ৰী আৰু কেন্দ্রীয় মন্ত্রী হােৱা গগৈৰ ৰাজনৈতিক জীৱন যথেষ্ট বর্ণিল।

RelatedPosts

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

তেওঁ প্ৰথমে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বিধায়ক হৈছিল । ব্লক কংগ্ৰেছ কমিটীৰ এজন সাধাৰণ সদস্যৰ পৰা আগবাঢ়ি গৈ ১০জনক নেতৃত্ব দিব পৰা দক্ষতাৰ বাবে গগৈৰ ৰাজনৈতিক জীৱন বহুতৰ বাবে প্রেৰণাদায়ক। কংগ্ৰেছৰ মজিয়াৰ পৰা সক্রিয় সামাজিক জীৱনক অধিক গতি দিয়া গগৈ ১৯৬৮ত যােৰহাট পৌৰসভাৰ সদস্য নির্বাচিত হৈছিল। ১৯৭১ত তেওঁ অৱতীৰ্ণ হৈছিল লােকসভা নির্বাচনত। যােৰহাট সংসদীয় সমষ্টিৰ পৰা তেওঁ পঞ্চম লােকসভালৈ সাংসদ নির্বাচিত হৈছিল। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় ৰাজনীতিত গগৈৰ যি প্ৰভাৱ গঢ়ি উঠিছিল তাৰ টার্ণিং পইন্ট আছিল তেওঁ প্ৰথম সাংসদ নির্বাচিত হােৱাটো। কাৰণ দিল্লীলৈ যােৱাৰ লগে লগে তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৰাষ্ট্ৰীয় নেতাসকলক ঘনিষ্ঠভাৱে পাবলৈ ধৰে। ৰাজনৈতিক দক্ষতাৰ বাবে অতি কম দিনৰ ভিতৰত তেওঁ কংগ্ৰেছ হাইকমাণ্ডৰ প্রিয়পাত্র হৈ পৰে।

বিশেষকৈ গান্ধী পৰিয়ালৰ লগত তেওঁৰ সম্পর্ক তেতিয়াৰে পৰা নিকট হয়। উল্লেখ্য যে তৰুণ গগৈয়ে যােৰহাট আৰু কলিয়াবৰ সমষ্টিৰ পৰা সংসদত ছবাৰ প্রতিনিধিত্ব কৰে। ১৯৭১ পৰা ১৯৮৫ লৈ তেওঁ যােৰহাটৰ পৰা সাংসদ নির্বাচিত হয়। ইয়াৰ পাছত তেওঁ সমষ্টি সলনি কৰে।পৰৱর্তী সময়ত কলিয়াবৰৰ পৰা নির্বাচিত হৈ সংসদলৈ যায়। ১৯৯৮ৰ দ্বাদশ লােকসভা আৰু ১৯৯৯ৰ এয়ােদশ লােকসভালৈ তেওঁ সাংসদ নির্বাচিত হৈছিল। ইয়াৰ মাজতে ১৯৯৩ৰ পৰা ১৯৯৫লৈ আৰু ১৯৯৭। পৰা। ১৯৯৮লৈ তেওঁ অসম বিধানসভাৰৰ সদস্য নির্বাচিত হয়। ১৯৯১ৰ পৰা ১৯৯৬ লৈ পি ভি নৰসিংহ ৰাও মন্ত্রীসভাত খাদ্য আৰু খাদ্য সংসাধন উদ্যোগ বিভাগৰ কেবিনেট মন্ত্ৰীৰূপে কার্যনির্বাহ কৰিছিল।সংসদীয় ৰাজনীতিৰ সমান্তৰালকৈ গগৈয়ে কংগ্ৰেছৰ সাংগঠনিক নেতৃত্ব বহন কৰিছিল।

তেওঁ ১৯৭৬ত নিখিল ভাৰত কংগ্ৰেছ কমিটী (এ আই চি চি) ৰ যুটীয়া সম্পাদক নির্বাচিত হয়। ১৯৮৫ৰ পৰা ১৯৯০লৈ তেওঁ এ আই চি চিৰ সাধাৰণ সম্পাদকো আছিল। ৰাষ্ট্ৰীয় স্তৰৰ সাংগঠনিক কাম-কাজত দক্ষতা প্রদর্শন কৰা গগৈ অসম প্রদেশ কংগ্ৰেছ কমিটী (এ পি চি চি)ৰ ১৯৮৬ৰ পৰা ১৯৯০লৈ সভাপতি হয়। উল্লেখ্য যে তেওঁ সভাপতি নির্বাচিত হােৱাৰ আগমুহূৰ্তলৈ অসম আন্দোলনে সমগ্ৰ ৰাজ্য অস্থিৰ কৰি ৰাখিছিল। কংগ্ৰেছৰ সংগঠন আন্দোলনৰ প্রকোপত থানবান হৈ গৈছিল। তেনে এক জটিল সময়তাে কংগ্ৰেছক অসমত ধৰি ৰখাৰ গুৰি বঠা ধৰিছিল গগৈয়ে। ফলতে ১৯৮৬ত তেওঁক সভাপতিৰ দায়িত্ব ন্যস্ত কৰা হয়। দলক পুনৰ গঠন কৰাৰ অহােপুৰুষাৰ্থ কৰিছিল গগৈয়ে।

তেওঁৰ সাংগঠনিক দক্ষতাৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বই ১৯৯৬তাে সভাপতিৰ দায়িত্ব অর্পণ কৰে। সভাপতিৰ দ্বিতীয়টো কার্যকালত গগৈয়ে অসমত কংগ্ৰেছক যি শক্তিশালী ৰূপত নেতৃত্ব দিছিল তাৰ ফলত ২০০১ত তদানীন্তন অসম গণ পৰিষদ চৰকাৰক ওফৰাই ৰাজ্যত পুনৰ কংগ্ৰেছৰ শাসন হয়। সেই বাবেই গগৈক দলে মুখ্যমন্ত্ৰীৰূপে নির্বাচিত কৰে। তিতাবৰ সমষ্টিক গগৈয়ে বিধানসভাত প্রতিনিধিত্ব কৰিছিল। সুদীর্ঘ ১৫ বছৰ অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে গগৈয়ে মুখ্যমন্ত্ৰীৰূপে চৰকাৰক নেতৃত্ব দিয়ে। ভাঙি পৰা অর্থনৈতিক, আইন শৃংখলা পৰিস্থিতিৰ মাজতে গগৈয়ে অসমৰ নেতৃত্ব লয়। তেওঁৰ নেতৃত্বত ৰাজ্যলৈ পুনৰ গতিশীলতা আহে।

গগৈ কেন্দ্রীয় চৰকাৰৰ বহু সমিতিৰ সদস্য আছিল। ১৯৯৮ পৰা ১৯৯৯লৈ তেওঁ চৰকাৰী আশ্বাস সমিতিৰ সদস্য আছিল। ১৯৯৮-১৯৯৯ত তেওঁ আছিল বৈদেশিক পৰিক্ৰমা সমিতিৰ সদস্য। এই সময়ছােৱাতে তেওঁ পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রণালয়ৰ পৰামর্শ দাতা কমিটীৰ সদস্য আছিল ১৯৯৯-২০০০ৰ তেওঁ ৰেলৱে কমিটীৰ সদস্য আছিল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assamlate CM tarun gogoi
publisher

publisher

Related Posts

India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা
India

May 12, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

May 12, 2025
‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?
India

‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

May 12, 2025
Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট
News

Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

May 12, 2025
এডভান্টেজ কাৰ ?
News

এডভান্টেজ কাৰ ?

May 12, 2025
শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d