Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

    Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

    Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

    Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা

publisher by publisher
November 23, 2020
in Assam, India, News
Reading Time: 1 min read
0
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা
7
SHARES
68
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

১৯৩৪ৰ ১১ অক্টোবৰত অবিভক্ত শিৱসাগৰ জিলা তথা বর্তমানৰ যােৰহাটৰ ৰঙাজান চাহ বাগিচাৰ এটা তাই আহােম পৰিয়ালত তৰুণ গগৈৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ডাঃ কমলেশ্বৰ গগৈ বাগিচাখনৰ চিকিৎসক আছিল। তেওঁৰ মাতৃ আছিল উষা গগৈ। পাপৰি কবি গণেশ গগৈৰ জ্যেষ্ঠ ভগ্নী আছিল উষা গগৈ।পৰিয়ালৰ লােকে মৰমতে পােনাকণ বুলি মতা গগৈৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ২৬ নম্বৰ ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত। ইয়াৰ পাছত তেওঁ চতুর্থ শ্রেণীলৈ অধ্যয়ন কৰিছিল যােৰহাট মাদ্ৰাছা স্কুলত। তাৰ পাছত।ষষ্ঠ শ্রেণীত অধ্যয়ন কৰিছিল বাদুলীপাৰ চাহ বাগিচাৰ সমীপৰ গােলাগুৰি হাইস্কুলত। ১৯৪৯ত যােৰহাট চৰকাৰী হাইস্কুলত নামভর্তি কৰি ইয়াৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীর্ণ হয়। তেওঁ উচ্চতৰ মাধ্যমিক আৰু স্নাতক পাঠ্যক্রম অধ্যয়ন কৰে যােৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত।

ADVERTISEMENT

স্নাতক ডিগ্রী গ্ৰহণৰ পাছত গগৈয়ে আইনৰ শিক্ষা গ্রহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক হয়। ১৯৭২ ৩০ জুলাইত ডলী গগৈৰ লগত তৰুণ গগৈ বিবাহপাশত আবদ্ধ হয় তেওঁৰ পুত্ৰ গৌৰৱ গগৈ কলিয়াবৰৰ লােকসভা সমষ্টিৰ সাংসদ । আনহাতে, কন্যা চন্দ্রীমা গগৈ এম বি এ ডিগ্রীধাৰী। ছাত্ৰাৱস্থাৰ পৰাই দেশ তথা সমাজৰ সেৱাত জড়িত আছিল তৰুণ গগৈ। তেওঁ প্ৰথম মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বিধায়ক হৈছিল । ভাৰতৰ স্বাধীনতা আন্দোলনে তেওঁক এই ক্ষেত্ৰত উদ্বুদ্ধ কৰিছিল। সেই সূত্রে তেওঁ কংগ্ৰেছৰ লগত জড়িত হৈ পৰিছিল। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ এজন তৃণমূল পর্যায়ৰ কৰ্মীৰ পৰা গৈ পাছলৈ মুখ্যমন্ত্ৰী আৰু কেন্দ্রীয় মন্ত্রী হােৱা গগৈৰ ৰাজনৈতিক জীৱন যথেষ্ট বর্ণিল।

তেওঁ প্ৰথমে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বিধায়ক হৈছিল । ব্লক কংগ্ৰেছ কমিটীৰ এজন সাধাৰণ সদস্যৰ পৰা আগবাঢ়ি গৈ ১০জনক নেতৃত্ব দিব পৰা দক্ষতাৰ বাবে গগৈৰ ৰাজনৈতিক জীৱন বহুতৰ বাবে প্রেৰণাদায়ক। কংগ্ৰেছৰ মজিয়াৰ পৰা সক্রিয় সামাজিক জীৱনক অধিক গতি দিয়া গগৈ ১৯৬৮ত যােৰহাট পৌৰসভাৰ সদস্য নির্বাচিত হৈছিল। ১৯৭১ত তেওঁ অৱতীৰ্ণ হৈছিল লােকসভা নির্বাচনত। যােৰহাট সংসদীয় সমষ্টিৰ পৰা তেওঁ পঞ্চম লােকসভালৈ সাংসদ নির্বাচিত হৈছিল। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় ৰাজনীতিত গগৈৰ যি প্ৰভাৱ গঢ়ি উঠিছিল তাৰ টার্ণিং পইন্ট আছিল তেওঁ প্ৰথম সাংসদ নির্বাচিত হােৱাটো। কাৰণ দিল্লীলৈ যােৱাৰ লগে লগে তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৰাষ্ট্ৰীয় নেতাসকলক ঘনিষ্ঠভাৱে পাবলৈ ধৰে। ৰাজনৈতিক দক্ষতাৰ বাবে অতি কম দিনৰ ভিতৰত তেওঁ কংগ্ৰেছ হাইকমাণ্ডৰ প্রিয়পাত্র হৈ পৰে।

বিশেষকৈ গান্ধী পৰিয়ালৰ লগত তেওঁৰ সম্পর্ক তেতিয়াৰে পৰা নিকট হয়। উল্লেখ্য যে তৰুণ গগৈয়ে যােৰহাট আৰু কলিয়াবৰ সমষ্টিৰ পৰা সংসদত ছবাৰ প্রতিনিধিত্ব কৰে। ১৯৭১ পৰা ১৯৮৫ লৈ তেওঁ যােৰহাটৰ পৰা সাংসদ নির্বাচিত হয়। ইয়াৰ পাছত তেওঁ সমষ্টি সলনি কৰে।পৰৱর্তী সময়ত কলিয়াবৰৰ পৰা নির্বাচিত হৈ সংসদলৈ যায়। ১৯৯৮ৰ দ্বাদশ লােকসভা আৰু ১৯৯৯ৰ এয়ােদশ লােকসভালৈ তেওঁ সাংসদ নির্বাচিত হৈছিল। ইয়াৰ মাজতে ১৯৯৩ৰ পৰা ১৯৯৫লৈ আৰু ১৯৯৭। পৰা। ১৯৯৮লৈ তেওঁ অসম বিধানসভাৰৰ সদস্য নির্বাচিত হয়। ১৯৯১ৰ পৰা ১৯৯৬ লৈ পি ভি নৰসিংহ ৰাও মন্ত্রীসভাত খাদ্য আৰু খাদ্য সংসাধন উদ্যোগ বিভাগৰ কেবিনেট মন্ত্ৰীৰূপে কার্যনির্বাহ কৰিছিল।সংসদীয় ৰাজনীতিৰ সমান্তৰালকৈ গগৈয়ে কংগ্ৰেছৰ সাংগঠনিক নেতৃত্ব বহন কৰিছিল।

তেওঁ ১৯৭৬ত নিখিল ভাৰত কংগ্ৰেছ কমিটী (এ আই চি চি) ৰ যুটীয়া সম্পাদক নির্বাচিত হয়। ১৯৮৫ৰ পৰা ১৯৯০লৈ তেওঁ এ আই চি চিৰ সাধাৰণ সম্পাদকো আছিল। ৰাষ্ট্ৰীয় স্তৰৰ সাংগঠনিক কাম-কাজত দক্ষতা প্রদর্শন কৰা গগৈ অসম প্রদেশ কংগ্ৰেছ কমিটী (এ পি চি চি)ৰ ১৯৮৬ৰ পৰা ১৯৯০লৈ সভাপতি হয়। উল্লেখ্য যে তেওঁ সভাপতি নির্বাচিত হােৱাৰ আগমুহূৰ্তলৈ অসম আন্দোলনে সমগ্ৰ ৰাজ্য অস্থিৰ কৰি ৰাখিছিল। কংগ্ৰেছৰ সংগঠন আন্দোলনৰ প্রকোপত থানবান হৈ গৈছিল। তেনে এক জটিল সময়তাে কংগ্ৰেছক অসমত ধৰি ৰখাৰ গুৰি বঠা ধৰিছিল গগৈয়ে। ফলতে ১৯৮৬ত তেওঁক সভাপতিৰ দায়িত্ব ন্যস্ত কৰা হয়। দলক পুনৰ গঠন কৰাৰ অহােপুৰুষাৰ্থ কৰিছিল গগৈয়ে।

তেওঁৰ সাংগঠনিক দক্ষতাৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বই ১৯৯৬তাে সভাপতিৰ দায়িত্ব অর্পণ কৰে। সভাপতিৰ দ্বিতীয়টো কার্যকালত গগৈয়ে অসমত কংগ্ৰেছক যি শক্তিশালী ৰূপত নেতৃত্ব দিছিল তাৰ ফলত ২০০১ত তদানীন্তন অসম গণ পৰিষদ চৰকাৰক ওফৰাই ৰাজ্যত পুনৰ কংগ্ৰেছৰ শাসন হয়। সেই বাবেই গগৈক দলে মুখ্যমন্ত্ৰীৰূপে নির্বাচিত কৰে। তিতাবৰ সমষ্টিক গগৈয়ে বিধানসভাত প্রতিনিধিত্ব কৰিছিল। সুদীর্ঘ ১৫ বছৰ অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে গগৈয়ে মুখ্যমন্ত্ৰীৰূপে চৰকাৰক নেতৃত্ব দিয়ে। ভাঙি পৰা অর্থনৈতিক, আইন শৃংখলা পৰিস্থিতিৰ মাজতে গগৈয়ে অসমৰ নেতৃত্ব লয়। তেওঁৰ নেতৃত্বত ৰাজ্যলৈ পুনৰ গতিশীলতা আহে।

গগৈ কেন্দ্রীয় চৰকাৰৰ বহু সমিতিৰ সদস্য আছিল। ১৯৯৮ পৰা ১৯৯৯লৈ তেওঁ চৰকাৰী আশ্বাস সমিতিৰ সদস্য আছিল। ১৯৯৮-১৯৯৯ত তেওঁ আছিল বৈদেশিক পৰিক্ৰমা সমিতিৰ সদস্য। এই সময়ছােৱাতে তেওঁ পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রণালয়ৰ পৰামর্শ দাতা কমিটীৰ সদস্য আছিল ১৯৯৯-২০০০ৰ তেওঁ ৰেলৱে কমিটীৰ সদস্য আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamlate CM tarun gogoi
publisher

publisher

Related Posts

Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ
Crime

September 15, 2026
Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য
Assam

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

September 15, 2026
Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী
Assam

Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

September 15, 2026
Assam

September 15, 2026
Assam

September 15, 2026
Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ
Assam

Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

September 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d